⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

অৰণ্যযাত্ৰা Class 10 Assamese Important Notes

অৰণ্যযাত্ৰা Class 10 Assamese Important Notes to each chapter are provided in the list so that you can easily browse through different chapters অৰণ্যযাত্ৰা Class 10 Assamese SEBA Important Notes and select need one.

Class 10 Assamese Important Notes অৰণ্যযাত্ৰা

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. অৰণ্যযাত্ৰা Class 10 Assamese Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Assamese Important Notes অৰণ্যযাত্ৰা Here we have given Solutions for All Subjects, You can practice these here.

অৰণ্যযাত্ৰা

Chapter – 11

ASSAMESE

IMPORTANT NOTES

১। লৰ্ড কাৰ্জন কোন? 

উত্তৰঃ লৰ্ড কাৰ্জন হ’ল- ইংৰাজ ভাইচৰয়।

২। অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীৱনীমূলক গ্রন্থৰ নাম লিখা।

উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীৱনীমূলক গ্রন্থৰ নাম হ’ল-  ‘ডায়েৰি’।

৩। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

ৰচনাধৰ্মী

১। কামত লৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’- কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’ব লগা হৈছিল আঁতিগুৰি মাৰি লিখা।

উত্তৰঃ এই কথাষাৰৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা। পলহঁতৰ পঢ়া বিদ্যালয় খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল। দুখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে।

বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ’ল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ’ল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। 

সৌৰভে কামটো টান পাই কলে যে পাহি আৰু বিদিশাই খাদ্য বিলাওঁক, সৌৰভ আৰু আফতাবে সিহতক দিয়া কামটো কৰিব। সৌৰভে যুক্তি দি কলে আমি যিহেতু ল’ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাসমূহো চাব পাৰিম।

সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল’ৰা-ছোৱালী সমান। ছোৱালীয়ে কৰিব পৰা কাম ল’ৰাও কৰিব লাগিব।

২। বাক্য ৰচনা কৰাঃ 

মানু -দুনুহ

তিতি-বুৰি

উত্তৰঃ মানুহ-দুনুহঃ সৌ হাবিতলীয়া পথটোৰে মানুহ-দুনুহ বৰকৈনাযায়।

তিতি-বুৰিঃ পাচলি বজাৰ কৰি থাকোঁতেই বৰষুণজাক অহাত ৰমেশ তিতি-বুৰি জুৰুলি-জুপুৰি হল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top