Class 11 Economics Important Chapter 11 কেন্দ্ৰীয় প্রবৃত্তিৰ মাপ

Class 11 Economics Important Chapter 11 কেন্দ্ৰীয় প্রবৃত্তিৰ মাপ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Economics Important Chapter 11 কেন্দ্ৰীয় প্রবৃত্তিৰ মাপ Solutions in Assamese and select need one. Class 11 Economics Additional Solutions Assamese Medium Download PDF. HS 1st Year Economics Important Question Answer Assamese Medium.

Class 11 Economics Important Chapter 11 কেন্দ্ৰীয় প্রবৃত্তিৰ মাপ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Economics Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Economics Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 11

অৰ্থনীতিৰ বাবে পৰিসংখ্যা
IMPORTANT QUESTION AND ANSWER

১। কেন্দ্ৰীয় প্রবৃত্তিৰ মাপ বুলিলে কি বুজা?

উত্তৰঃ তথ্যৰাশিক একেটি মানেৰে প্ৰতিনিধিত্ব কৰা মাপক কেন্দ্ৰীয় প্রবৃত্তিৰ মাপ বোলা হয়।

২। গাণিতিক মাধ্যৰ এটি অসুবিধা কি?

উত্তৰঃ ই চৰম মান (extreme values) ৰ দ্বাৰা সহজে প্রভাৱিত হয়।

৩। গাণিতিক মাধ্য উলিয়াবলৈ কেতিয়াবা অনুমিত মাধ্য কিয় ব্যৱহাৰ কৰা হয়?

উত্তৰঃ যেতিয়া ডাঙৰ অংক বা বেছি তথ্য থাকে, গণনা সহজ কৰিবলৈ অনুমিত মাধ্য ব্যৱহাৰ হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। মধ্যমা কি?

উত্তৰঃ সজোৱা তথ্যৰ মাজত থকা মানটো হৈছে মধ্যমা, যি তথ্যক সমানে দুই ভাগত বিভক্ত কৰে।

৫। মাধ্যমাৰ যিকোনো এটা সুবিধা লিখা।

উত্তৰঃ মাধ্যমাৰ যিকোনো এটা সুবিধা হ’ল-

(i) গাণিতিক মাধ্যই সকলোবোৰ মান সাঙুৰি লয়।

৬। ইংৰাজীৰ ‘Mode’ শব্দটো কোনটো শব্দৰ পৰা গ্ৰহণ কৰা হৈছে।

উত্তৰঃ ইংৰাজী ‘Mode’ শব্দটো ফৰাচী শব্দ ‘la mode’ ৰ পৰা গ্ৰহণ কৰা হৈছে।

৭। চতুৰ্থাংশই তথ্যক কেইটা ভাগত ভাগ কৰে?

উত্তৰঃ চতুৰ্থাংশই তথ্যক চাৰিটা ভাগত ভাগ কৰে।

৮। গাণিতিক মাধ্যৰ এক উল্লেখযোগ্য বৈশিষ্ট্য লিখা।

উত্তৰঃ গাণিতিক মাধ্যৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে-

(i) গাণিতিক মাধ্যৰ পৰা চলকৰ মানসমূহৰ বিচলনৰ যোগফল সদায় শূন্য (0) হয়।

৯। গাণিতিক মাধ্য কাক বোলে?

উত্তৰঃ যিকোনো বিষয়ৰ তথ্য ৰাশিৰ মানসমূহক একেলগে যোগ কৰি সেই যোগফলক মুঠ তথ্যৰাশিৰ সংখ্যাৰে হৰণ কৰিলে যি পোৱা যায়, তাকেই গাণিতিক মাধ্য বোলা হয়।

১০। চতুর্থাংশক কেই প্ৰকাৰৰ?

উত্তৰঃ চতুর্থাংশক তিনি প্ৰকাৰৰ।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। তলৰ তথ্যসমূহৰ পৰা গাণিতিক মাধ্য নিৰ্ণয় কৰা।

10, 25, 50, 35, 40

উত্তৰঃ 

২। গাণিতিক মাধ্যমৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।

উত্তৰঃ গাণিতিক মাধ্যমৰ সুবিধা আৰু অসুবিধাসমূহ হ’ল―

গাণিতিক মাধ্যমৰ সুবিধাগাণিতিক মাধ্যমৰ অসুবিধা
সহজে জুখি উলিয়াব পাৰি।1/ গানিতিক মাধ্য ৰৈখিক চিত্রৰ সহায়ত দেখুৱাৱ নোৱাৰি।
গাণিতিক মাধ্যই সকলোবোৰ মান সাঙুৰি লয়।২। গানিতিক মাধ্যম চৰম মানে প্রভাৱ পেলায়।

৩। চতুর্থাংশক কি?

উত্তৰঃ চতুর্থাংশ হৈছে এনে এবিধ জোখ যিয়ে সমগ্র তথ্যৰাশিক চাৰিটা সমান অংশত ভাগ কৰে। চতুর্থাংশক তিনি প্রকাৰৰ- ১ম চতুর্থাংশক (Q₁) দ্বিতীয় চতুর্থাংশক (Q₂) আৰু তৃতীয় চতুর্থাংশক (Q₃)। গোটেই তস্যৰাশিৰ 25% মান Q₁ তকৈ সৰু আৰু 75% শতাংশ মান Q₁ তকৈ ডাঙৰ। Q₂ তকৈ 50% মান ডাঙৰ থাকে আৰু 50%, মান Q₂ তকৈ সৰু থাকে। ঠিক তেনেদৰে সমগ্র তথ্য ৰাশি 75%, মান Q₃ তকৈ সৰু আৰু 25% তকৈ Q₃ তকৈ ডাঙৰ থাকে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top