Class 9 Assamese MCQ Chapter 14 সুখ

Class 9 Assamese MCQ Chapter 14 সুখ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 14 সুখ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 14 সুখ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

SEBA Class 9 Assamese MCQ Chapter 14 সুখ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 14 সুখ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সুখ

Chapter – 14

Short Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। ‘সুখ’ নামৰ কবিতাটিৰ ৰচক কোন?

উত্তৰঃ  আনন্দ চন্দ্ৰ আগৰৱালা।

২। মানুহ কিহৰ বাবে বলিয়া?

উত্তৰঃ সুখৰ বাবে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। কবিয়ে মানুহক কিয় ‘দিন-কনা’ বুলি কৈছে?

উত্তৰঃ দেখিও নেদেখাৰ কোৰাণ।

৪। কাৰ পাছে পাছে মুখ ফুৰে বুলি কবিয়ে কৈছে?

উত্তৰঃ যিয়ে স্বাৰ্থ বলিদান দিব পাৰে।

৫। ‘অকল নিজৰ নিমিত্তে নহয়’— আমাৰ জীৱন ভাই তেন্তে আমাৰ জীৱন কাৰ বাবে?

উত্তৰঃ পৰৰ কাৰণেও আমি ভাবিব লাগে।

৬। সংসাৰত দুখ কিদৰে নোহোৱা হ’ব?

উত্তৰঃ পৰক আপোন কৰিব পাৰিলে।

৭। কবিয়ে কাক আপোন বুলিছে?

উত্তৰঃ পৃথিৱীৰ সকলো নৰ-নাৰীক।

৮। পৃথিৱীৰ সকলোকে কাৰ সন্তান বুলি কবিয়ে কৈছে?

উত্তৰঃ পৰম-পিতাৰ।

৯। কবিয়ে ‘পৱিত্ৰব্ৰত’ হিচাপে কি লোৱাৰ কথা কৈছে?

উত্তৰঃ মানুহৰ সেৱা-মানুহৰ পূজা।

১০। ‘মোহৰ জাল’ শব্দৰ অৰ্থ কি?

উত্তৰঃ মানুহৰ মোহ-মায়াকে বুজাইছে।

১১। স্বাৰ্থৰ বাটত কি থাকে?

উত্তৰঃ দুখৰ কাঁইট।

১২। খোজে পতি হুলে ক’ত বিন্ধে?

 উত্তৰঃ স্বাৰ্থৰ বাটত।

১৩। কবিয়ে ‘সেন্দূৰীয়া আলি’ বুলি কিহক বুজাইছে?

উত্তৰঃ নিস্বাৰ্থৰ বাটক।

১৪। সুগন্ধি কুসুম’ ক’ত ফুলে বুলি কবিয়ে কৈছে?

উত্তৰঃ নিস্বাৰ্থৰ বাটত।

১৫। কবিৰ মতে কেনেকুৱা জীৱন ‘বিশ্ব প্ৰেমেৰে ভৰপূৰ’?

উত্তৰঃ নিস্বাৰ্থ জীৱন বোৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top