Class 9 Yoga Chapter 3 খাদ্য আৰু মানৱ দেহ

Class 9 Yoga Chapter 3 খাদ্য আৰু মানৱ দেহ Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Yoga Chapter 3 খাদ্য আৰু মানৱ দেহ Notes PDF and select need one.

Class 9 Yoga Chapter 3 খাদ্য আৰু মানৱ দেহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Yoga Chapter 3 খাদ্য আৰু মানৱ দেহ Solutions for All Subject, You can practice these here.

খাদ্য আৰু মানৱ দেহ

Chapter – 3

অনুশীলনী

১। (ক) এজন ব্যক্তিক খাদ্যৰ প্রয়োজন কিয়?

উত্তৰঃ এজন মানুহৰ সঠিক বিকাশ আৰু দৈহিক গঠনৰ বাবে পুষ্টিকৰ আৰু সঙ্কলিত খাদ্য গ্রহণ কৰা অতি আৱশ্যক।

(খ) খাদ্য পদার্থক কিমানটা ভাগত ভাগ কৰিছে বর্ণনা কৰা।

উত্তৰঃ খাদ্য পদার্থক তিনিটা ভাগত ভাগ কৰা হৈছে- 

সেই ভাগ কেইটা হ’ল- 

(১) শৰ্কৰা বা কার্বডাইড্রেট।

(২) প্রটিন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(৩) চর্বি।

(১) শৰ্কৰা বা কার্বডাইড্রেট: শর্কৰা জাতীয় খাদ্য পদার্থই শৰীৰক কর্ম কৰাৰ শক্তি দিয়ে আৰু শৰীৰত তাপ উৎপন্ন কৰে। এই জাতীয় খাদ্য অতিৰিক্ত গ্রহণ কৰিলে বা নির্দিষ্ট পৰিমাণতকৈ বেছি গ্রহণ কৰিলে শৰীৰৰ ওজন বৃদ্ধি, কলেষ্টেবল আদি তেজত বৃদ্ধি হৈ নানান ৰোগ উৎপন্ন কৰিব পাৰে।

(২) প্রটিন: এইবিধ খাদ্য পদার্থই শৰীৰৰ বৃদ্ধি আৰু ক্ষয়-ক্ষতি পূৰণ কৰে। শৰীৰ বৃদ্ধিৰ বাবে কম বয়সৰ ল’ৰা-ছোৱালীক প্ৰ’টিনৰ প্ৰয়োজন। প্ৰ’টিন দুই ধৰণৰ আছে। উদ্ভিজ প্র’টিন আৰু প্রাণীজ প্র’টিন। এই দুয়োবিধ নির্দিষ্ট পৰিমাণে গ্রহণ কৰা দৰকাৰ। উদ্ভিজ প্ৰ’টিনৰ পার্শ্বক্রিয়া নাথাকে। ৩৫ বছৰৰ পাছত শৰীৰৰ বৃদ্ধি নাথাকে তেতিয়া প্র’টিনৰ মাত্রা কমাই দিব লাগে। প্রয়োজনতকৈ অতিৰিক্ত প্রটিন গ্রহণ কৰিলে তেজত ইউৰিয়া, ইউৰিন, ইউৰিক এছিড বৃদ্ধি হয়।

(৩) চর্বি: এইবিধ খাদ্য পদার্থ শৰীৰত জমা হৈ থাকে। উপবাস, দীর্ঘ সময় ধৰি খাদ্য গ্রহণ নকৰা অৱস্থাত শৰীৰক তাপ আৰু শক্তি যোগান দিয়ে। ই শাৰীৰিক পৰিশ্ৰম কৰা লোকক শক্তি যোগান দিয়ে। খাদ্য পদার্থ হজম কৰিবলৈও চর্বি জাতীয় পদার্থৰ প্রয়োজন হয়। কিন্তু চর্বি গ্রহণ কৰিলে মেদ বৃদ্ধি হয় আৰু যকৃতৰ ৰোগ হয়।

