Class 9 Yoga Chapter 2 যোগ বিজ্ঞান

Class 9 Yoga Chapter 2 যোগ বিজ্ঞান Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Yoga Chapter 2 যোগ বিজ্ঞান Notes PDF and select need one.

Class 9 Yoga Chapter 2 যোগ বিজ্ঞান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Yoga Chapter 2 যোগ বিজ্ঞান Solutions for All Subject, You can practice these here.

যোগ বিজ্ঞান

Chapter – 2

অনুশীলনী

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা:

(ক) আসন কাক বোলে, ইয়াৰ সংজ্ঞা লিখা।

উত্তৰঃ আসন হ’ল বহাৰ স্থান বা উপকৰণ। মানবদেহ ধাৰণ কৰি থকা জীৱত্মাই বহা ঠাই এই শৰীৰ। আমাৰ এই দেহটোক ঘেৰগুসংহিতাত ঘট বুলি কৈছে। এই ঘটটো স্থাপন কৰা স্থানক আসন বুলি কয়। আধ্যাত্মিক দৃষ্টিৰে জীৱত্মা আমাৰ শৰীৰ ৰূপী আসনত বহি আছে। জীৱাত্মাৰ আসনৰূপী শৰীৰক শাস্ত্রবিহিত ভংগিমাৰে ছিব বখাক আসন বুলি কোৱা হয়।

আসনৰ সংজ্ঞা: পতঞ্জলি ঋষিয়ে আসনৰ সংজ্ঞা এনেধৰণে আগবঢ়াইছে – ‘দ্বিবসুখমাসনম’

সুখপূর্বক অর্থাৎ কোনো কষ্ট নোপোৱাকৈ শাস্ত্রবিহিত ভংগীমাৰে শৰিধৱ স্থিৰ বহাক আসন বুলি কৈছে। আসনসিদ্ধিৰ লক্ষণকেইটা হৈছে- আসনৰ স্থিতিত শৰীৰ-মনৰ কোনো কষ্ট অনুভৱ নোহোৱা। শৰীৰত কোনো কম্পন নোহোৱা, ঘাম নোলোৱা, শীত বা গৰমৰ অনুভূতি নোহোৱা অবস্থা পতঞ্জলি আৰু অন্য যোগীসকলে আসন সিদ্ধি হোৱাৰ পাছতহে কৰাৰ নিৰ্দেশ দিছে।

(খ) ধ্যানাসনৰ বিষয়ে কি জানা, লিখা।

উত্তৰঃ যিবোৰ আসনত বহি প্রাণায়াম, ধ্যান-ধাৰণা আদি কৰা হয়, সেইবোৰ আসন ধ্যানাসনৰ অন্তর্গত। প্রাণায়াম কৰাৰ সময়ত হৃদযন্ত্ৰৰ গতি কম হ’ব লাগে। ধ্যানাসনবোৰে হৃদযন্ত্ৰৰ কষ্ট আৰু গতি লাঘৱ কৰে। ধ্যানাসনত বহিলে আমাৰ শৰীৰৰ নিম্ন অংগত তেজ চলাচল কমি আহে। ফলস্বৰূপে মগজুত তেজৰ প্ৰভাৱ বৃদ্ধি হয়। তেজৰ লগত মিহলি হৈ যোৱা অক্সিজেনে মগজুৰ কৰ্ম কৰাত সহযোগ কৰে। ধ্যান-ধাৰণা, গৱেষণা কৰাসকলৰ মগজুত যথেষ্ট পৰিমাণে অক্সিজেনৰ প্রয়োজন হয়। ধ্যানাসন মানে জানিব লাগিব যে শৰীৰৰ নিম্ন অংগত তেজৰ প্ৰৱাহ কম কৰি উর্ধ্বঅংগত বৃদ্ধি কৰা। যোগশাস্ত্রত ৭ টা ধ্যানাসনৰ কথা উল্লেখ পোৱা যায়। যেনে- 

১। সিদ্ধাসন।

২। পদ্মাসন।

৩। ভদ্রাসন।

৪। বজ্রাসন।

৫। স্বস্তিকাসন।

৬। বীৰাসন বা অর্দ্ধপদ্মাসন।

৭। গোমুখাসন।

(গ) স্বাস্থ্যাসনৰ বিষয়ে কি জানা, লিখা।

উত্তৰঃ যিবোৰ আসনৰ দ্বাৰা শৰীৰ নির্দিষ্ট স্থান বা অংগৰ সংকোচন, প্ৰসাৰণ বা চাপৰ সৃষ্টি কৰা হয়, সেইবোৰ স্বাস্থ্যাসনৰ অন্তৰ্গত। শৰীৰৰ নির্দিষ্ট অংগক প্ৰসাৰণ বা চাপৰ দ্বাৰা সেই নির্দিষ্ট স্থানত অক্সিজেন মিহলি হৈ থকা তেজৰ প্ৰৱাহক বৃদ্ধি কৰা, তাৰ মাধ্যমেৰে সেই স্থানৰ কলা (Tissue) বা কোষসমূহক সক্ৰিয় কৰি ৰোগমুক্ত কৰা বা ক্ষমতা বৃদ্ধি কৰা স্বাস্থ্যাসন বহুপ্রকাৰৰ আছে। শৰীৰৰ বেমাৰ আসনক স্বাস্থ্যাসন বোলে।

