SEBA Class 8 Assamese MCQ Chapter 6 প্ৰগতিৰ সোণালী বাট Question Answer to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Assamese MCQ Solutions and select need one. SEBA Class 8 Assamese Objective Type Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Assamese MCQ Class 8 Solutions.
SEBA Class 8 Assamese MCQ Chapter 6 প্ৰগতিৰ সোণালী বাট
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 Assamese Multiple Choice Solutions are part of All Subject Solutions. Here we have given SEBA Class 8 Assamese MCQ Question Answer for All Chapters, You can practice these here.
প্ৰগতিৰ সোণালী বাট
Chapter: 6
MCQ |
১। মহাত্মা গান্ধীয়ে নাৰীৰ স্বাৱলম্বিতা কেনেদৰে আৰম্ভ কৰিছিল?
(i) শিক্ষা প্ৰদান কৰি।
(ii) বয়ন শিল্পৰ সহায়ত।
(iii) খাদী উদ্যোগৰ সহায়ত।
(iv) আত্মনির্ভৰ গোষ্ঠী গঠন কৰি।
উত্তৰঃ (iii) খাদী উদ্যোগৰ সহায়ত।
২। গংগাবেন মজুমদাৰ কোন আছিল?
(i) শিক্ষক।
(ii) বিধৱা মহিলা।
(iii) ডাক্টৰ।
(iv) ৰাজনীতিবিদ।
উত্তৰঃ (ii) বিধৱা মহিলা।
৩। ‘ইন্দিৰা মহিলা যোজনা’ কোন উদ্দেশ্যত আৰম্ভ কৰা হৈছিল?
(i) নাৰীৰ শিক্ষাৰ বাবে।
(ii) মহিলাসকলক ঋণ দিয়াৰ বাবে।
(iii) আত্মসহায়ক গোটক সবল কৰিবলৈ।
(iv) উপৰ্যুক্ত সকলো।
উত্তৰঃ (iv) উপৰ্যুক্ত সকলো।
৪। ২০০১ চনটো কি হিচাপে ঘোষণা কৰা হৈছিল?
(i) খাদী বৰ্ষ।
(ii) শিক্ষাৰ বৰ্ষ।
(iii) নাৰী সবলীকৰণ বৰ্ষ।
(iv) উদ্যম বৰ্ষ।
উত্তৰঃ (iii) নাৰী সবলীকৰণ বৰ্ষ।
৫। “প্ৰগতিৰ সোণালী বাট” পাঠটোৰ মুখ্য বিষয়টো কি?
(i) ছাত্ৰ-ছাত্ৰীৰ শিক্ষা।
(ii) পৰ্যটন শিল্পৰ উন্নয়ন।
(iii) নাৰীৰ স্বাৱলম্বন আৰু সামাজিক অৱদান।
(iv) কৃষ্টিৰ সংৰক্ষণ।
উত্তৰঃ (iii) নাৰীৰ স্বাৱলম্বন আৰু সামাজিক অৱদান।
৬। মহিলাসকলৰ কাম-কাজত কেনেধৰণৰ মনোভাৱ দেখা গৈছিল?
(i) অলসতা।
(ii) আত্মবিশ্বাস আৰু উৎসাহ।
(iii) ভয় আৰু সংকোচ।
(iv) অবহেলা।
উত্তৰঃ (ii) আত্মবিশ্বাস আৰু উৎসাহ।
৭। আত্মসহায়ক গোটসমূহে সাধাৰণতে কোনধৰণৰ সামগ্ৰী উৎপাদন কৰে?
(i) চিকিৎসা সামগ্ৰী।
(ii) খাদ্য, হাতে-সজা সামগ্ৰী, বাঁহ-বেতৰ বস্তু।
(iii) বৈদ্যুতিক সামগ্ৰী।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) খাদ্য, হাতে-সজা সামগ্ৰী, বাঁহ-বেতৰ বস্তু।
৮। মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীৰ বিষয়ে কি মন্তব্য কৰিছিল?
(i) তেওঁলোকে ভালকৈ নুবুজে।
(ii) অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।
(iii) শিপিনীৰ কাম অলস।
(iv) তেওঁলোকে ৰাজনীতি কৰিব পাৰে।
উত্তৰঃ (ii) অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।
৯। মহিলাসকলৰ স্বাৱলম্বনৰ কাৰণে গঠণ কৰা গোটক কি বুলি জনা যায়?
(i) আত্মসহায়ক গোট।
(ii) বন্ধন গোট।
(iii) ৰাইজৰ গোট।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (i) আত্মসহায়ক গোট।
১০। নাৰী সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰীয় আঁচনিসমূহৰ উদ্দেশ্য কি?
(i) নাৰীক শিক্ষিত কৰা।
(ii) নাৰীৰ বৃত্তিমূলক প্রশিক্ষণ আৰু আৰ্থ-সামাজিক উন্নতি।
(iii) নাৰীৰ বাবে নতুন আইন প্ৰণয়ন।
(iv) নাৰীৰ সৈতে সামাজিক অনুষ্ঠান আয়োজন।
উত্তৰঃ (ii) নাৰীৰ বৃত্তিমূলক প্রশিক্ষণ আৰু আৰ্থ-সামাজিক উন্নতি।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.