🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 10 Assamese Chapter 1 বৰগীত Short Type Question Answer

Class 10 Assamese Chapter 1 বৰগীত Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese MCQ Chapter 1 বৰগীত can be of great value to excel in the examination.

Class 10 Assamese Chapter 1 বৰগীত

Class 10 Assamese Chapter 1 বৰগীত answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 1 বৰগীত and select needs one.

বৰগীত

Group – A পদ্যাংশ

১। ‘নেৰিবা ৰান্ধৰ মোক জীৱনে মৰণে।’— কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাৰ অনুৰোধ কৰিছে?

উত্তৰঃ কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে।

২। ‘সনক সনন্দ যোগী যাহুকু ধিয়ায়।’ — মনক সনন্দ আজি যোগীসকলে কাক খ্যান কৰে বুলি কৈছে?

উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে।

৩। কৰি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবিয়ে বিষয় বাসনাত কাতৰ হোৱা বুলি কৈছে।

৪। বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা। বৰগীতটি কি ৰাগত ৰন্ধা আছে?

৫। কৰিরে ‘ৰাঘৰ’ बूলি কাৰ সােধন ফৰিছে?

উত্তৰঃ কবিয়ে ‘ভগৱানক ৰাজৰ বুলি সম্বোধন কৰিছে।

৬। মোহপাশ মানে কি?

উত্তৰঃ সাংসাৰিক মায়াৰে আৱৰি থকাকে মোহপাশ বুলি কোৱা হয়।

৭। মহাপুৰুষ মাধৱদেৱৰ জন্ম ক’ত, কেতিয়া হৈছিল?

উত্তৰঃ লক্ষীমপুৰ জিলাৰ নাৰায়নপুৰৰ লেটেকু-পুখুৰীৰ ১৪৮৯ চনত হৈছিল।

৮। মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

উত্তৰঃ পিতাৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাকৰ নাম আছিল মনোৰমা।

৯। মাকৰ দেৱৰ সাহিত্যৰ জীৱনৰ কীৰ্তিত্তম কি?

উত্তৰঃ নামঘোষা।

১০। নামখোৰাক কিন্তু হেজাৰী ঘোষণা বুলি কোৱা হয়?

উত্তৰঃ নামঘোবাত মুঠ এহেজাৰটা ঘোষা আছে। সেইবাবে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়।

১১। নামঘোৰাৰ আন এটা নাম কি?

উত্তৰঃ হেজাৰী ঘোষা।

১২। মাধৱদেৱৰ আখ্যান মূলক ৰচনাৰাজি কি কি?

উত্তৰঃ ৰাজসূয় কাব্য আৰু আদিকাণ্ড ৰামায়ণ।

১৩। মাধৱদেৱৰ তত্বমূলক ৰচনাৰাজি কি কি?

উত্তৰঃ জন্মৰ্হস্য, ভক্তিৰত্নাৱলী, নামমালিকা৷

১৪। মহাপুৰুষ মাধৱদেৱ বিৰচিত একমাত্ৰ নাট খনিৰ নাম কি?

উত্তৰঃ অর্জন ভঞ্জন বা দধিমথন।

১৫। মাধৱদেৱ ৰচিত ঝুমুৰা সমূহ উল্লেখ কৰা।

উত্তরঃ চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি-লেটোৱা আৰু ভোজন বিহাৰ।

১৬। পাঠ্যপুথিত অন্তর্গত বৰগীতটিত কি ভাব প্রকাশ পাইছে?

উত্তৰঃ মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট ভাৱ প্ৰকাশ পাইছে।

১৭। ভৰুতৰ বাবে কি পৰম ধন?

উত্তৰঃ হৰিৰ চৰণ যুগল হ’ল ভক্তৰ বাবে পৰম ধন।

১৮। ভকতৰ বাবে জীৱনস্বৰূপ কি?

উত্তৰঃ ভকতৰ বাবে হৰিয়েই হ’ল জীৱনস্বৰূপ৷

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top