(ঘ) বিশ্রামাসনৰ উপকাৰিতা বর্ণনা কৰা।

উত্তৰঃ নিয়মীয়া শাৰীৰিক সক্ৰিয়তাইন পেশীৰ শক্তি উন্নত কৰিব পাৰে আৰু সহনশীলতা বৃদ্ধি কৰিব পাৰে। ব্যায়ামে মানুহৰ কোষকলালৈ অক্সিজেন আৰু পুষ্টি প্ৰেৰণ কৰে আৰু কাৰ্ডিওভাস্কুলাৰ প্ৰণালীক অধিক দক্ষতাৰে কাম কৰাত সহায় কৰে। আৰু যেতিয়া মানুহৰ হৃদযন্ত্ৰ আৰু হাঁওফাঁওৰ স্বাস্থ্য উন্নত হয়, তেতিয়া সকলোৱে  দৈনন্দিন কামৰ মোকাবিলা কৰিবলৈ অধিক শক্তি থাকে।

(ঙ) স্বাস্থ্যাসনৰ ক্ৰিয়াবোৰ উল্লেখ কৰা।

উত্তৰঃ স্বাস্থ্যাসনৰ ক্ৰিয়াবোৰ হল – 

১। নির্দিষ্ট স্থানত চাপ দিয়া।

২। নির্দিষ্ট স্থানৰ সংকোচন কৰা।

৩। নির্দিষ্ট স্থানৰ প্ৰসাৰণ কৰা।

৪। নির্দিষ্ট স্থানত পকোৱা।

(চ) স্বাস্থ্যাসনক কিমানটা ভাগত ভাগ কৰিছে আৰু এই ভাগবোৰ লিখা?

উত্তৰঃ স্বাস্থ্যাসনক ৭ তা ভাগত ভাগ কৰিব পাৰি।

১। ভাৰসাম্য ৰক্ষা কৰা।

২। সমুখলৈ হালি কৰা।

৩। পিছফালে হালি কৰা।

৪। কাষত হালি কৰা।

৫। বিপৰীতকৰণী ক্ৰমত কৰা।

৬। উপাঙ্গ সঞ্চালন।

৭। পকোৱা।

(ছ) আসন কেনেকৈ নিৰ্বাচন কৰিবা?

উত্তৰঃ বয়স্ক লোকে ভাৰসাম্য ৰক্ষা কৰা আসন কৰাৰ দৰকাৰ নাই। আনবোৰ আসনতকৈ সমুখলৈ হালি কৰা আসনৰ সংখ্যা বেছি হ’ব লাগে। বিপৰীত কৰণী ক্রমত কৰা আসন সর্বশেষত কৰা ভাল। উচ্চ ৰক্তচাপ থকা বা হৃদযন্ত্র দুর্বল জনে বিপৰীত ক্রমত কৰা আসন কৰিব নালাগে। একেবেলাত ১০ টাতকৈ বেছি আসন কৰিব নালাগে।

