⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 8 Assamese MCQ Chapter 11 অতীতক নাযাবা পাহৰি

SEBA Class 8 Assamese MCQ Chapter 11 অতীতক নাযাবা পাহৰি Question Answer to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Assamese MCQ Solutions and select need one. SEBA Class 8 Assamese Objective Type Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Assamese MCQ Class 8 Solutions.

SEBA Class 8 Assamese MCQ Chapter 11 অতীতক নাযাবা পাহৰি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 Assamese Multiple Choice Solutions are part of All Subject Solutions. Here we have given SEBA Class 8 Assamese MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 11

MCQ

১। প্রত্নতাত্ত্বিক সম্পদৰ উদাহৰণ কি?

(i) মন্দিৰ, স্তূপ, ভাস্কৰ্য।

(ii) নতুন বিল্ডিং।

(iii) গাড়ী আৰু যান্ত্ৰিক বস্তু।

(iv) আধুনিক কলা।

উত্তৰঃ (i) মন্দিৰ, স্তূপ, ভাস্কৰ্য।

২। মহেঞ্জোদাৰো আৰু হৰপ্পা কেনেকুৱা ধৰণৰ স্থান?

(i) আধুনিক অঞ্চল।

(ii) প্ৰাচীন নগৰ সভ্যতাৰ স্থল।

(iii) গাঁও অঞ্চল।

(iv) পৰ্বতীয়া অঞ্চল।

উত্তৰঃ (ii) প্ৰাচীন নগৰ সভ্যতাৰ স্থল।

৩। অসমৰ কোন ঠাইত শ্ৰী শ্ৰীসূর্য পাহাৰ অৱস্থিত?

(i) গোৱালপাৰা।

(ii) তেজপুৰ।

(iii) গুৱাহাটী।

(iv) শিৱসাগৰ।

উত্তৰঃ (i) গোৱালপাৰা।

৪। প্রত্নতাত্ত্বিক সম্পদৰ সংৰক্ষণৰ উদ্দেশ্য কি?

(i) ইতিহাস সংৰক্ষণ।

(ii) সাংস্কৃতিক গৌৰৱ বজাই ৰখা।

(iii) দেশৰ অৰ্থনৈতিক বিকাশত সহায় কৰা।

(iv) সকলো উত্তৰ সঠিক।

উত্তৰঃ (iv) সকলো উত্তৰ সঠিক।

৫। প্ৰত্নতত্ত্ব বিজ্ঞানৰ অধীনত কি কাম কৰা হয়?

(i) মহাকাশৰ অধ্যয়ন।

(ii) অতীতৰ বস্তু উদ্ধাৰ আৰু অধ্যয়ন।

(iii) জীৱবৈচিত্ৰ্য অধ্যয়ন।

(iv) আধুনিক প্রযুক্তি উন্নয়ন।

উত্তৰঃ (ii) অতীতৰ বস্তু উদ্ধাৰ আৰু অধ্যয়ন।

৬। গুৱাহাটী মহানগৰৰ কোন ঠাইত নটৰাজ মূর্তি উদ্ধাৰ হৈছিল?

(i) তেজপুৰ।

(ii) আমবাৰী।

(iii) শিৱসাগৰ।

(iv) হোজাই।

উত্তৰঃ (ii) আমবাৰী।

৭। ‘ডুবৰনি’ অঞ্চল কোন জিলাত অৱস্থিত?

(i) শিৱসাগৰ।

(ii) নগাঁও।

(iii) গোৱালপাৰা।

(iv) গোলাঘাট।

উত্তৰঃ (iv) গোলাঘাট।

৮। চৰাইদেউৰ মৈদামসমূহ কিহৰ নিদৰ্শন?

(i) আধুনিক পৰ্যটন স্থান।

(ii) বাণিজ্যকেন্দ্ৰ।

(iii) আহোম ৰজাসকলৰ ৰাজকীয় সমাধিক্ষেত্ৰ।

(iv) নতুন নগৰ পৰিকল্পনা।

উত্তৰঃ (iii) আহোম ৰজাসকলৰ ৰাজকীয় সমাধিক্ষেত্ৰ।

৯। শ্ৰীশ্ৰীসূর্য পাহাৰত কোন কোন ধৰ্মৰ ভাস্কৰ্য পোৱা গৈছে?

(i) কেৱল হিন্দু ধৰ্ম।

(ii) কেৱল বৌদ্ধ ধৰ্ম।

(iii) হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্ম।

(iv) কেৱল খ্ৰীষ্টান ধৰ্ম।

উত্তৰঃ (iii) হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্ম।

১০। প্রত্নতত্ত্ববিদ দাস ছাৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে কেনেকৈ যোগাযোগ স্থাপন কৰিছিল?

(i) শুধুমাত্র বক্তৃতাৰ জৰিয়তে।

(ii) প্ৰশ্ন-উত্তৰ আৰু ছবিৰ সহায়েৰে।

(iii) নাটকৰ জৰিয়তে।

(iv) গান গাই।

উত্তৰঃ (ii) প্ৰশ্ন-উত্তৰ আৰু ছবিৰ সহায়েৰে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top