Class 11 History MCQ Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ

Class 11 History MCQ Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ Solutions, HS 1st year Elective History Objective Type Question Answer, Class 11 Elective History MCQ Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Important Notes and select needs one.

Class 11 History MCQ Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ Notes for All Subject, You can practice these here.

Chapter – 9

ELECTIVE HISTORY

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। ইংলেণ্ডত ‘Bank of England’ প্ৰতিষ্ঠা হৈছিল-

(ক) ১৭৮০ খ্ৰী:ত।

(খ) ১৬৭৮ খ্ৰী:ত।

(গ) ১৬৯৪ খ্ৰী:ত।

(ঘ) ১৬৫৭ খ্ৰী:ত।

উত্তৰঃ (গ) ১৬৯৪ খ্ৰী:ত।

২। ফৰাচী বিপ্লৱ আৰম্ভ হৈছিল-

(ক) ১২৩৪ চনত।

(খ) ১৪৫৬ চনত।

(গ) ১৭৮৯ চনত।

(ঘ) ১৬৭৭ চনত।

উত্তৰঃ (গ) ১৭৮৯ চনত।

৩। ইংলেণ্ডত শিল্প বিপ্লৱৰ দ্বিতীয় পৰ্যায় আৰম্ভ হয়-

(ক) ১৭৮০ চনত।

(খ) ১৮৩০ চনত।

(গ) ১৯৮০ চনত।

(ঘ) ১৭০৪ চনত।

উত্তৰঃ (খ) ১৮৩০ চনত।

৪। ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল-

(ক) ১৫৬৭ চনত।

(খ) ১৬৭৭ চনত।

(গ) ১৮১৪ চনত।

(ঘ) ১৮৬০ চনত।

উত্তৰঃ (গ) ১৮১৪ চনত।

৫। শিল্প বিপ্লৱ আৰম্ভ হৈছিল-

(ক) যুক্তৰাষ্ট্ৰত।

(খ) ইংলেণ্ডত।

(গ) ইউৰোপত।

(ঘ) অষ্ট্ৰেলিয়াত।

উত্তৰঃ (খ) ইংলেণ্ডত।

৬। টেলিফোন আৱিষ্কাৰ কৰিছিল-

(ক) গেলিলি’অ।

(খ) আইজাক নিউটন।

(গ) গ্ৰাহামবেল।

(ঘ) জৰ্জ ষ্টিফেন।

উত্তৰঃ (গ) গ্ৰাহামবেল।

৭। বাণিজ্য পথ হিচাপে ‘চুৱেজখাল’ মুকলি কৰা হয়-

(ক) ১৫৬৭ খ্ৰী:ত।

(খ) ১৭৬৫ খ্ৰী:ত।

(গ) ১৮৬৯ খ্ৰী:ত।

(ঘ) ১৮৬০ খ্ৰী:ত।

উত্তৰঃ (গ) ১৮৬৯ খ্ৰী:ত।

৮। ঊনৈশ শতিকাত গঢ়ি উঠা ইউৰোপৰ চহৰসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰ হ’ল-

