Class 9 Assamese MCQ Chapter 16 সন্মান

Class 9 Assamese MCQ Chapter 16 সন্মান, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 16 সন্মান Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 16 সন্মান

Join Telegram channel

SEBA Class 9 Assamese MCQ Chapter 16 সন্মান Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese Chapter 16 সন্মান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সন্মান

Chapter – 16

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। সন্মান পাঠটোৰ লেখক কোন?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

২। হেমচন্দ্ৰ বৰুৱাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৮৩৫ চনত।

৩। হেমচন্দ্ৰ বৰুৱাৰ জন্ম ক’ত হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ শিৱসাগৰ ৰজাবাহৰ গাঁৱত।

৪। হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ মুক্তাৰাম বৰুৱা।

৫। হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু কেতিয়া হৈছিল?

 উত্তৰঃ ১৮৯৬ চনত।

৬। হেমচন্দ্ৰ বৰুৱাৰ গ্ৰন্থৰ এখনৰ নাম লিখা?

উত্তৰঃ হেমকোষ।

৭। অসমীয়া ব্যাকৰণ কোনে লিখিছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

৮। হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ আসাম নিউজ’।

৯। সন্মান নামৰ প্ৰবন্ধটি বৰুৱা দেৱৰ কোনখন পুথি পৰা লোৱা হৈছে?

উত্তৰঃ ‘পাঠ মালা’।

১০। ‘‘কানীয়া কীৰ্তন’ পুথিখন কাৰ?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

১১। বিহুন শব্দৰ অৰ্থ লিখা?

উত্তৰঃ ভয় বা শোকত অতিশয় আতুৰ।

১২। নাস্তিক মানে কি?

উত্তৰঃ ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰা।

১৩। লোতক শব্দৰ অৰ্থ কি?

উত্তৰঃ চকুৰ পানী।

১৪। ঘতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে?

উত্তৰঃ নোৱাৰে।

১৫। অসমীয়াৰ ভাষাৰ বৰ্ণবিন্যাসৰ খেলিমেলি কোনে আঁতৰ কৰিছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাদেৱে।

১৬। শিষ্ট শব্দৰ অৰ্থ লিখা?

 উত্তৰঃ সজ।

১৭। মলিন মানে কি?

উত্তৰঃ লেতেৰা।

১৮। নাস্তিক কাক বোলে?

উত্তৰঃ ঈশ্বৰক ভক্তি নকৰা লোকসকলক নাস্তিক বোলে।

১৯। ঈশ্বৰৰ পাচতে আমাৰ মাননীয় কোন?

উত্তৰঃ পিতৃ মাতৃ।

২০। দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোঁতা কোন?

উত্তৰঃ দেশৰ অধিকাৰসকল।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top