(গ) পানীৰ উপকাৰিতা সম্পর্কে বর্ণনা কৰা।

উত্তৰঃ যিকোনো জীৱ এটা জীয়াই থাকিবলৈ বায়ুৰ যেনেধৰণৰ দৰকাৰ ঠিক তেনেকৈ পানীৰ অবিহনে কোনো জীবই জীয়াই থাকিব নোৱাৰে। পানীৰ প্রধান কার্য হ’ল পাচন তন্ত্রব মাজেৰে যোৱা খাদ্য পদার্থক প্রবাহিত কৰিবলৈ আৰু খাদ্যক শৰীৰে গ্ৰহণ কৰাৰ উপযোগী কৰি তোলা। আনফালে আকৌ পাচন তন্ত্রত থকা অলাগতিয়াল পদার্থসমূহ মলদ্বাৰেৰে নিষ্কাশিত কৰা। শৰীৰে ওহি লোৱা অলাগতিয়াল পদার্থসমূহক পাতল কৰি প্রস্রাৱৰ মাধ্যমেৰে শৰীৰৰ পৰা উলিয়াই দিয়া। সেইকাৰণে যোগশাস্ত্রত খালী পেটত প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামর্শ দিয়ে।

(ঘ) ভিটামিনে কেনেধৰণে শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰে।

উত্তৰঃ এই জাতীয় খাদ্য পদার্থই শৰীৰমন্ত্রক সুচাৰুস্বৰূপে পৰিচালনা আৰু ৰোগাক্রমণৰ পৰা শহীদত ৰক্ষা কৰে। আগলৈ উল্লেখ কৰা ভিটামিনবোৰে বিভিন্ন প্ৰকাৰেৰে শৰীৰৰ যন্ত্ৰবোৰ পৰিচালনা কৰে আৰু ৰোগ আক্রমণ প্রতিহত কৰে।

(ঙ) খনিজ লৱণ মানৱ দেহত কেনেকৈ দৰকাৰ বৰ্ণনা কৰা।

উত্তৰঃ খনিজ লৱণবোৰ কংকাল আৰু কোমল কোষকলাৰ সৈতে জড়িত গাঁথনিগত কাৰ্যৰ বাবে আৰু স্নায়ুপেশীৰ সংক্ৰমণ, তেজ গোট মৰা, অক্সিজেন পৰিবহন, আৰু এনজাইমেটিক কাৰ্যকলাপ সহ নিয়ামক কাৰ্যৰ বাবে দায়বদ্ধ।

(চ) মিতাহাব সম্পর্কে কি জানা লিখা।

উত্তৰঃ যিকোনো কর্ম কৰোঁতে শক্তিৰ প্রয়োজন হয়। খোৱা খাদ্য হজম কৰোঁতেও শক্তি ক্ষয় হয়। যোগশাস্ত্রত নির্দিষ্ট লক্ষ্য প্রাপ্তিৰ বাবে শক্তি সফলৰ প্রয়োজনতা গুৰুত্ব দিছে। যোগীসকলে অতিৰিক্ত খাদ্য গ্রহণ কৰি হজম কৰা অতিৰিক্ত শক্তি ক্ষয় কৰাৰ পক্ষপাতি নহয়। উদ্দেশ্য প্রাপ্তিৰ বাবে মিতাহাবৰ সিদ্ধান্ত আনিছে। এই সিদ্ধান্ত মতে সহজ পাচ্য, হিস্ক খাদ্য গ্রহণ কৰা। ভোজনৰ পৰিমাণ এনেধৰণে। উল্লেখ কৰিছে যে পাকদুলীৰ আধ্য অংশ ভোজন পদার্থ হ’ব লাগিব। বাকী আধা আংশৰ আধা অর্থাৎ পাকস্থলীৰ চাৰি ভাগৰ এক অংশ পানী আক বাকী চাৰিভাগৰ এক অংশ বায়ু চলাচলৰ বাবে খালি ৰাখিব লাগে।