(ক) লণ্ডন।

(খ) ইংলেণ্ড।

(গ) আমেৰিকা।

(ঘ) যুক্তৰাষ্ট্ৰ।

উত্তৰঃ (ক) লণ্ডন।

৯। বেলজিয়াম আৰু জাৰ্মানীত শিল্প বিপ্লৱ সংঘটিত হৈছিল-

(ক) ১৮৩০ খ্ৰী:ত বেলজিয়াম আৰু ১৮৫০ খ্ৰী:ত।

(খ) ১৭৬৯ খ্ৰী:ত বেলজিয়াম আৰু ১৮৬০ খ্ৰী:ত।

(গ) ১৮৬০ খ্ৰী:ত বেলজিয়াম আৰু ১৫৮০ খ্ৰী:ত।

(ঘ) ১৫৬৮ খ্ৰী:ত বেলজিয়াম আৰু ১৮৯০ খ্ৰী:ত।

উত্তৰঃ (ক) ১৮৩০ খ্ৰী:ত বেলজিয়াম আৰু ১৮৫০ খ্ৰী:ত।

১০। বাষ্পীয় কল আৱিষ্কাৰ কৰিছিল-

(ক) স্পেইনে।

(খ) জেমছ ৱাটে।

(গ) ছামুৱেলে।

(ঘ) জৰ্জে।

উত্তৰঃ (খ) জেমছ ৱাটে।

১১। মিউল নামৰ যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল-

(ক) ছামুৱেল ক্ৰমটাউনে।

(খ) আব্ৰাহাম লিংকে।

(গ) স্পেইনে।

(ঘ) গ্ৰাহামবেলে।

উত্তৰঃ (ক) ছামুৱেল ক্ৰমটাউনে।

১২। যন্ত্ৰচালিত তাঁতশাল কিমান খ্ৰী:ত আৱিষ্কাৰ কৰিছিল-

(ক) ১৮৬৯ খ্ৰী:ত।

(খ) ১৭৬৯ খ্ৰী:ত।

(গ) ১৮৭৬ খ্ৰী:ত।

(ঘ) ১৮৭৫ খ্ৰী:ত।

উত্তৰঃ (ঘ) ১৮৭৫ খ্ৰী:ত।

১৩। স্পিনিং জেনি কিমান চনত আৱিষ্কাৰ হৈছিল-

(ক) ১৮৯৭ চনত।

(খ) ১৭৬৫ চনত।

(গ) ১৭৬৪ চনত।

(ঘ) ১৮৭৫ চনত।

উত্তৰঃ (গ) ১৭৬৪ চনত।

১৪। উৰণীয়া মাকোৰ তাঁতশাল কোনে নিৰ্মাণ কৰিছিল-

(ক) জিন।

(খ) স্পেইন।

(গ) জন কে।

(ঘ) মিউল।

উত্তৰঃ (গ) জন কে।

১৫। নিৰাপদ চাকিৰ আৱিষ্কাৰক কোন আছিল-

(ক) হামফ্ৰি ডেভি।

(খ) মিউল।

(গ) স্পেইন।

(ঘ) জৰ্জ।

উত্তৰঃ (ক) হামফ্ৰি ডেভি।

১৬। আৰনাল্ড টানবীৰ মতে ইংলেণ্ডত প্ৰথম শিল্প বিপ্লৱ সংঘটিত হৈছিল-

(ক) ১৪৮০-১৭৯০ খ্ৰী:ত।

(খ) ১৬৮০-১৬৮০ খ্ৰী:ত।

(গ) ১৮৬৯-৬৭ খ্ৰী:ত।

(ঘ) ১৭৮০-১৮২০ খ্ৰী:ত।

উত্তৰঃ (ঘ) ১৭৮০-১৮২০ খ্ৰী:ত।

১৭। মহাত্মা গান্ধীয়ে বৰ্ণবৈষম্য আইনৰ বিৰুদ্ধে সত্যগ্ৰহৰ পৰামৰ্শ দিয়ে-

(ক) ১৮০০-৬০ চনত।

(খ) ১৮৬৯-৭৮ চনত।

(গ) ১৭৭০-৫৪ চনত।

(ঘ) ১৯০০-১০ চনত।

উত্তৰঃ (ঘ) ১৯০০-১০ চনত।

১৮। সতীদাহ প্ৰথা বে-আইনী ঘোষণা কৰে-

(ক) ১৫৬৭ চনত।

(খ) ১৮৯০ চনত।

(গ) ১৮৫৭ চনত।

(ঘ) ১৮২৯ চনত।

উত্তৰঃ (ঘ) ১৮২৯ চনত।

১৯। ভাৰতৰ পৰা চীনলৈ বৃটিছৰ কানি ৰপ্তানী নাটকীয় ভাৱে বৃদ্ধি হয়-

(ক) ১৮৭০-৬০ চনত।

(খ) ১৭৮০-৯০ চনত।

(গ) ১৫৭০-৬০ চনত।

(ঘ) ১৮২০-৪৫ চনত।

উত্তৰঃ (খ) ১৭৮০-৯০ চনত।

২০। মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰে-

(ক) ১৮২১ চনত।

(খ) ১৯৭০ চনত।

(গ) ১৯২১ চনত।

(ঘ) ১৯৪০ চনত।

উত্তৰঃ (গ) ১৯২১ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top