Class 9 Assamese MCQ Chapter 12 লোক সংস্কৃতি

Class 9 Assamese MCQ Chapter 12 লোক সংস্কৃতি, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 12 লোক সংস্কৃতি Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 12 লোক সংস্কৃতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

SEBA Class 9 Assamese MCQ Chapter 12 লোক সংস্কৃতি Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 12 লোক সংস্কৃতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

লোক সংস্কৃতি

Chapter – 12

Short Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। লোক সংস্কৃতিৰ পাঠটিৰ লিখক কোন?

উত্তৰঃ ড° নবীন চন্দ্ৰ শৰ্মা।

২। লোক কৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?

উত্তৰঃ লোক সংস্কৃতি বোলা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। লোক সমাজক কোন সময়ৰ কথাৰ অধিক সমাদৰ?

উত্তৰঃ পুৰণীৰ দিনৰ কথা।

৪। লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়?

উত্তৰঃ ভৌতিক বা বস্তু সংস্কৃতি বোলা হয়।

৫। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথা পুথিখনৰ নাম কি?

উত্তৰঃ বুঢ়ী আইৰ সাধু।

৬। আবু শব্দৰ অৰ্থ লিখা?

উত্তৰঃ আইতা।

৭। পষ মানে কি?

 উত্তৰঃ পোন্ধৰ দিনৰ সময়সীমা।

৮। বুদ্ধদেৱৰ পূৰ্বজন্মৰ কাহিনীৰে পৰিপূৰ্ণ এখন ধৰ্মীয় পুথিৰ নাম লিখা?

উত্তৰঃ জাতক।

৯। জাতক কি ভাষাত ৰচিত?

উত্তৰঃ পালি।

১০। সমল মানে কি?

উত্তৰঃ দ্রব্য।

১১। কোনে লিখা-পঢ়া নথকা গঞা লোককেই সাধাৰণতে লোক বা জন বুলি আখ্যা দিছিল?

উত্তৰঃ পণ্ডিত ড° প্রফুল্ল দত্ত গোস্বামীয়ে।

১২। লোককৃষ্টি বা লোকসংস্কৃতি কাক বোলে?

উত্তৰঃ লোক বা জনৰ যি আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য-নাচ, পিন্ধা-উৰা, পূজা-উপাসনা, ৰীতি-নীতি, উৎসৱ-অনুষ্ঠান, খেলা-ধূলা আদিৰ সমষ্টিক লোককৃষ্টি বা লোকসংস্কৃতি বা গঞা সংস্কৃতি বুলিব পাৰি।

১৩। অ মাই যশোৱা হে…. মাই হে যশোৱা গীতটি কোনে লিখিত ৰূপ দিয়ে?

উত্তৰঃ ড° ভূপেন হাজৰিকাই।

১৪। লোক সাহত্য কেইটা উপভাগত ভগাব পাৰি?

উত্তৰঃ পাঁচটা।

১৫। ‘গদ্যধর্মী সাধুকথা বা লোক কথা, লোক সাহিত্য বা বাচিক কলাৰ উপভাগত পৰেনে?

উত্তৰঃ পৰে।

১৬। ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়ন সামগ্রী কি?

উত্তৰঃ ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্রী হৈছে জীৱন-ধাৰণৰ বাবে প্ৰযোজনীয় সমল নির্মাণ নাইবা খোৱা-লোৱা, বস্তু-সামগ্ৰী আদিৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top