(জ) আসনৰ লাভালাভ সম্পর্কে লিখা।

উত্তৰঃ আসনৰ লাভালাভ হ’ল- 

 ১। আসনৰ দ্বাৰা শৰীৰ দৃঢ় আৰু মজবুত হয়।

২। শীত আৰু উষ্ম সহ্য কৰাৰ ক্ষমতা বৃদ্ধি হয়।

৩। শৰীৰৰ সকলো অংগ ক্রিয়াশীল হয়।

৪। শৰীৰৰ ভিতৰত থকাযন্ত্ৰবোৰৰ কাৰ্য ক্ষমতা বৃদ্ধি কৰিব পৰা যায়।

৫। ত্রুটিপূর্ণ অংগৰ ত্রুটিমুক্ত কৰা সম্ভব হয়।

৬। ৰোগ প্রতিষেধক ক্ষমতা বৃদ্ধি হয়। সাধাৰণতে ৰোগে আক্রমণ কৰিব নোৱাৰে।

৭। কোনো ৰোগ হ’লে তাক আৰোগ্য কৰাত সহায় কৰে।

৮। মগজুৰ ক্রিয়া ক্ষমতা বৃদ্ধি কৰিব পাৰি।

৯। স্নায়ুতন্ত্র সক্রিয় কৰি ৰাখিব পাৰি।

১০। যিকোনো কর্ম কৰাৰ সাহস বৃদ্ধি হয়।

(ঝ) মুদ্রা কি? শৰীৰত মুদ্রাৰ প্রভাব কেনেকৈ পৰে বৰ্ণনা কৰা।

উত্তৰঃ সংস্কৃত মুদ্‌’ ধাতুৰ পৰা এই শব্দটো অনা হৈছে। ‘মুদ’ শব্দৰ অৰ্থ হৈছে আমোদ, প্রমোদ, হর্ষ ইত্যাদি। মুদ্রাৰ অভ্যাসে শৰীৰৰ অন্ত্যস্রাবী গ্রন্থি (Endocrine Gland) সমূহৰ ওপৰত প্ৰভাৱ পৰে। মুদ্রাৰ অভ্যাসে গ্রন্থিৰ ওপৰত প্রাভাৱ পেলায়। কিন্তু বন্ধবোধে বিশেষ ৰূপে  বক্তবাহী নাড়ীৰ ওপৰত প্রভাব পেলায়। বক্তবাহী নাড়ীবোৰত বিশেষ উদ্দেশ্যৰে বিশেষ স্থানত বন্ধ বা কদ্ধ কৰি ৰখা প্রক্রিয়াই হ’ল বন্ধ। বন্ধবোধ বিশেষ ৰূপত প্রাণায়াম আৰু কুণ্ডলিনী জাগৰণত ব্যৱহাৰ কৰা হয়।

(ঞ) ১২ বছৰৰ তলৰ ল’ৰা-ছোৱালীক মুদ্রা আৰু বন্ধ কিয় কৰাব নালাগে?

উত্তৰঃ ১২ বছৰৰ তলৰ ল’ৰা-ছোৱালীক মুদ্রা আৰু বন্ধ কৰাব নালাগে কাৰণ হ’ল প্রকৃতিৰ নিয়মত বিভিন্ন বয়সত বিভিন্ন গ্রন্থিৰ বিকাশ হোৱাৰ লগতে শৰীৰৰ অন্ত্যস্রাবী বসবোৰে গুৰুত্বপূর্ণ ক্রিয়া আৰু ভাৱৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে। মুদ্রা আৰু বন্ধৰ অভ্যাসে কম বয়সত গ্রন্থিবোৰৰ বিকাশ হ’লে প্রকৃতিৰ নিয়মৰ বিপৰীতে কম বয়সত প্রাপ্তবয়স্ক লোকৰ আচৰণ দেখা পোৱা যায়। সেইকাৰণে যোগীসকলে কম বয়সৰ ল’ৰা- ছোৱালীক মুদ্রা আৰু বন্ধ কৰিবলৈ নিদিয়ে।

(ট) প্ৰাণবায়ু কাৰ্য কি?

উত্তৰঃ প্রাণবায়ুক বহু পণ্ডিতে অক্সিজেনৰ লগত তুলনা কৰে। প্ৰাণবায়ু অক্সিজেনৰেই আধাৰ। কিন্তু কেবল অক্সিজেনেই নহয় মৃতপ্রায় মানুহক অক্সিজেন দিয়া দেখিছো, কিন্তু সেই অক্সিজেনে কাৰোবাৰ প্রাণ ৰক্ষা হয় আৰু কাৰোবাৰ প্ৰাণ ৰক্ষা নহয়। প্রাণবায়ু সম্পর্কে ধাৰণা দিয়া অতি সহজ নহয়। জীৱদেহত চেতনাৰ অস্তিত্বক অনুভূতি কৰোৱা তত্ত্বটোৱে প্রাণ বা প্ৰাণবায়ু। এই প্রাণবায়ুৰ উপস্থিতিয়েই জীৱ, অনুপস্থিতিয়েই জড়। আমি গ্রহণ কৰা খাদ্য, বতাহ, পানী সকলো লগ লাগি প্রাণ সঞ্চাৰ হয়।

(ঠ) প্রাণায়ামৰ সংজ্ঞা কি? প্রাণায়ামৰ যান্ত্রিক প্রক্রিয়া কি কি বর্ণনা কৰা।

উত্তৰঃ প্রানায়মৰ সংজ্ঞা: প্ৰাণায়াম হৈছে ব্যক্তিৰ উশাহ নিয়ন্ত্ৰণ কৰাৰ প্ৰাচীন প্ৰথা। মানুহৰ প্ৰতিটো উশাহ আৰু ধৰি ৰখাৰ সময়, ম্যাদ আৰু সঘনতা নিয়ন্ত্ৰণ কৰে। প্ৰাণায়ামৰ লক্ষ্য হৈছে মানুহৰ শৰীৰ আৰু মনক সংযোগ কৰা। ই বিষাক্ত পদাৰ্থ আঁতৰ হোৱাৰ সময়ত মানুহৰ শৰীৰক অক্সিজেন যোগান ধৰে।

প্রাণায়ামৰ যান্ত্রিক প্রক্রিয়া হ’ল-

(১) বাহিৰৰ বতাহ টানি ভিতৰলৈ লৈ যোৱা প্ৰক্রিয়া।

(২) ভিতৰলৈ লৈ যোৱা বতাহ ৰুদ্ধ কৰি ৰখা।

(৩) বতাহ উলিয়াই দিয়া প্ৰক্ৰিয়া।

(ড) নাড়ীশুদ্ধি কিয় প্রয়োজন?

