Class 11 Assamese MIL Important Chapter 4 কিতাপৰ কথা

Class 11 Assamese MIL Important Chapter 4 কিতাপৰ কথা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Assamese MIL Important Chapter 4 কিতাপৰ কথা Solutions and select need one. Class 11 Assamese Additional Solutions Download PDF. HS 1st Year Assamese MIL Important Question Answer.

Class 11 Assamese MIL Important Chapter 4 কিতাপৰ কথা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Assamese Important Solutions for All Chapters, You can practice these here.

Chapter: 4

গোট ১: গদ্য
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। কিতাপ কি বুলি বর্ণনা কৰা হৈছে?

উত্তৰঃ কিতাপ মানব জাতিৰ যুগ-যুগান্তৰ জ্ঞান, অভিজ্ঞতা, বিজ্ঞান, ইতিহাস, সংস্কৃতি, জীৱনদৰ্শন ইত্যাদিৰ ভঁৰাল বুলি বর্ণনা কৰা হৈছে।

২। কিতাপ কি ধৰণৰ মানসিক বিকাশৰ সাহায্য কৰে?

উত্তৰঃ কিতাপে বিচক্ষণতা, নৈতিকতা, চিন্তাশক্তি, সৌন্দৰ্যবোধ ঘচাই-পোখাই মানৱিক মূল্যবোধ গঢ়ি তোলে আৰু ছাত্র-ছাত্রীৰ মানসিক বিকাশ উন্নত কৰে।

৩। উন্নত ৰাষ্ট্ৰসমূহৰ অগ্ৰগতিৰ মূল আধাৰ কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ  উন্নত ৰাষ্ট্ৰসমূহৰ অগ্ৰগতিৰ মূল আধাৰ হ’ল পাঠাভ্যাস, গ্ৰন্থাগাৰ সংস্কৃতি আৰু কিতাপমুখী শিক্ষা।

৪। কিতাপৰ সহায়ত কেনেকৈ উৎপাদনশীলতা আৰু জীৱনমান উন্নত হয়?

উত্তৰঃ কিতাপে বিজ্ঞান, চিকিৎসা, কৃষি, শিল্প-ব্যৱসায় আদি ক্ষেত্ৰত প্ৰয়োজনীয় ব্যবহাৰিক জ্ঞান যোগাই উৎপাদনশীলতা আৰু জীৱনমান উন্নত কৰে।

৫। কিতাপে কি ৰকমৰ জ্ঞান প্রদান কৰে?

উত্তৰঃ কিতাপে যুক্তিবোধ জাগ্ৰত কৰি কুসংস্কাৰ-হিংসাৰ সলনি ন্যায়-নীতিৰ পথ দেখুৱায়।

৬। কিতাপৰ কিহত ব্যৱহাৰ কৰা হৈছে?

উত্তৰঃ কিতাপ “নিষ্ঠাবান বন্ধু” আৰু “জীৱন্ত শিক্ষক” স্বৰূপ ব্যৱহাৰ কৰা হৈছে।

৭। কিতাপৰ পাঠাভ্যাসৰ পৰা কি উপকাৰ লাভ হয়?

উত্তৰঃ পাঠাভ্যাস গঢ়ি তোলা মানসিক উন্নতি, নৈতিক ঊন্নতি, শান্তি-শৃঙ্খলা স্থাপন কৰে।

৮। অসমৰ সমাজে কিতাপৰ সঠিক ব্যৱহাৰৰ বাবে কি পদক্ষেপ ল’ব লাগিব?

উত্তৰঃ শিশুসকলক পৰাই পাঠাভ্যাস গঢ়ি তোলা, উৎকৃষ্ট গ্ৰন্থৰ সহজলভ্যতা কঢ়িয়াই আনা আৰু গ্ৰন্থাগাৰ-পাঠাগাৰ স্থাপন কৰা।

৯। কিতাপৰ সহায়ত কি ধৰণৰ উন্নতি সাধন কৰিব পাৰি?

উত্তৰঃ ব্যক্তিগত তথা সমষ্টিগত উন্নতি নিশ্চিত কৰিব পাৰি।

১০। কিতাপৰ সহায়ত কিদৰে সামাজিক ঐক্য আৰু গণতান্ত্ৰিক মানস দৃঢ় হয়?

উত্তৰঃ কিতাপে জাতি-সচেতনতা, সামাজিক ঐক্য আৰু গণতান্ত্ৰিক মানস দৃঢ় কৰে।

খালি ঠাই পূৰণ কৰা:

১। কিতাপক মানুহৰ __________ আৰু অভিজ্ঞতাৰ ভঁৰাল বুলি কোৱা হয়।

উত্তৰঃ কিতাপক মানুহৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভঁৰাল বুলি কোৱা হয়।

২। পাঠাভ্যাস, গ্ৰন্থাগাৰ-সংস্কৃতি আৰু ____________ শিক্ষাই উন্নত ৰাষ্ট্ৰসমূহৰ অগ্ৰগতিৰ আধাৰ।

উত্তৰঃ পাঠাভ্যাস, গ্ৰন্থাগাৰ-সংস্কৃতি আৰু কিতাপমুখী শিক্ষাই উন্নত ৰাষ্ট্ৰসমূহৰ অগ্ৰগতিৰ আধাৰ।

৩। অসমীয়া সমাজত পাঠাভ্যাস তুলনামূলক ____________ ।

উত্তৰঃ অসমীয়া সমাজত পাঠাভ্যাস তুলনামূলক কম

৪। কিতাপে বিচক্ষণতা, নৈতিকতা, চিন্তাশক্তি আৰু ____________ ঘচাই-পোখাই।

উত্তৰঃ কিতাপে বিচক্ষণতা, নৈতিকতা, চিন্তাশক্তি আৰু সৌন্দৰ্যবোধ ঘচাই-পোখাই।

৫। অজ্ঞতা-কুসংস্কাৰে সমাজত ____________ আৰু অন্যায় জন্মায়।

উত্তৰঃ অজ্ঞতা-কুসংস্কাৰে সমাজত হিংসা আৰু অন্যায় জন্মায়।

৬। বিজ্ঞান, চিকিৎসা, কৃষি-উদ্যোগ আদিৰ প্ৰয়োজনীয় জ্ঞান কিতাপই ____________ । 

উত্তৰঃ বিজ্ঞান, চিকিৎসা, কৃষি-উদ্যোগ আদিৰ প্ৰয়োজনীয় জ্ঞান কিতাপই যোগান ধৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top