adplus-dvertising

SEBA Class 8 Assamese MCQ Chapter 15 শিশু-লীলা

SEBA Class 8 Assamese MCQ Chapter 15 শিশু-লীলা Question Answer to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Assamese MCQ Solutions and select need one. SEBA Class 8 Assamese Objective Type Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Assamese MCQ Class 8 Solutions.

SEBA Class 8 Assamese MCQ Chapter 15 শিশু-লীলা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 Assamese Multiple Choice Solutions are part of All Subject Solutions. Here we have given SEBA Class 8 Assamese MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 15

MCQ

১। “শিশু-লীলা” ঘোষাটি কোনে ৰচনা কৰিছিল?

(i) লক্ষ্মীনাথ বেজবৰুৱা।

(ii) শ্ৰীমন্ত শংকৰদেৱ।

(iii) মাধৱ কন্দলী।

(iv) দেৱব্ৰত বৰুৱা।

উত্তৰঃ (ii) শ্ৰীমন্ত শংকৰদেৱ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। মহাপুৰুষ শংকৰদেৱৰ নাটবোৰক কি নাট বোলা হয়?

(i) অংকীয়া নাট।

(ii) ভাৱনানাট।

(iii) যাত্ৰানাট।

(iv) চিৰনাট।

উত্তৰঃ (i) অংকীয়া নাট।

৩। শ্ৰী শ্ৰী শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল?

(i) ১৪২৩ চনত।

(ii) ১৪৩০ চনত।

(iii) ১৪৪৯ চনত।

(iv) ১৪৫০ চনত।

উত্তৰঃ (iii) ১৪৪৯ চনত।

৪। “কেনে মাটি খাইলি অৰে গোপাল!” —এই সম্বোধনটোত যশোদাৰ ভাৱ ক’ত প্ৰকাশ পাইছে?

(i) আনন্দ।

(ii) শাসন।

(iii) লাজ।

(iv) বৈৰাগ্য।

উত্তৰঃ (ii) শাসন।

৫। কৃষ্ণ মুখ মেলিলে যশোদাই মুখগহ্বৰতে কি দেখে?

(i) সুৰ্য।

(ii) মহাভাৰত।

(iii) ব্ৰহ্মাণ্ড।

(iv) কুঠাল।

উত্তৰঃ (iii) ব্ৰহ্মাণ্ড।

৬। কবিতাটিত ‘বলায়ো’ বুলি কাক উল্লেখ কৰা হৈছে?

(i) বাল্যসখী সুধামাধুৰী।

(ii) বলভদ্ৰ।

(iii) উদ্দৱ।

(iv) গোপ-গোপিনী।

উত্তৰঃ (ii) বলভদ্ৰ। 

৫। কৃষ্ণ মাটি খোৱাৰ কাহিনীত মূলত কোন তত্ত্ব প্ৰকাশ পায়?

(i) দেৱ-অসুৰ সংগ্ৰাম।

(ii) অদ্বৈত।

(iii) কর্মযোগ।

(iv) বৈৰাগ্য।

উত্তৰঃ (ii) অদ্বৈত।

৬। মহাপুৰুষ শংকৰদেৱে কোন ধৰণৰ সমাজৰ সপোন দেখিছিল?

(i) ধনীৰ সমাজ।

(ii) বৰ্ণ-বিভক্ত সমাজ।

(iii) বিদ্বেষমুক্ত সমাজ।

(iv) সামন্ত সমাজ।

উত্তৰঃ (iii) বিদ্বেষমুক্ত সমাজ।

৭। কবিতাখন ক’ত জিলিকি উঠে?

(i) কৰ্মৰ বর্ণনাত।

(ii) মাতৃস্নেহত।

(iii) শত্রুতাত।

(iv) গীত-বাদ্যত।

উত্তৰঃ (ii) মাতৃস্নেহত।

৮। যশোদা মুখত ভক্তি প্ৰকাশ কৰি কি কৰে?

(i) ধমকি দিয়ে।

(ii) প্ৰণিপাত কৰে।

(iii) দৌৰি ঘৰৰ বাহিৰত যায়।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) প্ৰণিপাত কৰে।

৯। কৃষ্ণৰ “মাটি খোৱা” আচৰণ শিশুৰ কোন স্বাভাৱিক বৈশিষ্ট্য দাঙি ধৰে?

(i) অলসতা।

(ii) কৌতূহল।

(iii) দয়াশীলতা। 

(iv) আত্মসমর্পণ।

উত্তৰঃ (ii) কৌতূহল।

১০। শ্ৰীশ্ৰী শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল?

(i) ১৫২৩ চনত।

(ii) ১৫৩০ চনত।

(iii) ১৫৪০ চনত।

(iv) ১৫৬৮ চনত।

উত্তৰঃ (iv) ১৫৬৮ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top