Class 11 Assamese MIL Important Chapter 6 কে’ম্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

Class 11 Assamese MIL Important Chapter 6 কে’ম্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Assamese MIL Important Chapter 6 কে’ম্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Solutions and select need one. Class 11 Assamese Additional Solutions Download PDF. HS 1st Year Assamese MIL Important Question Answer.

Class 11 Assamese MIL Important Chapter 6 কে’ম্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Assamese Important Solutions for All Chapters, You can practice these here.

Chapter: 6

গোট ১: গদ্য
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। লেখক ড° হীৰেন গোহাঁই কেতিয়া কেম্ব্ৰিজত পি.এইচ.ডি. শেষ কৰিছিল?

উত্তৰঃ লেখক ড° হীৰেন গোহাঁই ১৯৬৫ চনত কেম্ব্ৰিজত পি.এইচ.ডি. শেষ কৰিছিল।

২। ড° হীৰেন গোহাঁইৰ আত্মজীৱনীমূলক গ্ৰন্থৰ নাম কি?

উত্তৰঃ ড° হীৰেন গোহাঁইৰ আত্মজীৱনীমূলক গ্ৰন্থৰ নাম হ’ল সপোনৰ দিক্‌চৌ বন।

৩। কেম্ব্ৰিজ বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠিত হয়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয় দ্বাদশ-ত্রয়োদশ শতিকাৰ পৰা প্ৰতিষ্ঠিত হয়।

৪। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ভিতৰত কিমান স্বশাসিত কলেজ আছে?

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ভিতৰত ৩১ খন স্বশাসিত কলেজ আছে।

৫। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কিছু প্ৰসিদ্ধ কলেজৰ নাম কি?

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কিছু প্ৰসিদ্ধ কলেজৰ নাম ত্রিনিটি, কিংছ আৰু গনভিল অ্যান্ড কীইজ।

৬। কেম্ব্ৰিজত ছাত্ৰসকলে কি ৰূপে শিক্ষা গ্ৰহণ কৰে?

উত্তৰঃ ছাত্ৰসকলে প্ৰথমে কলেজত নামভৰ্তি কৰে আৰু পিছত বিশ্ববিদ্যালয়ৰ অনুমোদন লাভ কৰে।

৭। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ মূল বৈশিষ্ট্য কি?

উত্তৰঃ ছাত্ৰৰ স্বাধীনতা, মেধাভিত্তিক ভৰ্তি আৰু চিন্তাৰ মুক্তিপ্রবাহ।

৮। কেম্ব্ৰিজত শিক্ষকসকলে কিদৰে পাঠদান কৰে?

উত্তৰঃ কেম্ব্ৰিজত শিক্ষকসকলে মৌলিক বিশ্লেষণভিত্তিক পাঠদান কৰে।

৯। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত উপস্থিতি কেনেকুৱা?

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত উপস্থিতি ঐচ্ছিক।

১০। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ শিক্ষা-ব্যৱস্থাৰ মূল উৎস কি?

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ শিক্ষা-ব্যৱস্থাৰ মূল উৎস আৰব পণ্ডিতসকলৰ জ্ঞান-অবদান আৰু গ্ৰীক-ৰোমান ঐতিহ্য।

খালী ঠাই পূৰণ কৰা: 

১। ড° হীৰেন গোহাঁই ১৯৬৫ চনত গৱেষণাৰ উদ্দেশ্যে __________ বিশ্ববিদ্যালয়লৈ গৈছিল।

উত্তৰঃ ড° হীৰেন গোহাঁই ১৯৬৫ চনত গৱেষণাৰ উদ্দেশ্যে কেম্ব্রিজ বিশ্ববিদ্যালয়লৈ গৈছিল।

২। কেম্ব্রিজ বিশ্ববিদ্যালয় কেম্নদীৰ পাৰৰ ___________ কলেজৰ সমষ্টি।

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয় কেম্নদীৰ পাৰৰ একত্ৰিছখন কলেজৰ সমষ্টি।

৩। ড° হীৰেন গোহাঁই ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিল আৰু প্ৰায় ___________ বছৰ গৱেষণা কৰিছিল।

উত্তৰঃ ড° হীৰেন গোহাঁই ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিল আৰু প্ৰায় চাৰি বছৰ গৱেষণা কৰিছিল।

৪। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰাচীন আৰু বৃহত্তম কলেজ হৈছে ___________ কলেজ।

উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰাচীন আৰু বৃহত্তম কলেজ হৈছে Gonville And Caius কলেজ।

৫। কে’ম্ব্রিজত পি এইচ. ডি. ডিগ্ৰী লাভ কৰিবলৈ গৱেষণাৰ অনুমোদন বিশ্ববিদ্যালয়ৰ পৰা ___________ কৰিব লাগে।

উত্তৰঃ কে’ম্ব্রিজত পি এইচ. ডি. ডিগ্ৰী লাভ কৰিবলৈ গৱেষণাৰ অনুমোদন বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিব লাগে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top