Class 11 Accountancy MCQ Chapter 1 হিচাপকৰণৰ পৰিচয়

Class 11 Accountancy MCQ Chapter 1 হিচাপকৰণৰ পৰিচয় Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Accountancy MCQ Chapter 1 হিচাপকৰণৰ পৰিচয় and select need one. AHSEC Class 11 Accountancy Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Accountancy MCQ Class 11.

Class 11 Accountancy MCQ Chapter 1 হিচাপকৰণৰ পৰিচয়

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Accountancy MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 1

প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ

১। কিমান চনত American Institute of Certified Public Accountants (AICPA) অনুসৰি হিচাপকৰণৰ সংজ্ঞা দিয়া হৈছিল?

(ক) 1929 চনত।

(খ) 1941 চনত।

(গ) 1966 চনত।

(ঘ) 1950 চনত।

উত্তৰঃ (খ) 1941 চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। তলৰ কোনটো সংস্থাই 1966 চনত হিচাপকৰণৰ নতুন সংজ্ঞা আগবঢ়াইছে?

(ক) AAA.

(খ) AICPA.

(গ) IASB.

(ঘ) FASB.

উত্তৰঃ (ক) AAA.

৩। কিমান “Summa de Arithmetica, Geometria, Proportion at Proportionality” প্ৰকাশিত হৈছিল?

(ক) 1494 চনত।

(খ) 1594 চনত।

(গ) 1394 চনত।

(ঘ) 1694 চনত।

উত্তৰঃ (ক) 1494 চনত।

৪। “Credo” শব্দৰ অৰ্থ কি?

(ক) ধাৰ লোৱাজন।

(খ) ধনৰ ওপৰত থকা বিশ্বাস।

(গ) মূলধন।

(ঘ) আয়ৰ সুত্ৰ।

উত্তৰঃ (খ) ধনৰ ওপৰত থকা বিশ্বাস।

৫। ‘ডেবিট’ শব্দটো কোনটো ভাষাৰ debito শব্দৰ পৰা উদ্ভৱ হৈছে?

(ক) ফ্ৰেঞ্চ।

(খ) ইটালীয়।

(গ) স্পেনিছ।

(ঘ) গ্ৰীক।

উত্তৰঃ (খ) ইটালীয়।

৬। ‘debito’ শব্দটো কোন লেটিন শব্দৰ পৰা উৎপত্তি হৈছে?

(ক) Credo.

(খ) Capital.

(গ) Debita আৰু Debeo.

(ঘ) Ratio.

উত্তৰঃ (গ) Debita আৰু Debeo.

৭। ‘ক্রেডিট’ শব্দটো ইটালীৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে?

(ক) Credito.

(খ) Cradito.

(গ) Credebo.

(ঘ) Crando.

উত্তৰঃ (ক) Credito.

৮। যদি এটা ঘটনাই বহিঃ ব্যক্তি আৰু এটা ব্যৱসায় সংগঠনৰ মাজত লেনদেন সংঘটিত কৰে তেনে ঘটনাক কি বোলা হয়?

(ক) লিপিবদ্ধকৰণ।

(খ) পৰিমাপন।

(গ) চিনাক্তকৰণ।

(ঘ) বাহ্যিক ঘটনা।

উত্তৰঃ (ঘ) বাহ্যিক ঘটনা।

৯। AICPA-ৰ সম্পূৰ্ণ ৰূপ কি?

(ক) Accounting Principles Board.

(খ) American Accounting Association.

(গ) American Institute of Certified Public Accountants.

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) American Institute of Certified Public Accountants.

১০। বিত্তীয় হিচাপকৰণৰ মুখ্য উদ্দেশ্য কি?

(ক) আয়কৰ আদায়।

(খ) সম্পত্তি হ্ৰাস।

(গ) বিত্তীয় লেনদেন লিপিবদ্ধ কৰি তথ্য যোগান।

(ঘ) পণ্য উৎপাদন বৃদ্ধি।

উত্তৰঃ (গ) বিত্তীয় লেনদেন লিপিবদ্ধ কৰি তথ্য যোগান।

১১। বিত্তীয় হিচাপকৰণৰ প্ৰকৃতি কি ধৰণৰ হয়?

(ক) কাৰিকৰী।

(খ) অনুমানভিত্তিক।

(গ) সামাজিক।

(ঘ) মুদ্রাভিত্তিক।

উত্তৰঃ (ঘ) মুদ্রাভিত্তিক। 

১২। তলৰ কোনটো তথ্য বিত্তীয় হিচাপকৰণত ব্যৱহাৰ কৰা নাযায়?

(ক) নগদ ধনৰ প্ৰবাহ।

(খ) বিক্ৰীৰ অনুমান।

(গ) অতীত লেনদেন।

(ঘ) মানুহৰ স্বাস্থ্যৰ তথ্য।

উত্তৰঃ (ঘ) মানুহৰ স্বাস্থ্যৰ তথ্য।

১৩। উৎপাদন ব্যয় হিচাপকৰণে কি নিৰূপণত সহায় কৰে?

(ক) কৰ নিৰূপণ।

(খ) মজুৰি বাঢ়ন।

(গ) উৎপাদন মূল্য।

(ঘ) কেঁচা মালৰ পৰিমাণ।

উত্তৰঃ (গ) উৎপাদন মূল্য।

১৪। হিচাপকৰণৰ বীজ কোন দুটা প্ৰাচীন সভ্যতাত পোৱা গৈছে?

(ক) চীন আৰু ৰোম।

(খ) গ্ৰীচ আৰু মিচৰ।

(গ) বেবিলন আৰু ইজিপ্ত।

(ঘ) ভাৰত আৰু চীন।

উত্তৰঃ (গ) বেবিলন আৰু ইজিপ্ত।

১৫। ৰোমানসকলে কি ব্যৱহাৰ কৰিছিল?

(ক) মাহিলি আয় বহী।

(খ) দৰাচল বহী।

(গ) চলিত খতিয়ান।

(ঘ) স্মাৰক বা দৈনিক বহী।

উত্তৰঃ (ঘ) স্মাৰক বা দৈনিক বহী।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top