উত্তৰঃ যোগশাস্ত্ৰত শৰীৰত তেজ প্রৱাহিত হোৱা খাদ্য পদার্থ, মল আদি প্রৱাহিত হোৱা, সংবেদনা প্রৱাহিত হোৱা সকলো তন্ত্রক নাড়ী বুলি কয়। নাড়ীশুদ্ধিৰ অথই হৈছে এই নাড়ীসমূহে সুন্দৰভাৱে বিনা বাধাত নিজৰ কৰ্ম সম্পাদন কৰিবৰ বাবে নাড়ীশুদ্ধি প্ৰয়োজন।

(ঢ) কুম্ভকৰ সাধাৰণ নিয়ম কি?

উত্তৰঃ কুম্ভকৰ সাধাৰণ নিয়ম: 

(১) পূব বা উত্তৰ মুখ হৈ পদ্মাসন বা যিকোনো ধ্যানাসনত ৰাজহাড় আৰু গল পোন কৰি বহিব লাগে। 

(২) চকু বন্ধ কৰি বাওঁহাতেৰে বাঁও আঁঠু ধৰি সোঁহাতেৰে নাসিকা মুদ্রাৰ  দ্বাৰা নাক ধৰিব লাগে। 

(৩) কুম্ভক কৰা সময়ত থুতৰি কণ্ঠকূপত (জালন্ধৰ বন্ধমূদ্রা) আৰু মলনাড়ী সংকুচিত (মূলবন্ধ মুদ্রা) কৰিব লাগে। 

(৪) ৰেচকৰ শেষত পেটৰ ওপৰৰ অংশৰ দ্বাৰা হাওফাওঁৰ তলৰ অংশত উর্ধগতিত চাপ দিব (উড্ডীয়ান বন্ধ মুদ্রা) লাগে। যাতে সকলো বায়ু বাহিৰলৈ ওলাই যায়। 

(৫) পূৰক ৰেচক বৈ ৰৈ কৰিব নালাগে। পূৰক এটা দীঘল উশাহত হ’ব লাগিব আৰু ৰেচক এটা দীঘল উশাহত হ’ব লাগিব। পূৰকতকৈ ৰেচকৰ উশাহ ত্যাগ কৰাত দীঘলীয়া সময় হ’ব লাগিব। 

(৬) কুম্ভক কৰা সময়। প্রাণবায়ু, অপান বায়ু আৰু সমান বায়ু একলগ হ’ব।

(ন) প্রাণায়ামৰ মাত্রা সম্পর্কে কি জানা, লিখা।

উত্তৰঃ উচ্চস্তৰৰ প্ৰাণায়ামবোৰ অভ্যাস কৰিবলৈ হ’লে গুৰুৰ সান্নিধ্যত কৰিব লাগিব। প্রানায়ামৰ বহু নিয়ম আছে। ঘেৰণ্ড সংহিতাত প্রাণায়ামৰ পূৰ্বে চাৰিটা বিষয়ৰ কথা উল্লেখ কৰিছে। যেনে-উপযুক্ত স্থান, বিহিত কাল, পৰিমিত আহাৰ আৰু নাড়ীশুদ্ধি। মাত্রানুসাৰে প্ৰাণায়ামক শাস্ত্রত উল্লেখ যে অধম মাত্ৰাৰ প্ৰাণায়াম সাধন কৰিলে ঘাম ওলাব। মধ্যম মাত্ৰাৰ সিদ্ধি হ’লে মেঝ কম্পন হ’ব। অর্থাৎ ৰাজহাড় মাজত থকা স্নায়ুডাল কপিব। উত্তম মাত্ৰাৰ সিদ্ধি হ’লে সাধক ভূমি ত্যাগ কৰি শূণ্যত শৰীৰ ৰাখিব পাৰিব। কিন্তু এইবোৰ প্ৰাণায়াম গুৰুৰ নির্দেশমতে শিকিব লাগে। নহ’লে বিপদৰ সম্ভাবনা আছে। প্রাণায়ামৰ কুস্তকে হৃদযন্ত্রৰ ওপৰত প্ৰভাৱ পেলায়। সেইকাৰণে সাধাৰণ মানুহে কুস্তকৰ মাত্রা অতি কম পৰিমাণে ল’ব লাগে। প্রথম প্রথম কুম্ভক নকৰাকৈ কেবল মাত্র দীর্ঘশ্বসনৰ অভ্যাস কৰিব লাগে। তাতেই শৰীৰৰ বাবে আবশ্যকীয় অক্সিজেনখিনি পাব।