(ছ) যৌগিকভাৱে আহাৰ বিভাজন কৰি মনৰ ওপৰত প্রভাৱ বর্ণনা কৰা।

উত্তৰঃ যৌগিকভাৱে আহাৰ বিভাজনকৰি মনৰ ওপৰত যোগিক আহাৰ বিভাজনে প্রভাৱ নিম্নলিখিতভাৱে বর্ণনা কৰা যায়:

১। শাৰীৰিক স্বাস্থ্যত প্ৰভাৱ: যৌগিক আহাৰ মানৱ শাৰীৰিক স্বাস্থ্যত গুণগতভাৱে প্রভাৱিত কৰে। যৌগিকভাৱে বিভক্ত আহাৰ প্ৰদান কৰি সমগ্ৰ পোষণ বাৰ্তা মিলিৰে প্ৰদান কৰে।

২। মানসিক স্বাস্থ্যত প্রভাৱ: মানৱৰ মানসিক স্বাস্থ্যত যৌগিক আহাৰ ব্যৱস্থাপন আৰু যৌগিকভাৱে যাওৱাৰ উপৰি প্ৰভাৱিত হয়। মানুহৰ মানসিক স্থিতি আৰু আত্মবিশ্বাস বজায় ৰক্ষা কৰিবলৈ ভোঁলো খোৱাৰ প্ৰয়োজন।

৩। কাৰ্য ক্ষমতাৰ প্ৰভাৱ: যৌগিক আহাৰ উচ্চ শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য প্রদান কৰি, কাৰ্য ক্ষমতাৰ বাঢ়িবলৈ সাহায্য কৰে। একেবাৰে এই স্বাস্থ্যকাৰক শাৰীৰিক এবং মানসিক উত্তেজনা দিয়ে কার্যক্ষমতা বার্ধিত হয়।

৪। সম্পর্কৰ গুণগত প্রভার: কোনোবা প্রেমিক অথবা বন্ধু এই দুর্বল প্রস্তুতিত কোনো পোষক আহাৰ প্ৰদান কৰি অনুভৱ কৰিবলৈ ভাল অৱস্থাৰ স্বাস্থ্যকাৰক নিশ্চিত কৰে।

(জ) স্বাস্থ্য আৰু সুস্থতাৰ সম্পৰ্কে কি জানা লিখা?

উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ৰোগৰ ক্ষেত্রত কোনো লোক শাৰীৰিকভাবে সুস্থ অনুভৱ কৰা নাই বা মানসিকভাৱে সুস্থ অনুভৱ কৰা নাই বা সামাজিকভাবে সুস্থ অনুভৱ কৰা নাই বা পাৰিপাৰ্শ্বিকভাৱে সুস্থ অনুভৱ কৰা নাই সেইজনক ৰোগী বুলি কৈছে। গতিকে স্বাস্থ্য আৰু সুস্থতা বুলিলে এজন মানুহৰ স্বাস্থ্য লাভ আৰু প্রসন্নতা। অর্থাৎ মানুহজন শাৰীৰিকভাৱে, মানসিকভাবে আৰু সামাজিকভাবে ৰোগমুক্ত, উৎসাহী, উদ্যমী আৰু প্রসন্নচিত্তৰ হ’ব লাগিব। 

