MCQ of Assamese Literature – অসমীয়া সাহিত্যিক

MCQ of Assamese Literature – অসমীয়া সাহিত্যিক is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of Assamese Literature – অসমীয়া সাহিত্যিক.

MCQ of Assamese Literature

Join Telegram channel

প্ৰশ্ন ১০১)  ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতাপুথি হৈছে ―

ক) দিনৰ পিছত দিন ।

খ) অন্তৰংগ ।

গ) সমীপেষু ।

ঘ) বন ফৰিংৰ ৰং ।

উত্তৰঃ- ঘ) বন ফৰিংৰ ৰং ।

প্ৰশ্ন ১০২) ড° নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথি হৈছে ―

ক) সোণবৰণীয়া আই ; বন ফৰিংৰ ৰং ।

খ) সোণবৰণীয়া আই , সুৰীয়া মাত ।

গ) সমীপেষু , সোণবৰণীয়া আই ।

ঘ) বন ফৰিংৰ ৰং , সুৰীয়া মাত ।

উত্তৰঃ- খ) সোণবৰণীয়া আই , সুৰীয়া মাত । 

প্ৰশ্ন ১০৩)  তলৰ কোনখন গ্ৰন্থ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা ?

ক) চন্দ্ৰ ।

খ) ইন্দ্ৰ ।

গ) কৃষ্ণ ।

ঘ) সূৰ্য ।

উত্তৰঃ- ঘ) সূৰ্য ।

প্ৰশ্ন ১০৪) ড° নিৰ্মলপ্ৰভা বৰদলৈৰ সাহিত্য অকাডেমী বঁটা লাভ কৰা গ্ৰন্থখন হৈছে ―

ক) বন ফৰিংৰ ৰং ।

খ) দিনৰ পাছত দিন ।

গ) দেৱী ।

ঘ) সুদীৰ্ঘ দিন আৰু ঋতু ।

উত্তৰঃ- ঘ) সুদীৰ্ঘ দিন আৰু ঋতু ।

প্ৰশ্ন ১০৫)  নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল ?

ক) গুৱাহাটী অধিবেশনত ।

খ) বৰপেটা অধিবেশনত । 

গ) দুধনৈ অধিবেশনত ।

ঘ) মৰিগাঁও অধিবেশনত ।

উত্তৰঃ-  গ) দুধনৈ অধিবেশনত ।

প্ৰশ্ন ১০৬) তলত উল্লেখিত গ্ৰন্থসমূহ কোনখন ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা ?

ক) অসমৰ সংস্কৃতি ।

খ) লোক সংস্কৃতিৰ আভাস ।

গ) সংস্কৃতি আৰু লোকসংস্কৃতি ।

ঘ) অসমৰ লোকসংস্কৃতি ।

উত্তৰঃ- ঘ) অসমৰ লোকসংস্কৃতি ।

প্ৰশ্ন ১০৭) মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল ―

ক) ১৪৫৯ চনত ।

খ) ১৪৪৯ চনত ।

গ) ১৪৬৯ চনত ।

ঘ) ১৪৩৯ চনত ।

উত্তৰঃ- খ) ১৪৪৯ চনত ।

প্ৰশ্ন ১০৮) বাৰ বছৰ বয়সত শংকৰদেৱক কাৰ টোলত পঢ়াবলৈ পঠোৱা হৈছিল ?

ক) অনন্ত কন্দলিৰ ।

খ) ব্ৰজেন্দ্ৰ কন্দলিৰ ।

গ) মহেন্দ্ৰ কন্দলিৰ ।

ঘ) নৰেন্দ্ৰ কন্দলিৰ ।

উত্তৰঃ- গ) মহেন্দ্ৰ কন্দলিৰ ।

প্ৰশ্ন ১০৯) শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম আছিল ―

ক) কালিন্দী আই ।

খ) সূৰ্যৱতী ।

গ) প্ৰিয়ম্বদা ।

ঘ) নাৰায়ণী ।

উত্তৰঃ- খ) সূৰ্যৱতী ।

প্ৰশ্ন ১১০) জগদীশ মিশ্ৰই শংকৰদেৱক কত ভাগৱত গ্ৰন্থখন প্ৰদান কৰিছিল ?