(ত) পাশ্চাত্য প্রাণায়াম সম্পর্কে কি জানা, লিখা।

উত্তৰঃ পাশ্চাত্য প্রাণায়াম শৰীৰ অংগ সঞ্চালনৰ তালে তালে শ্বাস- প্রশ্বাসত বিধিসম্মতভাৱে পৰিচালনা কৰাকে  পাশ্চাত্য প্রাণায়াম বোলে। ৰোগ নিৰাময় বা শৰীৰক ৰোগমুক্ত ৰাখিবলৈ পাশ্চাত্য প্রাণায়ামৰ গুৰুত্ব অধিক অংগ সঞ্চালনৰ লগে লগে মানৱ দেহৰ তেজ এটা স্থানৰ পৰা আন এটা স্থানলৈ অতি সহজে চলাচল কৰিব পাৰি। তেজত মিহলি হৈ থকা অক্সিজেনৰ দ্বাৰা শৰীৰৰ বিভিন্ন স্থানত থকা কোষবোৰ জীয়াই থাকে। বিনা অক্সিজেনত কোষবোৰৰ মৃত্যু হয়।

(থ) সহজ প্ৰাণায়ামৰ মূল বৈশিষ্ট্য কি?

উত্তৰঃ সহজ প্ৰাণায়ামৰ মূল বৈশিষ্ট্য হ’ল-

(১) সহজ প্রাণায়ামে শৰীৰক ৰোগমুক্ত কৰে। 

(২) শৰীৰৰ ৰোগ প্রতিষেধক ক্ষমতা বৃদ্ধি কৰে।

(৩) সহজে চর্দি- কাহ আদিয়ে আক্রমণ কৰিব নোৱাৰে। 

(৪) তেজ পৰিষ্কাৰ হোৱাৰ লগতে ছালৰ ৰোগ, গাৰ বিষ আদি দূৰ কৰাৰ ক্ষমতা আছে। 

(৫) পূৱা কিছু সময় যিকোনো ধ্যানাসনত বহি এই প্রাণায়াম কৰিলে দিনটোৰ বাবে লাগতিয়াল অক্সিজেনখিনি পাব পাৰি আৰু দিনটো কর্মক্ষম হৈ থাকিব পাৰিব।

(দ) বৈদিক প্ৰাণায়ামৰ সম্পৰ্কে কি জানা, লিখা।

উত্তৰঃ বৈদিক কালত যোগবিদ্যাৰ বিকাশ হৈছিল। প্রাণায়াম কেৱল মাত্ৰ শৰীৰৰ বিকাশত নাৰাখি মনৰ বিকাশতো সংযোজিত কৰা হৈছিল। ইয়াৰ বাবে পুৰক, কুম্ভক আৰু ৰেচকৰ সময়ত ধ্যানক সংযোজিত কৰা হৈছিল। বৈদিক দেৱতা, ব্রহ্মা, বিষ্ণু আৰু মহেশ্বৰক ধ্যান কৰাৰ বিধান থকাৰ বাবে এই প্রাণায়ামৰ নাম বৈদিক প্রাণায়াম। ব্রহ্মা পুৱা উঠা বেলিৰ নিচিনা উজ্বল আৰু ৰক্তবর্ণ। বিষ্ণু আকাশৰ নিচিনা নীলা বৰণৰ, মহেশ্বৰ মেঘৰ নিচিনা শুভ্রবর্ণ। এই তিনি দেৱতাৰ ধ্যান সদায় কৰিব লাগে। পুৱা উঠা বেলিৰ বৰণ ধ্যান কৰিলে বায়ুৰ দ্বাৰা উদ্ভৱ হোৱা ৰোগ আৰোগ্য হয়। নীলা বৰণৰ ধ্যান কৰি পিত্তৰ দ্বাৰা উদ্ভৱ হোৱা ৰোগ আৰোগ্য হয়।

(ধ) হঠযোগৰ অন্তৰ্গত প্রাণায়ামৰ মূল বৈশিষ্ট্য কি?

উত্তৰঃ হঠযোগৰ অন্তৰ্গত প্রাণায়ামৰ মূল বৈশিষ্ট্য হ’ল

(১) সূর্যভেদ।

(২) উজ্জায়ী।

(৩) সীৎকাৰী।

(৪) শীতলী।

(৫) ভস্ত্রিকা।

(৬) ভ্রামৰী।

(৭) মূৰ্চ্ছা।

(৮) প্লাবনী।

(ন) জাৰকালি কোনটো প্রাণায়াম কৰিব নালাগে আৰু কিয়?