(ঝ) বিশ্ব স্বাস্থ্য সংস্থাই ৰোগৰ যি ধাৰণা দিছে বর্ণনা কৰা।

উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থা (WHO) একটি পূর্বণি অবস্থিত সার্বজনীন স্বাস্থ্য সংস্থা যিটো বিশ্বে স্বাস্থ্য সমস্যাৰ বিষয়ে গবেষণা কৰে আৰু সুপাৰিশ দিয়াৰ অভিজ্ঞতা দিয়া হয়। এই সংস্থা স্বাস্থ্য বিষয়ে নীতি তৈয়াৰী, সুৰক্ষা আক পুনঃস্থাপন কৰাৰ জন্য অধ্যাদেশ বানায় আক বিভিন্ন স্বাস্থ্য অধিকাৰী সংস্থা আক সুবিধা প্রদান কৰে। WHO এছিয়া বিশ্বত্তক স্বাস্থ্য সমস্যা আৰু প্ৰতিবন্ধীৰ বিষয়ে সম্পূর্ণ সংগ্রহযোগ্য তথ্য উপলব্ধ কৰাৰ মাধ্যমে ভূগোল দক্ষিণ স্বাস্থ্য বিজ্ঞান, সাধাৰণ মানবীয় স্বাস্থ্য আৰু স্বাস্থ্যসংক্রান্ত বিষয়ে জ্ঞান বৃদ্ধি কৰে।

(ঞ) বয়স অনুসৰি উচ্চতা আৰু ওজনৰ তালিকা প্রস্তুত কৰা।

উত্তৰঃ 

বয়সল’ৰাছোৱালী
উচ্চতা (চে. মি.)ওজন (কি. গ্ৰা.)উচ্চতা (চে. মি.)ওজন (কি. গ্ৰা.)
১০৩.৪১৬.৫১০৩.২১৬.৪
১০৮.৭১৮.৪১০৯.১১৮.৪
১১৮.৯২২.১১১৭.৩২১.৩
১২৩.৩২৪.৫১২২.৯২৪.৮
১২৭.৯২৬.৪১২৬.৮২৬.১
১৩৩.৬৩০.০১৩২.৩২৯.৭
১০১৩৮.৫৩২.৪১৩৪.৫৩৩.৫
১১১৪৩.৯৩৫.৫১৪৪.১৩৬.৫
১২১৪৮.৪৩৮.৮১৫০.৩৪২.৬
১৩১৫৪.৯৪২.৯১৫৩.০৪৪.৪
১৪১৬১.৭৪৮.৩১৫৫.১৪৬.৭
১৫১৬৫.৩৫২.২১৫৫.৩৪৮.২
১৬১৬৮.৪৫৫.৫১৫৫.৪৪৯.৮
১৭১৬৮.৯৫৯.০১৫৬.৪৪৯.৯
১৮১৬৯.৯৬১.১১৫৬.৮৫০.১

(ট) এজন ব্যক্তিৰ উচ্চতা ১৬৫ মোমিঃ আৰু ওমে ৬০ কিঃগ্রাঃ। ব‍্যক্তিজনৰ BMI গুলোরা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

(ঠ) ৰক্তচাপৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ তেজ প্রবাহিত হোৱা নলীত যিমান জোৰেৰে তেজৰ হেঁচা পবে তাকে ৰক্তচাপ বোলে। হৃদযন্ত্ৰৰ বাওঁ নিলয় সংকুচিত হোৱা সময়ত মহাধমনী হৈ তেজ ওলাই অহাৰ সময়ত ধমনীত যি চাপৰ সৃষ্টি কৰে তাক Systolic Pressure বোলে আৰু প্ৰসাৰিত হোৱা সময়ত ধমনীৰ মাজেৰে এটা ন্যূনতম চাপত তেজ প্রৱাহিত হয়।

(ড) পানী খোৱাৰ নিয়মখিনি উল্লেখ কৰা।

উত্তৰঃ পানী খোৱাৰ নিয়মখিনি হ’ল-

(১) বাঁও নাকেৰে উশাহ বৈ থকা সময়ত পানী খাব লাগে। সোঁ নাকেৰে উশাহ বৈ থকা সময়ত পানী খালে অম্লৰোগ হয়।