ক) বৰদোৱাত ।

খ) মাজুলীত ।

গ) বৰপেটাত । 

ঘ) কোচবিহাৰত ।

উত্তৰঃ- ক) বৰদোৱাত ।

প্ৰশ্ন ১১১) শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন হৈছিল ―

ক) বৰদোৱাত । 

খ) পাটবাউসীত ।

গ) ধুৱাহাট ― বেলগুৰিত ।

ঘ) কোচ বিহাৰত ।

উত্তৰঃ- গ) ধুৱাহাট ― বেলগুৰিত ।

প্ৰশ্ন ১১২) শংকৰদেৱে জীৱনৰ শেষছোৱা কটাইছিল ―

ক) বৰভূঞা ৰাজ্যত ।

খ) আহোম ৰাজ্যত ।

গ) কমতা ৰাজ্যত ।

ঘ) কোচ বিহাৰত ।

উত্তৰঃ- ঘ) কোচ বিহাৰত ।

প্ৰশ্ন ১১৩) ‘ভক্তিৰত্নাৱলী’ নামৰ সংস্কৃত গ্ৰন্থখন শংকৰদেৱক কোনে আনি দিছিল ?

ক) ভাস্কৰ আচাৰ্যই ।

খ) কন্ঠভূষনে ।

গ) ঠাকুৰ আতাই ।

ঘ) মাধৱদেৱ ।

উত্তৰঃ- খ) কন্ঠভূষনে ।

প্ৰশ্ন ১১৪) শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আছিল ―

ক) অনুসূয়া ।

খ) খেৰসূতী ।

গ) মহাধৃতি ।

ঘ) ৰাধিকা শান্তি ।

উত্তৰঃ- খ) খেৰসূতী ।

প্ৰশ্ন  ১১৫) শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট কি আছিল ?

ক) কালিয়দমন ।

খ) সতানন্দ ।

গ) হৰি ভূঞা ।

ঘ) ৰামানন্দ ।

উত্তৰঃ- গ) হৰি ভূঞা ।

প্ৰশ্ন ১১৭) শংকৰদেৱৰ মৃত্যু হৈছিল ―

ক) ১৫৭৮ খ্ৰীষ্টাব্দত ।

খ) ১৫৬৮ খ্ৰীষ্টাব্দত ।

গ) ১৫৫৮ খ্ৰীষ্টাব্দত ।

ঘ) ১৫৭৮ খ্ৰীষ্টাব্দত ।

উত্তৰঃ- খ) ১৫৬৮ খ্ৰীষ্টাব্দত ।

প্ৰশ্ন ১১৮) শংকৰদেৱে তেওঁৰ পূৰ্বৰ কোন কবিক ‘অপ্ৰমাদী’ আখ্যা দিছিল ?

ক) হৰিবৰ বিপ্ৰক ।

খ) হেমসৰস্বতীক । 

গ)  ৰুদ্ৰ কন্দলিক ।

ঘ) মাধৱ কন্দলিক ।

উত্তৰঃ- ঘ) মাধৱ কন্দলিক ।

প্ৰশ্ন ১১৯) তলৰ কোনখন মহাপুৰুষ শংকৰদেৱৰ কাব্য নহয় ? 

ক) হৰিশ্চন্দ্ৰ উপাখ্যান ।

খ) ৰুক্মিণী হৰণ ।

গ) ৰাজসূয় ।

ঘ) কুৰুক্ষেত্ৰ ।

উত্তৰঃ- গ) ৰাজসূয় ।

প্ৰশ্ন ১২০) মহাপুৰুষ মাধৱদেৱ ৰচিত কাব্যৰ সংখ্যা ―

ক) ৫ খন ।

খ) ৬ খন ।

গ) ৭ খন ।

ঘ) ৮ খন ।

উত্তৰঃ- খ) ৬ খন ।

প্ৰশ্ন ১২১) মহাপুৰুষ মাধৱদেৱ ৰচিত তলৰ কোনখন গ্ৰন্থ মূলতঃ ভক্তিতত্ত্বমূলক গ্ৰন্থ হয় ―

ক) ভক্তিপ্রদীপ ।

খ) ভক্তিৰত্নাকৰ ।

গ) পত্নীপ্ৰসাদ ।

ঘ) নিৱি – নৱসিদ্ধ সংবাদ ।

উত্তৰঃ- গ) পত্নীপ্ৰসাদ ।

প্ৰশ্ন ১২২)  ‘গুণমালা’ পুথিৰ আধাৰ গ্ৰন্থ কি ?