উত্তৰঃ জাৰকালি এটি হিন্দু যোগাসন আৰু প্রাণায়ামৰ প্ৰথম অংশ। এতিয়া এটি অসম আৰু অন্য অঞ্চলত প্ৰচলিত নহয় কিন্তু বিশেষভাবে পূৰ্বত ভাৰতৰ আচাৰ অনুসৰি সংযুক্ত কৰা হৈছে।

২। খালী ঠাই পূৰ কৰা:

(ক) যোগ শাস্ত্রত ____________ টা ধ্যানসন আছে।

উত্তৰঃ যোগ শাস্ত্ৰত চাৰিটা ধ্যানসন আছে।

(খ) আসনক ____________ টা ভাগত ভাগ কৰা হৈছে।

উত্তৰঃ আসনক সাতটা ভাগত ভাগ কৰা হৈছে।

(গ)  __________ শ্রেষ্ঠ আসন বুলি ধৰা হয়।

উত্তৰঃ সপ্ত শ্রেষ্ঠ আসন বুলি ধৰা হয়।

(ঘ) Warm up আসনৰ __________ কৰিব লাগে।

উত্তৰঃ Warm up আসনৰ পাছত কৰিব লাগে।

(৫) আসন অভ্যাসব শেষাত _________ কৰিব লাগে।

উত্তৰঃ আসন অভ্যাসৰ শেষত শবাস কৰিব লাগে।

(৬) প্রাণবায়ু __________ থাকে।

উত্তৰঃ প্রাণবায়ু উশাহত থাকে।

(৭) নাড়ীশুদ্ধি ___________ কৰ্মৰ দ্বাৰা হ’ব পাৰে।

উত্তৰঃ নাড়ীশুদ্ধি ধ্যানে কৰ্মৰ দ্বাৰা হ’ব পাৰে।

(৮) বাত, পিত্ত ___________শৰীৰক পৰিচালনা কৰে।

উত্তৰঃ বাত, পিত্ত দোষ শৰীৰক পৰিচালনা কৰে।

(৯) প্রাণায়ামৰ কুম্ভকে ___________ ওপৰত প্ৰভাৱ পৰে।

উত্তৰঃ প্ৰাণায়ামৰ কুম্ভকে মাথোত ওপৰত প্ৰভাৱ পৰে।

(১০) সহজ প্রাণায়াম ____________ বিনা কৰা হয়।

উত্তৰঃ সহজ প্রাণায়াম অনুভব বিনা কৰা হয়।

৩। শুদ্ধ উত্তৰটোত (√)  এই চিন দিয়া।

(ক) যোগব্যায়াম আৰম্ভ কৰিব লাগে।

(১) ওপৰৰ পৰা। 

(২) মাজৰ পৰা।

(৩) হাতৰ পৰা।

(৪) তলৰ পৰা।

উত্তৰঃ (৪) তলৰ পৰা।

(খ) আসন কৰিব নালাগে।

(১) ৩ টাতকৈ বেছি।

(২) ৫ টাতকৈ বেছি।

(৩) ৭ টাতকৈ বেছি।

(৪) ১০ টাতকৈ বেছি।

উত্তৰঃ (২) ৫ টাতকৈ বেছি।

(গ) আসন কৰাৰ সময়ত পিন্ধিব লাগে।

(১) ঢিলা কাপোৰ।

(২) টান কাপোৰ।

(৩) এটাও নহয়।

উত্তৰঃ (২) টান কাপোৰ।

(ঘ) যোগাভ্যাস কৰিব পাবে ভাত খোৱাৰ।

(১) এক ঘণ্টাৰ ঘণ্টাৰ পাছত।

(২) দুই ঘণ্টাৰ পাছত।

(৩) তিনি ঘণ্টাৰ পামৃত।

(৪) চাৰি ঘণ্টাৰ পাছত।

উত্তৰঃ (৩) তিনি ঘণ্টাৰ পামৃত।

(ঙ) যোগাভ্যাস কৰাব উত্তম সময়।

(১) পুৱা।

(২) আবেলি।

(৩) দুপৰীয়া।

(৪) যিকোনো সময়ত।

উত্তৰঃ (৪) যিকোনো সময়ত।

(চ) খোজ কাঢ়ি কৰা প্রাণায়াম।

(১) পাশ্চাত্য প্রাণায়া।

(২) ভ্রমণ প্রাণায়াম।

(৩) বৈদিক প্রাণায়াম। 

(৪) সূর্যভেদ প্রাণায়াম।