(২) পূর্ণ ভোজন আৰু চর্বি জাতীয় আহাৰ বেছি পৰিমাণে খালে পানী লগে লগে খাব নেলাগে।

(৩) ভোজনৰ এক/ডেৰ ঘণ্টা পিছত পানী খাব লাগে।

(৪) এদিনত মুঠতে ২-৩ লিটাৰ পানী খাব পাৰে।

(ঢ) ছালৰ যত্ন কেনেকৈ ল’ব লাগে।

উত্তৰঃ ছালৰ যত্ন এনেদৰেই লব লাগে-

(১) খালী গাবে ব’দত ৫/৭ মিনিট বহি তেল মালিচ কৰিব লাগে আৰু গামোচাৰে ভালদৰে খাঁই গা ধুব লাগে।

(২) নেমুৰ বসত পানী অলপ মিহলাই গোটেই শৰীৰত ঘাঁহ শুকাই লৈ গা ধুব লাগে।

(৩) নিমপাত সিজাই সেই পানীৰে গা ধুব লাগে।

(ন) চকুৰ যত্ন কেনেকৈ ল’ব লাগে।

উত্তৰঃ (১) খালী ভৰিৰে ৰাতিপুৱা সূৰ্য্য উঠাৰ আগে আগে ঘাঁহৰ ওপৰত খোজকঢ়া আৰু দৃষ্টি দূৰব সেউজীয়া গছ-গছনি পাহাৰ আদিত থাকিব লাগে।

(২) দিনত দুইবাৰ দুইবাৰ বিশুদ্ধ ঠান্ডা পানীৰে চকু ধুৱা তাৰ পাছত দূৰত আৰু ওচৰত নির্দিষ্ট বস্তুত এক দৃষ্টিৰে এক মিনিট চাই থাকিব লাগে।

(৩) টি ভি আদি এক দৃষ্টিত চাই থাকিব নেলাগে এনেকুৱা উজ্জ্বল বস্তু চোৱাৰ সময়ত মাজে মাজে দৃষ্টি আনফালে লৈ যোৱা আৰু ৮/১০ বাৰ খুব দ্রুতগতিত চকুৰ পলক মৰাটো আবশ্যকীয়

(৪) গা ধোৱা সময়ত পানীত হাত তিয়াই তলুৱাই দি দুই চকু বন্ধ কবি ক্রমে হেঁচা ঢিলা কৰিব লাগে।

(৫) ঢিলাই দিয়া সময়ত লক্ষ্য বাখিব লাগে যাতে (ভিতৰৰ বায়ুৰ চাপ কমাই) চকু অলপ ওপৰলৈ উঠি আহে। এই ক্রিয়া ৪/৫ বাৰ কৰিব লাগে ধ্যান আৰু প্রাণায়াম আদি।

২। খালী ঠাই পূৰণ কৰা:

