Class 9 Assamese MCQ Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য

Class 9 Assamese MCQ Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

SEBA Class 9 Assamese MCQ Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য

Chapter – 9

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। ড° হেমন্ত কুমাৰ শৰ্মাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ পিপলিবাৰী গাঁৱত।

২। ড° হেমন্ত কুমাৰ শৰ্মাৰ মৃত্যু কেতিয়া হয়?

উত্তৰঃ ১৯৯২ খ্ৰীষ্টাব্দৰ ১৮ জানুৱাৰীত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। ড° শৰ্মাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা?

উত্তৰঃ অসমীয়া সাহিত্যৰ দৃষ্টিপাত আৰু সাহিত্য বিচিত্রা।

৪। ড° শৰ্মাই কিমানখন গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰঃ একুৰিৰো অধিক।

৫। ড° শৰ্মাই কোনখন বিশ্ববিদ্যলয়ৰ অধিনত পি.এইচ ডি লাভ কৰিছিল?

উত্তৰঃ গুৱাহাটী বিদ্যালয়ৰ অধিনত।

৬। ‘অবাৰিত’ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ বাধা নোহোৱা।

৭। ‘অবিনাশী’ শব্দই কি বুজায়?

উত্তৰঃ যাৰ বিনাশ নাই।

৮। সংগীত কাক বোলে?

উত্তৰঃ গীত, বাদ্য আৰু নৃত্যৰ সমহলয়ক সংগীত বোলে।

৯। সুকুমাৰ কলা কি?

উত্তৰঃ কবিতা, সংগীত, চিত্রবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য্য এই পাঁচবিধক সু-কুমাৰ কলা বোলে।

১০। খ্রীষ্টধর্ম প্রবর্তক যীচুৰ জন্ম ক’ত হৈছিল।

উত্তৰঃ জেৰুজালেমত।

১১। সনাতন ধৰ্মৰ প্ৰধান গ্রন্থ কোনখন?

উত্তৰঃ বেদ।

১২। আৰৱ দেশৰ ৰাজধানীৰ লিখা?

উত্তৰঃ মক্কা।

১৩। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ হজৰত মহম্মদ।।

১৪। জৈন ধৰ্মৰ প্রবর্তক কোন?

উত্তৰঃ মহাবীৰ।

১৫। মহাবীৰৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃ বৰ্দ্ধমান।

১৬। বাল্মীকিৰ দ্বাৰা সংস্কৃতত ৰচিত আদি মহাকাব্য খনৰ নাম লিখা?

উত্তৰঃ ৰামায়ন।

১৭। ভাৰতবৰ্ষ এখন _____দেশ।

উত্তৰঃ ভাৰতবৰ্ষ এখন বৈচিত্রপূর্ণ দেশ।

১৮। আদিম অধিবাসী কাক বোলে?

উত্তৰঃ প্রাগৈতিহাসিক যুগত যিবিলাক ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ ধোন্দত বসবাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলে।

১৯। ভাৰতবৰ্ষলৈ অহা সুপ্রাচীন মানৱ গোষ্ঠী কোনসকল?

উত্তৰঃ দ্রাবিড়সকল।

২০। দ্রাবিড়সকল পোনতে ক’ত বাস কৰিছিল?

উত্তৰঃ পাঞ্জাৱত।

1 thought on “Class 9 Assamese MCQ Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top