উত্তৰঃ (২) ভ্রমণ প্রাণায়াম।

(ছ) মাত্রাত কৰা প্ৰাণায়াম।

(১) উত্তম।

(২) মধ্যম।

(৩) অধম।

উত্তৰঃ (১) উত্তম।

(জ) হঠযোগৰ অন্তর্গত কুম্ভক আছে।

(১) ৬ টা।

(২) ৭ টা।

(৩) ৮ টা। 

(৪) ১ টা।

উত্তৰঃ (২) ৭ টা।

(ঝ) প্রাণায়ামৰ পূর্বে কৰা দৰকাৰ।

(১) নাড়ীশুদ্ধি।

(২) কপালভাতি।

(৩) ধ্যান।

উত্তৰঃ (২) কপালভাতি।

(ঞ) নাভিত থকা বায়ুটোৰ নাম-

(১) প্রাণবায়ু।

(২) সমান বায়ু।

(৩) অপান বায়ু।

উত্তৰঃ (৩) অপান বায়ু।

৪। দলীয় আলোচনা/গৃহলিখন কার্য।

(ক) আসন।

উত্তৰঃ আসন হ’ল বহাৰ এক স্থান বা উপকৰণ। মানৱদেহ ধাৰণ কৰি থকা জীৱাত্মাই বহ্য ঠাই এই শৰীৰ আমাৰ এই দেহটোক ঘেৰগুসংহিতাত ঘট বুলি কৈছে। এই ঘটটো স্থাপন কৰা স্থানক আসন বুলি কয়। আধ্যাত্মিক দৃষ্টিৰে জীৱাত্মা আমাৰ শৰীৰৰূপী আসনত বহি আছে। জীৱাত্মাৰ আসনৰূপী শৰীৰক শাস্ত্রবিহিত ভংগিমাৰে স্থিৰ ৰখাক আসন বুলি কয়। আসনক হঠযোগীসকলে যোগৰ আৰম্ভণিৰ স্তৰ বুলি কয়। আসনৰ দ্বাৰা ৰোগ নিৰাময় কৰি দীর্ঘসময় একে স্থিতিত বহি ঈশ্বৰ উপাসনা কৰা যোগীসকলৰ লক্ষ্য আছিল।

(খ) মুদ্ৰা।

উত্তৰঃ দৈনন্দিন জীৱনত ক্ৰয়-বিক্ৰয় সংঘটিত হয় সেই ধনৰ ৰূপটোৱেই হৈছে মুদ্ৰা। ইয়াৰ ভিতৰত মুদ্ৰা আৰু কাগজৰ নোট দুয়োটা অন্তৰ্ভুক্ত। সাধাৰণতে এখন দেশত ব্যৱহৃত মুদ্ৰা সেই দেশৰ চৰকাৰী ব্যৱস্থাৰ দ্বাৰা সৃষ্টি হয়। যেনে ভাৰতত টকা, পইচা আৰু মুদ্ৰা।

(গ) পঞ্চবায়ু।

উত্তৰঃ প্রাণবায়ক বহু পণ্ডিতে অক্সিজেনৰ লগত তুলনা কৰে। প্রাণবায়ু অক্সিজেনৰেই আধাৰ। কিন্তু কেবল অক্সিজেনেই নহয় মৃতপ্রায় মানুহক অক্সিজেন দিয়া দেখিছো, কিন্তু সেই অক্সিজেনে কাৰোবাৰ প্ৰাণ ৰক্ষা হয় আৰু কাৰোবাৰ প্রাণ ৰক্ষা নহয়। প্রাণবায়ু সম্পর্কে ধাৰণ দিয়া অতি সহজ নহয় আমি ক’ব পাৰোঁ যে জীবদেহত চেতনাৰ অস্তিত্বক অনুভূতি কলোৰা তত্ত্বটোৱে প্রাণ বা প্রাণবায়। এই প্রাণবায়ুৰ উপস্থিতিয়েই জীৱ, অনুপস্থিতিয়েই গুড।

(ঘ) ভ্রমণ প্রাণায়াম।

উত্তৰঃ প্রাতঃকাল অর্থাৎ সূর্যোদয়ৰ আগতে উঠি ৰাস্তাত বা পথাৰত মুকলি ঠাইত খোজ কাঢ়ি কাঢ়ি বিশুদ্ধ বায়ু সেৱন কৰিলে শৰীৰ ৰোগমুক্ত হোৱাৰ লগতে শৰীৰ সতেজ হয়। বহুমূত্ৰ ৰোগীয়ে পুৱা ৪ কিলোমিটাৰ মান মুকলি ঠাইত খোজ কাঢ়িলে ৰোগ আৰোগ্যত আচৰিত ধৰণৰ ফল পায়।

৫। পত্র পঠন (Paper Reading) 