ক) ভাগৱত ।

খ) গীতা ।

গ) বিষ্ণু পুৰাণ ।

ঘ) বিষ্ণু – ধৰ্মোত্তৰ ।

উত্তৰঃ- ক) ভাগৱত ।

প্ৰশ্ন ১২৩) তলৰ কোনখন নাট লিখি শেষ কৰাৰ লগে লগেই শংকৰদেৱৰ তিৰোধান হয় ?

ক) ৰুক্মিণী হৰণ ।

খ) ৰামবিজয় ।

গ) কেলিগোপাল ।

ঘ) কালিয়দমন ।

উত্তৰঃ- খ) ৰামবিজয় ।

প্ৰশ্ন ১২৪) তলৰ কোনখন নাট শংকৰদেৱ ৰচিত নহয় ?

ক) কেলিগোপাল ।

খ) কালিয়দমন ।

গ) অৰ্জুন ভঞ্জন ।

ঘ) পাৰিজাত হৰণ ।

উত্তৰঃ- গ) অৰ্জুন ভঞ্জন ।

প্ৰশ্ন ১২৫)  শংকৰদেৱৰ কবিত্ব – প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন বুলি কোনখন পুথিক কোৱা হয় ?

ক)  হৰিশ্চন্দ্ৰ উপাখ্যান ।

খ) কীৰ্ত্তন ।

গ) গুণমালা ।

ঘ) দশম ।

উত্তৰঃ- খ) কীৰ্ত্তন ।

প্ৰশ্ন ১২৬) শংকৰদেৱৰ কীৰ্ত্তন গ্ৰন্থখনক কোনে এখন গ্ৰন্থৰ ৰূপ দিছিল ?

ক) মাধৱদেৱে ।

খ) নাৰায়ণ দাস ঠাকুৰ আতাই ।

গ) ৰামদাসে ।

ঘ) ৰামচৰণ ঠাকুৰ ।

উত্তৰঃ- ঘ) ৰামচৰণ ঠাকুৰ ।

প্ৰশ্ন ১২৭) ‘কুসুমমালা’ ছন্দসজ্জাটো কিমান আখৰীয়া ?

ক) পাঁচ আখৰীয়া ।

খ) চাৰি আখৰীয়া ।

গ) ছয় আখৰীয়া ।

ঘ) আঠ আখৰীয়া ।

উত্তৰঃ- গ) ছয় আখৰীয়া ।

প্ৰশ্ন ১২৮) অসমীয়া নাট্য সাহিত্যৰ জনক কোন ?

ক) মাধৱ কন্দলি ।

খ) মাধৱদেৱ ।

গ) শংকৰদেৱ ।

ঘ) ৰামচৰণ ঠাকুৰ ।

উত্তৰঃ- গ) শংকৰদেৱ ।

প্ৰশ্ন ১২৯) ‘ চিহ্নযাত্ৰা’ ভাওনাখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিল ? 

ক) ৭ দিন ৭ ৰাতি ।

খ) ৬ দিন ৬ ৰাতি ।

গ) ৫ দিন ৫ ৰাতি ।

ঘ) ৯ দিন ৯ ৰাতি ।

উত্তৰঃ- ক) ৭ দিন ৭ ৰাতি ।

প্ৰশ্ন ১৩০) শংকৰদেৱৰ নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম কি আছিল ?

ক) মগধী ।

খ) ভোজপুৰী ।

গ) ব্ৰজাৱলী ।

ঘ) অৱধি ।

উত্তৰঃ- গ) ব্ৰজাৱলী ।

প্ৰশ্ন ১৩১) ভটিমাসমূহ কি আছিল ?