(ক) কার্বহাইড্রেট জাতীয় খাদ্যই শৰীৰত ___________ যোগান ধৰে।

উত্তৰঃ কার্বহাইড্রেট জাতীয় খাদ্যই শৰীৰত শক্তিৰ যোগান ধৰে।

(খ) ভিটামিন __________ ছালৰ ৰোগ দূৰ কৰে।

উত্তৰঃ ভিটামিন ডি ছালৰ ৰোগ দূৰ কৰে।

(গ) কেলচিয়াম মানৱ দেহৰ ___________ প্ৰচুৰ পৰিমাণে থাকে।

উত্তৰঃ কেলচিয়াম মানৱ দেহৰ শৰীৰত প্ৰচুৰ পৰিমাণে থাকে।

(ঘ) শৰীৰত আয়’ডিনৰ কার্যকৰী স্থান ____________।

উত্তৰঃ শৰীৰত আয়’ডিনৰ কার্যকৰী স্থান থাইৰয়ড গ্রন্থি

(ঙ) মিতাহাবত ভোজন পেটৰ ___________অংশ হ’ব লাগে।

উত্তৰঃ মিতাহাবত ভোজন পেটৰ আধা অংশ হ’ব লাগে।

(চ) প্রাচীন ভাৰতীয় শল্য চিকিৎসকগৰাকীৰ নাম __________।

উত্তৰঃ প্রাচীন ভাৰতীয় শল্য চিকিৎসকগৰাকীৰ নাম সুশ্রুত

(ছ) আমাৰ শৰীৰৰ মল তিনি হ’ল মল, মুত্র আৰু ___________।

উত্তৰঃ আমাৰ শৰীৰৰ মল তিনি হ’ল মল, মুত্ৰ আৰু স্বেদ

(জ) এজন ব্যক্তিৰ BMI ৩০ হ’লে ___________ বেমাৰৰ চিকাৰ হৈছে বুলি জানিব পাৰি।

উত্তৰঃ এজন ব্যক্তিৰ BMI ৩০ হ’লে মহাবেশ বেমাৰৰ চিকাৰ হৈছে বুলি জানিব পাৰি।

(ঝ) ১৪-১৯ বছৰৰ ছাত্র-ছাত্রীৰ সাধাৰণ ৰক্তচাপ _________ হ’ ব।

উত্তৰঃ ১৪-১৯ বছৰৰ ছাত্র-ছাত্রীৰ সাধাৰণ ৰক্তচাপ ১২০ হ’ ব।

(ঞ) খাদ্য ___________ নাকত চর্বি থকা সময়ত খাব লাগে।

উত্তৰঃ খাদ্য সংকীৰ্ণ নাকত চর্বি থকা সময়ত খাব লাগে।

৩। শুদ্ধ উত্তৰটোত এই চিন দিয়া।

(ক) ভিটামিন ‘চি’ থকা খাদ্য।

(১) চাউল।

(২) আটা।

(৩) ঘিউ।

(৪) আমলখি।

উত্তৰঃ (৪) আমলখি।

(খ) শৰীৰত অক্সিজেন প্রবাহিত কৰে।

(১) পটাচিয়াম।

(২) আইৰন।

(৩) কেলচিয়াম।

(৪) ক্ল’বিন।

উত্তৰঃ (৩) কেলচিয়াম।

(গ) যৌগিক আহাৰক ভাগ কৰিছে।

(১) ১ টা।

(২) ২ টা।

(৩) ৩ টা।

(৪) ৪ টা।

উত্তৰঃ (২) ২ টা।

(ঘ) কেলচিয়াম নিয়ন্ত্রণ কৰে-

(১) থাইৰয়ড গ্রন্থিয়ে।

(২) পেৰা-থাইৰয়ড গ্রন্থিয়ে।

(৩) তেজে।

(৪) পানী।

উত্তৰঃ (১) থাইৰয়ড গ্রন্থিয়ে।

(ঙ) ভিটামিন ‘ডি’ পোৱা যায়।

(১) সূর্যব ৰশ্মিত।

(২) সেউজীয়া শাকত।

(৩) বাদামত।

(৪) আটাত।

উত্তৰঃ (১) সূর্যব ৰশ্মিত।

(চ) মানৱ দেহৰ মূল উপাদান ধাতু কেইটা?

(১) ৫ টা।

(২) ৬ টা।

(৩) ৭ টা।

(৪) ৮ টা।

উত্তৰঃ (২) ৬ টা।

(ছ) BMI ৰ মান সুস্থ মানুহৰ থাকিব।

(১) ১৮.৫-২৪.৫।

(২) ২০.৫-২৫.৫।

(৩) ২২.৫-২৮.৫।

(৪) ২৪.৫-৩০.৫।

উত্তৰঃ (১) ১৮.৫-২৪.৫।

(জ) মানুহৰ সাধাৰণ ৰক্তচাপ ধৰা হয়।

(১) ১১০/৭৫।

(২) ১১৫/৭৭।

(৩) ১২০/৮০।

(৪) ১৩০/৯০।

উত্তৰঃ (৩) ১২০/৮০।

(ঝ) মানুহৰ সাধাৰণ স্পনন্দ ধৰা হয়।

(১) ৭০/মিনিট।

(২) ৭২/মিনিট।

(৩) ৭৬/মিনিট।

(৪) ৭৮/মিনিট।

উত্তৰঃ (২) ৭২/মিনিট।

(ঞ) মামূহৰ সাধাৰণ তাপমাত্ৰা ধৰা হয়।

(১) ৯৫.০F

(২) ৯৭.৪F

(৩) ৯৮.৬F

(৪) ৯৯.৪F

উত্তৰঃ (৩) ৯৮.৬F

8. দলীয় আলোচনা/গৃহলিখন কার্য:

