Social Media Impacts on Teen Mental Health Essay in Assamese | কিশোৰৰ মানসিক স্বাস্থ্যত সামাজিক মাধ্যমৰ প্ৰভাৱ
সামাজিক মাধ্যম বা Social Media (ছ’চিয়েল মিডিয়া) আধুনিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে, বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ আৰু যুৱ সমাজৰ বাবে। ইনষ্টাগ্ৰাম (Instagram), স্নেপচ্যাট (Snapchat), টিকটক (TikTok), ফেচবুক (Facebook) আৰু টুইটাৰৰ (Twitter) দৰে প্লেটফৰ্মে যুৱ ব্যক্তিসকলৰ […]