(ক) আসনৰ উপকাৰিতা।

উত্তৰঃ আসনৰ উপকাৰিতা হ’ল- 

১। আসনৰ দ্বাৰা শৰীৰ দৃঢ় আৰু মজবুত হয়।

২। শীত আৰু উষ্ম সহ্য কৰাৰ ক্ষমতা বৃদ্ধি হয়।

৩। শৰীৰৰ সকলো অংগ ক্রিয়াশীল হয়।

৪। শৰীৰৰ ভিতৰত থকা যন্ত্রবোৰৰ কার্য ক্ষমতা বৃদ্ধি কৰিব পৰা যায়।

৫। ত্রুটিপূর্ণ অংগৰ ত্রুটিমুক্ত কৰা সম্ভৱ হয়।

৬। ৰোগ প্রতিষেধক ক্ষমতা বৃদ্ধি হয়। সাধাৰণতে ৰোগে আক্রমণ কৰিব নোৱাৰে।

৭। কোনো ৰোগ হ’লে তাক আৰোগ্য কৰাত সহায় কৰে। 

৮। মগজুৰ ক্রিয়া ক্ষমতা বৃদ্ধি কৰিব পাৰি।

৯। স্নায়ুতন্ত্র সক্ৰিয় কৰি ৰাখিব পাৰি।

১০। যিকোনো কর্ম কৰাৰ সাহস বৃদ্ধি হয়।

(খ) মুল্লাৰ উপকাৰিতা আৰু নিষিদ্ধ।

উত্তৰঃ মুল্লাৰ উপকাৰিতা:

১। মুল্লা বিভিন্ন ধৰণৰ বুৰঞ্জী, কুঞ্জী, আৰু বিভিন্ন কাপৰী বহন কৰিবলৈ সহায় কৰে।

২। সমর্থ অসুবিধা কাম্যতাৰ সাহায্যে মুল্লা ব্যবহাৰ কৰিবলৈ ব্যবহৃত হয়।

৩। মুল্লাৰ বাবে বিভিন্ন উপায়ে প্রতিৱৰ্তন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়।

মুল্লাৰ নিষিদ্ধ:

১। মুল্লা প্রয়োজনীয় নহয় হ’লেও সৃষ্টি কৰিব নোৱা অত্যন্ত কষ্টদায়ক হ’লে।

২। মুল্লাৰ ব্যবহাৰ বাৱেত অত্যন্ত জনপ্রিয়। সকলো বাচ্চাৰ বাবে উচিত নহয়।

৩। মুল্লা ধৰণৰ শিশুৰ মানসিক বিকাশ  তৈয়াৰ কৰিবলৈ দুর্বৃত্তি হিচাপে হ’লে।

(গ) প্ৰাণায়ামৰ সম্পর্কে কি জানা।

উত্তৰঃ প্ৰাণৰ আয়াম অৰ্থাৎ বৃদ্ধি কৰা, বিস্তাৰ কৰাক প্ৰাণায়াম বুলি ক’ব পাৰি।বর্হিঃজগতৰ প্ৰাণ খাদ্যৰূপে গ্রহণ কৰা প্ৰাণৰ সমন্বয় সাধন কৰি শৰীৰত থকা প্ৰাণৰ বিৱৰ্তন কৰা। প্রাণ হ’ল স্থূল আৰু সুক্ষুন্ন শৰীৰৰ সংযোগকাৰী মাধ্যম। এই মাধ্যমৰ উৎকর্ষ সাধন কৰা। বিশ্ব ব্রহ্মাণ্ডত ব্যাপ্ত হৈ থকা প্রাণশক্তিৰ লগত শৰীৰস্থ প্ৰাণৰ ঐক্য স্থাপন আৰু একাকাৰ হৈ যোৱা। প্রাণায়াম হ’ল বিনা ঘর্ষণে শ্বাস-প্রশ্বাস লোৱা।

(ঘ) প্ৰাণায়ামৰ উপকাৰিতা।

উত্তৰঃ প্ৰাণায়ামৰ উপকাৰিতা হ’ল-

১। শাৰীৰিক উন্নতি: প্ৰাণায়াম কৰিলে শ্বাসকে নিয়ন্ত্ৰিত কৰা হয় আৰু শ্বাসপ্ৰশ্বাস ব্যৱস্থাপনা উন্নত হয়। এটা নিয়ন্ত্ৰণবোধ আৰু শাৰীৰিক সম্পৃক্ত সমস্যা যেনে হোৱা পৰা মোক উপকৃত হয়। 

২। মানসিক সান্ত্বনা: প্ৰাণায়াম কৰিলে শাৰীৰিক আৰু মানসিক সান্ত্বনা বৃদ্ধি পায়। এটা অধিক নিদ্ৰা, চিন্তাৰ মুক্তি আৰু স্বতন্ত্ৰ মনেৰ উন্নতি কৰে।

৩। স্থায়ী চিত্ৰন: ধ্যান কৰিবলৈ প্ৰাণায়াম সহায়। এটা মেধাত্তা আৰু চিত্ৰন শক্তি বৃদ্ধি পায়।

৪। শাৰীৰিক ক্রিয়াৰ সুষ্ঠীকৰণ: প্ৰাণায়াম কৰিবলৈ অত্যন্ত উপকাৰী হয়। এটা স্বাস্থ্যক হাৰ্ম’নি, চলন-বলন আৰু শাৰীৰিক সংয়োগৰ সুষ্ঠীকৰণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top