⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 9 Assamese MCQ Chapter 15 চোৰ ধৰা

Class 9 Assamese MCQ Chapter 15 চোৰ ধৰা, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 15 চোৰ ধৰা Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 15 চোৰ ধৰা

SEBA Class 9 Assamese MCQ Chapter 15 চোৰ ধৰা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 15 চোৰ ধৰা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চোৰ ধৰা

Chapter – 15

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। চোৰ ধৰা পাঠটি লেখক কোন?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱ।

২। শ্রী শ্রী মাধদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৪৮৯ চনত।

৩। শ্রী শ্রী মাধদেৱ জন্ম ক’ত হৈছিল?

উত্তৰঃ লক্ষিমপুৰৰ নাৰায়পুৰত।

৪। অসম নৱবৈষ্ণৱ ভক্তিধৰ্ম আন্দোলনৰ গুৰি ধৰোতা কোন আছিল?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱ।

৫। নামঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰঃ মাধৱদেৱ।

৬। ভক্তি ৰত্নাৱলী খন কাৰ?

উত্তৰঃ মাধৱদেৱৰ।

৭। তাপ শব্দৰ অর্থ লিখা?

উত্তৰঃ দুখ।

৮। তেজস্ব শব্দৰ অৰ্থ লিখা?

উত্তৰঃ ত্যাগ কৰা।

৯। জৈচন মানে কি?

উত্তৰঃ যেনেকৈ।

১০। নিকাৰ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ যন্ত্রণা।

১১। পঞ্চামৃত মানে কি?

উত্তৰঃ এৱাঁ গাখীৰ।

১২। কানই বুলি কাক কোৱা হৈছে?

উত্তৰঃ কৃষ্ণৰ কথা।

১৩। লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?

উত্তৰঃ লৱণু সানি দিছিল।

১৪। মাধৱদেৱ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?

 উত্তৰঃ নামঘোষা।

১৫। চোৰ ধৰা কাৰ ৰচনা?

 উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱৰ।

১৬। শিশু কৃষ্ণই কাৰ ঘৰত লৱণু চুৰি কৰি খাইছিল?

উত্তৰঃ গোপীৰ ঘৰত।

১৭। যশোদাৰ চিন্তাৰ কাৰণ কি আছিল?

উত্তৰঃ পুত্র কৃষ্ণ।

১৮। লৱণু চোৰ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ শ্ৰীকৃষ্ণৰ কথা।

১৯। মাধৱদেৱে ৰচনা কৰা চোৰ ধৰা ঝুমুৰা নে নাট?

উত্তৰঃ ঝুমুৰা।

২০। যশোদা কোন?

 উত্তৰঃ যশোদা গোকুলৰ ৰজা নন্দৰ পত্নী আছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top