adplus-dvertising

Class 11 Accountancy MCQ Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন

Class 11 Accountancy MCQ Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Accountancy MCQ Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন and select need one. AHSEC Class 11 Accountancy Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Accountancy MCQ Class 11.

Class 11 Accountancy MCQ Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Accountancy MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 6

প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ

১। সাধাৰণতে উদ্বৃত্ত মিলন পত্র কেতিয়া প্ৰস্তুত কৰা হয়?

(ক) বছৰৰ আৰম্ভণিতে।

(খ) বছৰৰ শেষত।

(গ) প্ৰতিদিনে।

(ঘ) প্ৰয়োজন অনুসৰি।

উত্তৰঃ (খ) বছৰৰ শেষত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কোন কোন প্ৰতিষ্ঠানে উদ্বৃত্ত মিলন পত্র কিমান সময় অন্তৰালে প্ৰস্তুত কৰিব পাৰে?

(ক) বছৰে একবাৰ।

(খ) বছৰে দুবাৰ।

(গ) দিনে দিনে।

(ঘ) প্ৰতি মাহে, তিনিমাহে, ছমাহে বা বছৰে।

উত্তৰঃ (ঘ) প্ৰতি মাহে, তিনিমাহে, ছমাহে বা বছৰে। 

৩। উদ্বৃত্ত মিলন পত্র প্ৰস্তুত কৰাৰ প্ৰথম পদক্ষেপ কি?

(ক) ডেবিট উদ্বৃত্তৰ মুঠ গণনা।

(খ) খতিয়নত অন্তর্ভুক্ত প্ৰতিটো হিচাপৰ উদ্বৃত্ত নিৰ্ধাৰণ।

(গ) ক্রেডিট উদ্বৃত্তৰ মুঠ গণনা।

(ঘ) আয়-ব্যয় নিৰ্ধাৰণ।

উত্তৰঃ (খ) খতিয়নত অন্তর্ভুক্ত প্ৰতিটো হিচাপৰ উদ্বৃত্ত নিৰ্ধাৰণ।

৪। যদি কোনো হিচাপৰ উদ্বৃত্ত শূন্য হয়, তেন্তে কি কৰা হয়?

(ক) বাদ দিয়া হয়।

(খ) শূন্য হিচাপে দেখুওৱা হয়।

(গ) মুঠত অন্তর্ভুক্ত নকৰা হয়।

(ঘ) প্ৰমাণিত নকৰা হয়।

উত্তৰঃ (খ) শূন্য হিচাপে দেখুওৱা হয়।

৫। ডেবিট আৰু ক্রেডিট স্তম্ভৰ পৰিমাণ সমান হৈছে নে নাই প্ৰমাণ কৰাৰ উদ্দেশ্য কি?

(ক) মুনাফা গণনা।

(খ) আয় নিৰ্ধাৰণ।

(গ) হিচাপত ভুল আছে নে নাই নিৰ্ধাৰণ।

(ঘ) নগদ বহী মিলোৱা।

উত্তৰঃ (গ) হিচাপত ভুল আছে নে নাই নিৰ্ধাৰণ।

৬। উদ্বৃত্ত মিলন পত্রৰ দুয়োপক্ষৰ পৰিমাণ সমান হ’লে কি বুজিব পাৰি?

(ক) সকলো ভুল সম্পূৰ্ণভাৱে দূৰ হৈছে।

(খ) গাণিতিকভাৱে খতিয়ন শুদ্ধ।

(গ) ব্যৱসায়ত লাভ হৈছে।

(ঘ) ব্যয় বৃদ্ধি পাইছে।

উত্তৰঃ (খ) গাণিতিকভাৱে খতিয়ন শুদ্ধ।

৭। উদ্বৃত্ত মিলন পত্রৰ অমিলৰ অৰ্থ কি?

(ক) ব্যৱসায়ত ক্ষতি হৈছে।

(খ) অন্ততঃ এটা ভুল হৈছে।

(গ) নগদ কম আছে।

(ঘ) পুঁজি বৃদ্ধি হৈছে।

উত্তৰঃ (খ) অন্ততঃ এটা ভুল হৈছে।

৮। উদ্বৃত্ত মিলন পত্রৰ তথ্য কি কামত ব্যৱহাৰ হয়?

(ক) কৰ নিৰ্ধাৰণত।

(খ) গ্ৰাহক তথ্য সংৰক্ষণত।

(গ) কৰ ফাঁকি দিবলৈ।

(ঘ) বিত্তীয় বিবৃতি প্ৰস্তুত কৰাত।

উত্তৰঃ (ঘ) বিত্তীয় বিবৃতি প্ৰস্তুত কৰাত। 

৯। বিত্তীয় বিবৃতি প্ৰস্তুতৰ প্ৰথম পদক্ষেপ কি?

(ক) মুনাফা-লোকচান হিচাপ প্ৰস্তুত কৰা।

(খ) নগদ বহী ৰচনা কৰা।

(গ) উদ্বৃত্ত মিলন পত্র প্ৰস্তুত কৰা।

(ঘ) জাবেদা প্ৰস্তুত কৰা।

উত্তৰঃ (গ) উদ্বৃত্ত মিলন পত্র প্ৰস্তুত কৰা। 

১০। উদ্বৃত্ত মিলন পত্রত কেইটা ধৰণৰ শিতান থাকে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

১১। উদ্বৃত্ত মিলন পত্রত সম্পত্তিৰ হিচাপৰ উদ্বৃত্ত কিহত থাকে?

(ক) ক্রেডিট স্তম্ভত।

(খ) ডেবিট স্তম্ভত।

(গ) উভয় স্তম্ভত।

(ঘ) কেতিয়াও নহয়।

উত্তৰঃ (খ) ডেবিট স্তম্ভত।

১২। দেনাৰ হিচাপৰ উদ্বৃত্ত ক’ত থাকে?

(ক) ডেবিট স্তম্ভত।

(খ) উভয়তে।

(গ) ক্রেডিট স্তম্ভত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ক্রেডিট স্তম্ভত। 

১৩। বিত্তীয় বিবৃতি প্ৰস্তুত কৰাত উদ্বৃত্ত মিলন পত্রৰ ভূমিকা কি?

(ক) কৰ ফাঁকি দিবলৈ সহায় কৰে।

(খ) তথ্য সংযোগৰ মাধ্যম হিচাপে কাম কৰে।

(গ) গ্ৰাহক সন্তুষ্টি নিশ্চিত কৰে।

(ঘ) ব্যয় বৃদ্ধি কৰে।

উত্তৰঃ (খ) তথ্য সংযোগৰ মাধ্যম হিচাপে কাম কৰে।

১৪। উদ্বৃত্ত মিলন পত্রৰ ডেবিট স্তম্ভত কেনেধৰণৰ হিচাপৰ উদ্বৃত্ত থাকে?

(ক) দেনাৰ হিচাপ।

(খ) ৰাজহ হিচাপ।

(গ) সম্পত্তি, খৰচ আৰু পাবলগীয়া আয়ৰ হিচাপ।

(ঘ) মূলধনৰ হিচাপ।

উত্তৰঃ (গ) সম্পত্তি, খৰচ আৰু পাবলগীয়া আয়ৰ হিচাপ।

১৫। এখন উদ্বৃত্ত মিলন পত্ৰ কেইটা ধৰণে প্ৰস্তুত কৰিব পাৰি?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (ক) তিনিটা।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top