(ক) খাদ্যৰ প্রয়োজনীয়তা।

উত্তৰঃ এজন মানুহৰ সঠিক বিকাশ আৰু দৈহিক গঠনৰ বাবে পুষ্টিকৰ আৰু সজ্বলিত খাদ্য গ্রহণ কৰা অতি আবশ্যক। আমি এনেধৰণৰ খাদ্যও গ্রহণ কৰো যি অপকাৰী ৰাগিয়াল খাদ্যই মানুহৰ জীৱনক ধ্বংস কৰে। আমি খাদ্য নির্বাচন কৰোঁতে জানিব লাগিব যে কোনবিধ খাদ্য কিমান পৰিমাণে গ্রহণ কৰিব লাগিব। অতিৰিক্ত ভোজন কৰিলে হজম কৰাত কষ্ট হয় আক কম ভোজন কৰিলে শৰীৰৰ কর্মক্ষমতা কমি আছে, দুর্বল হয়, বোগে সহজে আক্রমণ কৰে।

(খ) ভিটামিনৰ প্রয়োজনীয়তা।

উত্তৰঃ শাৰীৰিক কাৰ্যৰ বাবে ভিটামিন আৰু খনিজ অত্যাৱশ্যকীয় যেনে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰা, আঘাত নিৰাময় কৰা, আমাৰ হাড় শক্তিশালী কৰা আৰু হৰমন নিয়ন্ত্ৰণ কৰা। ভিটামিন আৰু খনিজ পদাৰ্থই বিষাক্ততা সৃষ্টি কৰিব পাৰে যদি বৃহৎ পৰিমাণত সেৱন কৰা হয়।

(গ) স্বাস্থ্য আৰু সুস্থতা।

উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ৰোগৰ ক্ষেত্ৰত এনেদৰে কৈছে যে কোনো লোক ধাৰীৰিকভাবে সুস্থ অনুভৱ কৰা নাই বা মানসিকভারে সুস্থ অনুভৱ কৰা নাই বা সামাজিকভাবে সুস্থ অনুভৱ কৰা নাই বা পাৰিপার্শ্বিকভাবে সুস্থ অনুভৱ কৰা নাই সেইজনক ৰোগী বুলি কৈছে। গতিকে স্বাস্থ্য আৰু সুস্থতা বুলি ক’লে আমি এনেধৰণেৰে ভাৱিব লাগিব যে- এজন মানুহৰ স্বাস্থ্য লাভ। আৰু প্রসন্নতা। অর্থাৎ মানুহজন শাৰীৰিকভাৱে, মানসিকভাৱে আৰু সামাজিকভাবে বোগমুক্ত, উৎ উদ্যমী আৰু প্রসন্নচিত্তৰ হ’ব লাগিব।

(ঘ) ৰক্তচাপ।

উত্তৰঃ তেজ প্রবাহিত হোৱা নলীত যিমান জোৰেৰে তেজৰ হেঁচা পৰে তাকে বক্তচাপ বোলে। হৃদযন্ত্ৰৰ বাওঁ নিলয় সংকুচিত হোৱা সময়ত মহাধমনী হৈ তেজ ওলাই অহাৰ সময়ত ধমনীত যি চাপৰ সৃষ্টি কৰে তাক Systolic Pressure বোলে আৰু প্ৰসাৰিত হোৱা সময়ত ধমনীৰ মাজেৰে এটা ন্যূনতম চাপত তেজ প্রৱাহিত হয়।

