Class 9 Assamese MCQ Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন

Class 9 Assamese MCQ Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

SEBA Class 9 Assamese MCQ Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন

Chapter – 10

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। ৰাজস্থানৰ ৰাজধানী কি?

উত্তৰঃ জয়পুৰ।

২। পিপলান্ত্ৰী গাঁওখন ক’ত অৱস্থিত?

উত্তৰঃ জয়পুৰ পৰা ৩৫০ কিলোমিটাৰ আঁতৰত অৱস্থিত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। কিহৰ বাবে পিপলান্ত্ৰী গাঁওখনে ‘গ্রীণিজ ৱলৰ্জ ৰেকৰ্ড’ছত স্থান পাইছিল?

উত্তৰঃ মাৰ্বল পাথৰৰ বাবে।

৪। মানুহে কিহৰ বাবে হাঁহাকাৰ কৰিবলগীয়া হয়?

উত্তৰঃ বিশুদ্ধ বতাহৰ বাবে।

৫। ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ আর্জেন্টিনাৰ এটা দলে।

৬। শ্যাম সুন্দৰ পালিৱালৰ জন্মৰ সময়ত পিপলান্ত্ৰি গাঁৱৰ কেনে আছিল?

উত্তৰঃ দুখলগা আছিল।

৭। শ্যাম সুন্দৰ পালিৱালৰ মাতৃৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স কিমান আছিল?

উত্তৰঃ ছবছৰ।

৮। ভূগৰ্ভৰ পানী কিমান ফুট তললৈ নামি গৈছিল?

উত্তৰঃ ৮০০ ফুট।

৯। কিমান চনত শ্যামসুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰে?

উত্তৰঃ ২০০৫ চনত।

১০। শ্যাম সুন্দৰ পালিৱালৰ কন্যাৰ নাম কি আছিল?

উত্তৰঃ কিৰণ।

১১। শ্যাম সুন্দৰ কন্যাৰ মৃত্যুৰ স্মৃতিত গাঁওখনত কি নতুন নিয়মৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণ কৰিব লাগিব।

১২। গাঁৱৰ প্ৰতিগৰাকী লোকক কেইটা দায়িত্ব অৰ্পণ কৰে?

উত্তৰঃ চাৰিটা।

১৩। শ্যাম সুন্দৰে গাঁৱৰ প্ৰতিগৰাকী লোকক কোন চাৰিটা দায়িত্ব অর্পণ কৰে?

উত্তৰঃ কন্যা সন্তানক ল’ৰা সন্তানৰ দৰে ভালদৰে ডাঙৰ-দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ- গছনি ৰুই প্ৰতি পালন কৰা, খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা।

১৪। পিপলান্ত্ৰি গাঁৱত এতিয়া কিমান জন লোক আছে?

উত্তৰঃ ৮০০০ ৰো অধিক।

১৫। পিপলান্ত্ৰি গাঁৱত প্ৰতি বছৰে কিমান জন সন্তানৰ জন্ম হয়?

উত্তৰঃ এশৰো অধিক।

১৬। পিপলান্ত্ৰি গাঁৱত কন্যা সন্তানৰ জন্ম হ’লে গাঁৱৰ ৰাইজে কিমান টকা তোলে?

উত্তৰঃ ২১০০০ টকা।

১৭। পিপলান্ত্ৰি গাঁৱত কন্যা সন্তানৰ জন্ম হ’লে সন্তানৰ পিতৃ-মাতৃৰ পৰা কিমান টকা লোৱা হয়?

উত্তৰঃ ১০০০০ টকা।

১৮। পিপলান্ত্ৰি গাঁৱত কন্যা সন্তানৰ জন্ম হ’লে মুঠ কিমান টকা সন্তানটিৰ নামত বেংকত ফিক্সড ডিপজিট কৰি ৰখা হয়?

উত্তৰঃ ৩১০০০ টকা।

১৯। ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে?

উত্তৰঃ গছত ৰছী বান্ধে।

২০। কিমান চনৰ পৰা পিপলান্ত্ৰি গাঁৱৰ মানুহে কন্যা সন্তান জন্ম হ’লে গছপুলি ৰোপণ কৰে?

উত্তৰঃ ২০০৫ চনৰ পৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top