ক) প্ৰশস্তি বা গুণগৰিমা প্ৰকাশক গীত ।

খ) অধ্যাত্মিকভাবৰ গীত ।

গ) দেহতত্ত্বমূলক গীত ।

ঘ) ধৰ্মীয় গীত ।

উত্তৰঃ- ক) প্ৰশস্তি বা গুণগৰিমা প্ৰকাশক গীত ।

প্ৰশ্ন ১৩২) শংকৰদেৱ – ৰচিত ৰাজ – ভটিমাৰ বিষয়বস্তু আছিল ―

ক) আহোম ৰজাৰ প্ৰশস্তি ।

খ) দুৰ্লভনাৰায়ণ ৰজাৰ প্ৰশস্তি ।

গ) চিলাৰায়ৰ প্ৰশস্তি ।

ঘ) কোচৰজা নৰনাৰায়ণৰ প্ৰশস্তি ।

উত্তৰঃ- ঘ) কোচৰজা নৰনাৰায়ণৰ প্ৰশস্তি ।

প্ৰশ্ন ১৩৩) শংকৰদেৱে কেইপ্ৰকাৰৰ ভটিমাৰ প্ৰৱৰ্তন কৰিছিল ?

ক) দুই প্ৰকাৰৰ ।

খ) তিনি প্ৰকাৰৰ ।

গ) চাৰি প্ৰকাৰৰ ।

ঘ) পাঁচ প্ৰকাৰৰ ।

উত্তৰঃ- খ) তিনি প্ৰকাৰৰ ।

প্ৰশ্ন ১৩৪) ‘বৰগীত’ নামকৰণ কোনে কৰিছিল ?

ক) শংকৰদেৱে ।

খ) মাধৱদেৱে ।

গ) শংকৰ – মাধৱৰ পৰৱৰ্তী বৈষ্ণৱ ভক্তই ।

ঘ) ৰামদাসে ।

উত্তৰঃ- গ) শংকৰ – মাধৱৰ পৰৱৰ্তী বৈষ্ণৱ ভক্তই ।

প্ৰশ্ন ১৩৫) ‘বৰগীত’সমূহক ‘Noble Numbers’ আখ্যা কোনে দিছে ?

ক) কালিৰাম মেধিয়ে ।

খ) বাণীকান্ত কাকতিয়ে ।

গ) মহেশ্বৰ নেওগে ।

ঘ) সত্যেন্দ্ৰনাথ শৰ্মাই ।

উত্তৰঃ- খ) বাণীকান্ত কাকতিয়ে ।

প্ৰশ্ন ১৩৬) কোন ভকতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ ‘বৰগীত’বোৰ জুইত পুৰি নষ্ট হৈছিল ? 

ক) কমলা গায়নে ।

খ) হৰি গায়নে ।

গ) ৰামনাৰায়ণ গায়নে ।

ঘ) কৃষ্ণৰাম গায়নে ।

উত্তৰঃ- ক) কমলা গায়নে ।

প্ৰশ্ন ১৩৭) ‘মন মেৰি ৰাম চৰণেহি লাগু’ বৰগীতটোৰ ৰচক ―

ক) মাধৱদেৱ ।

খ) শংকৰদেৱ ।

গ) ৰামচৰণ ঠাকুৰ ।

ঘ) দামোদৰ দেৱ ।

উত্তৰঃ- খ) শংকৰদেৱ ।

প্ৰশ্ন ১৩৮) তলৰ কোনটো বছৰত মাধৱদেৱৰ জন্ম হৈছিল ?

ক) ১৪৬৯ খ্ৰীষ্টাব্দত ।

খ) ১৪৭৯ খ্ৰীষ্টাব্দত ।

গ) ১৪৮৯ খ্ৰীষ্টাব্দত ।

ঘ) ১৪৯৯ খ্ৰীষ্টাব্দত ।

উত্তৰঃ- গ) ১৪৮৯ খ্ৰীষ্টাব্দত ।

প্ৰশ্ন ১৩৯) মাধৱদেৱৰ মাতৃৰ নাম কি আছিল ?

ক) অনসূয়া ।

খ) কৃষ্ণকান্তি ।

গ) পদ্মপ্রিয়া ।

ঘ) মনোৰমা ।

উত্তৰঃ- ঘ) মনোৰমা ।

প্ৰশ্ন ১৪০) মাধৱদেৱৰ ভনীয়েকৰ নাক কি আছিল ?

ক) সত্যভামা ।

খ) ৰুক্মিণী ।

গ) উৰ্বশী ।

ঘ) ৰম্ভাৱতী ।

উত্তৰঃ- গ) উৰ্বশী ।

প্ৰশ্ন ১৪১) ৰামদাস কোন আছিল ?