৫. পত্র পঠন (Paper Reading)

(ক) মিতাহাৰ।

উত্তৰঃ যিকোনো কর্ম কৰোঁতে শক্তিৰ প্রয়োজন হয়। খোৱা খাদ্য হজম কৰোঁতেও শক্তি ক্ষয় হয়। যোগশাস্ত্রত নির্দিষ্ট লক্ষ্য প্রাপ্তিৰ বাবে শক্তি সঞ্চয়ৰ প্রয়োজনত গুৰুত্ব দিছে। যোগীসকলে অতিৰিক্ত খাদ্য গ্রহণ কৰি হজম কৰা অতিরিক্ত শক্তি ক্ষয় কৰা পক্ষপাতিনহয় উদ্দেশ্য প্রাপ্তিৰ বাবে মিতাহাৰৰ সিদ্ধান্ত আনিছে। এই সিদ্ধান্ত মতে সহজ পাচ্য, স্নিগ্ধ খাদ্য গ্রহণ কৰা। ভোজনৰ পৰিমাণ এনেধৰণে উল্লেখ কৰিছে যে পাকস্থলীৰ আধা অংশ ভোজন পদার্থ হ’ব লাগিব। বাকী আধা অংশৰ আধা অর্থাৎ পাকস্থলীৰ চাৰি ভাগৰ এক অংশ পানী অঙ্ক বাকী চাৰিভাগৰ এক অংশ বায়ু চলাচলৰ বাবে খালী ৰাখিব লাগে।

(খ) যৌগিক আহাৰ।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে লিখা।

(গ) সাধাৰণ স্বাস্থ্য। 

উত্তৰঃ সাধাৰণ স্বাস্থ্য আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই আমাক ফিট হৈ থকাত সহায় কৰে। সুস্থ জীৱন যাপনৰ স্বাৰ্থত আমি আমাৰ স্বাস্থ্যৰ সঠিক যত্ন লোৱা উচিত। সুস্থ হৈ থকা মানে আমি সুস্থ শৰীৰৰ লগতে সুস্থ মন এটাও থাকিব লাগে।

(ঘ) স্বাস্থ্য ৰক্ষাৰ নিয়ম।

উত্তৰঃ স্বাস্থ্য ৰক্ষাৰ নিয়ম হ’ল-

১। স্বাস্থ্যকে প্ৰধানত ধ্যান দিবলৈ প্ৰতি দিন সৰ্বাধিক কম অমঙ্গল খন যেনে খাব লাগে।

২। নিয়মিত শাৰীৰিক চালচালন কৰিব যেনে শাৰীৰিক স্বাস্থ্য উন্নত হৈ যায়।

৩। প্ৰতিদিন যোগাযোগ কৰিব যেনে মানুহে মানসিকভাৱে সুস্থ থাকে।

৪। ধূম্‌, মদ্য আৰু বেশী পৰিমাণত শুঁধু স্বাস্থ্যকে ক্ষতি দিয়ে থাকে, ইয়াত বহুতোকৈ ক্ষতি কৰে। এই ক্ষতি কৰা সামগ্ৰী প্ৰত্যক্ষদৃষ্টিতে অসুস্থ হোৱা হ’লে আৰু সেজনি অসুস্থতা আগবাঢ়াওক সম্পৰ্কত প্ৰমাণিত।

৫। নিয়মিত নিৰীহ পরীক্ষা কৰাওক। নিৰীহ পৰীক্ষা প্ৰত্যক্ষদৃষ্টিতে আৰু অসুস্থতা বাৰ্তাৱলৈ সহায় কৰে।

৬। উচ্চ জীৱনপদ ধৰাৰ অতি মধ্যে প্ৰতিটি দিন প্ৰতিটি পৰিকল্পনা আৰম্ভ কৰিব। 

৭। অধিক আবাসিক আবাসন হৈছে এটি অসুস্থকর। সমুদৰিত বায়ু আবাসন অনুভব কৰক। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top