ক)  মাধৱদেৱৰ ভাগিনে ।

খ) মাধৱদেৱৰ বৈনায়েক ।

গ) মাধৱদেৱৰ ভতিজাক ।

ঘ) মাধৱদেৱৰ মোমায়েক ।

উত্তৰঃ-  খ) মাধৱদেৱৰ বৈনায়েক ।

প্ৰশ্ন ১৪২)  তলৰ কোনটো বছৰত মাধৱদেৱৰ মৃত্যু হৈছিল ?

ক) ১৫৮৬ খ্ৰীষ্টাব্দত ।

খ) ১৫৬৬ খ্ৰীষ্টাব্দত ।

গ) ১৫৯৬ খ্ৰীষ্টাব্দত ।

ঘ) ১৫৭৬ খ্ৰীষ্টাব্দত ।

উত্তৰঃ- গ) ১৫৯৬ খ্ৰীষ্টাব্দত ।

প্ৰশ্ন ১৪৩)  তলৰ কোনখন তত্ত্বমূলক গ্ৰন্থ মাধৱদেৱ অনূদিত ?

ক) ভক্তিপ্ৰদীপ ।

খ) ভক্তিমঙ্গল ।

গ) ভক্তিবিবেগ ।

ঘ) ভক্তি ৰত্নাৱলী ।

উত্তৰঃ- ঘ) ভক্তি ৰত্নাৱলী ।

প্ৰশ্ন  ১৪৪) মাধৱদেৱৰ ভক্তি জীৱনৰ সৰ্বস্ব বুলি কোৱা হয় ― 

ক) বাৎসল্য প্ৰেম ।

খ) দাস্য প্ৰেম ।

গ) শৃংগাৰ প্ৰেম ।

ঘ) সখ্যভাৱ ।

উত্তৰঃ- ক) বাৎসল্য  প্ৰেম ।

প্ৰশ্ন ১৪৫) চৰিত পুথিমতে মাধৱদেৱ ৰচিত কি কবিতা পঢ়ি শংকৰদেৱ অভিভূত হৈছিল ?

ক) তেজৰে কমলাপতি….. ।

খ) জয় গুৰু শংকৰ ….. ।

গ) পৰভাতে শ্যামকানু ।

ঘ) ধেনু লৈয়া যায় ….. ।

উত্তৰঃ-  খ) জয় গুৰু শংকৰ ….. ।

প্ৰশ্ন ১৪৬) কোচ ৰাজ্যৰ কোন ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্মপ্ৰচাৰ কৰিছিল ?

ক) নৰনাৰায়ণ ।

খ) লক্ষ্মী নাৰায়ণ ।

গ) ৰঘুদেৱ নাৰায়ণ ।

ঘ) প্ৰতাপ নাৰায়ণ ।

উত্তৰঃ- খ) লক্ষ্মী নাৰায়ণ ।

প্ৰশ্ন ১৪৭) কাৰ উৎসাহাত মাধৱদেৱে ‘ৰাজসূয় কাব্য’ ৰচনা কৰিছিল ?

ক) লক্ষ্মী নাৰায়ণৰ ।

খ) শুক্লধ্বজৰ ।

গ) নৰনাৰায়ণৰ ।

ঘ) ৰঘুদেৱ নাৰায়ণৰ ।

উত্তৰঃ- খ) শুক্লধ্বজৰ ।

প্ৰশ্ন ১৪৮) মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস কি ?

ক) দাস্য আৰু বাৎসল্য ৰস ।

খ) কৰুণ ৰস ।

গ) শান্ত ৰস ।

ঘ) হাস্য ৰস ।

উত্তৰঃ- ক) দাস্য আৰু বাৎসল্য ৰস ।

প্ৰশ্ন ১৪৯) ‘নামমালিকা’ পুথিখনৰ মূল ৰচক কোন ?

ক) শংকৰদেৱ ।

খ) মাধৱ কন্দলি ।

গ) পুৰুষোত্তম গজপতি ।

ঘ) নৰনাৰায়ণ ।

উত্তৰঃ- গ) পুৰুষোত্তম গজপতি ।

প্ৰশ্ন ১৫০)  তলৰ কোনখন পুথি মাধৱদেৱ ৰচিত নহয় ?

ক) চোৰধৰা ।

খ) অৰ্জুন ভঞ্জন ।

গ) পিম্পৰা গুচোৱা ।

ঘ) ৰামবিজয় ।

উত্তৰঃ- ঘ) ৰামবিজয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top