Class 9 Assamese MCQ Chapter 1 শিশুলীলা, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 1 শিশুলীলা Question Answer can be of great value to excel in the examination.
SEBA Class 9 Science MCQ Chapter 1 শিশুলীলা
SEBA Class 9 Assamese MCQ Chapter 1 শিশুলীলা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 1 শিশুলীলা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
শিশুলীলা
Chapter – 1
Multiple Choice Questions & Answers
অতি চমু প্রশ্নোত্তৰ:
১। শিশুলীলা’ শীর্ষক বৰগীতটোৰ ৰচক কোন?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।
২। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ ১৪৪৯ চনত।
৩। ‘মহাপুৰুষ শংকৰদেৱৰ জন্ম ঘৃণি ক’ত?
উত্তৰঃ নগাঁও জিলাৰ বৰদোৱাৰ ওচৰত আলিপুখুৰী নামে ঠাইত।
৪। শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ কুসুম্বৰ ভূঞা আৰু সত্যসন্ধ্যা।
৫। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ কি?
উত্তৰঃ বৈষ্ণৱ ধৰ্ম।
৬। শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল?
উত্তৰঃ বৈষ্ণৱ ধৰ্ম।
৭। বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্র কি?
উত্তৰঃ এক দেৱ এক সেৱ এক বিনে নাই কেৱ।
৮। শংকৰদেৱৰ প্রিয় শিষ্যজনৰ নাম কি?
উত্তৰঃ মাধৱদেৱ।
৯। শংকৰদেৱৰ ৰচনা কৰা দুখন তত্ত্ব মূলক গ্ৰন্থৰ নাম লিখা?
উত্তৰঃ ভক্তি-ৰত্নাকৰ আৰু গুণমালা।
১০। শংকৰদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা?
উত্তৰঃ ৰুক্মিণী-হৰণ আৰু পাৰিজাত হৰণ।
১১। শংকৰদেৱ ৰচিত অংকীয়া নাটখনৰ নাম কি?
উত্তৰঃ চিহ্নযাত্রা।
১২। শংকৰদেৱৰ সৃষ্ট বৰগীতৰ সংখ্যা কিমান?
উত্তৰঃ একুৰি চৈধ্যটা।
১৩। শংকৰদেৱৰ মৃত্যু কিমান চনত হয়?
উত্তৰঃ ২৩ আগষ্ট ১৫৬৮।
১৪। ‘নন্দ জায়া’ মানে কোন?
উত্তৰঃ যশোদা।
১৫। কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন?
উত্তৰঃ যশোদা।
১৬। ক্ষৌম বস্ত্ৰৰ অর্থ কি?
উত্তৰঃ চহৰৰ পাটৰ কাপোৰ।
১৭। দধিৰ পাত্ৰ কোনে শিৰেৰে ভাঙিছিল?
উত্তৰঃ কৃষ্ণই।
১৮। ‘মখনি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।
১৯। শিশুলীলা পাঠটিৰ মূল কথা কি?
উত্তৰঃ কৃষ্ণৰ প্ৰতি ভক্তি।
২০। ‘শিশুলীলা’ পাঠটিত কৃষ্ণৰ কোন মানবীয় ৰূপ প্ৰকাশ পাইছে?
উত্তৰঃ কৃষ্ণই মানৱ শিশুৰ দৰে, মানৱীয় কার্যকলাপ কৰিছে, ইয়াৰ দ্বাৰা পাঠটিত কৃষ্ণৰ মানৱীয় ৰূপ প্ৰকাশ কৰে।
২১। যোগী সকলে কাক ধ্যানৰ জৰিয়তে নাপায় বুলি কবিয়ে কৈছে?
উত্তৰঃ হৰিক নেপায় বুলি কৈছে।
২২। ‘নাহি আদি অন্ত পুৰ্ব্বাপৰ’–ইয়াৰ অৰ্থ কি?
উত্তৰঃ যাৰ কোনো আৰম্ভণি বা শেষ নাই।
২৩৷ ‘পূর্ণব্রহ্ম জগত ঈশ্বৰ’—বাকাংশ্যৰ অৰ্থ কি?
উত্তৰঃ স্বয়ং যি ভগৱান, যি সমস্ত জগতৰ ত্ৰাণকৰ্তা।
২৪। শংকৰদেৱৰ চিহ্নযাত্রা নাটখনৰ বিশেষ কি?
উত্তৰঃ চিহ্নযাত্রা ‘সংলাপ বিহীন’ নাট।
২৫। ভগৱানক কিহেৰে বশ কৰিব পাৰি?
উত্তৰঃ ভগৱানক ভক্তিৰে বশ কৰিব পাৰি।
২৬। শংকৰদেৱে অসমীয়ালৈ অনুবাদ কৰা এখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ উত্তৰাকাণ্ড ৰামায়ণ।
২৭। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমার্থক শব্দ লিখা:
উত্তৰঃ কৰ্ণ — কাণ।
অৰুণ — সূৰ্য্য।
দধি – দৈ, গাখীৰ।
বস্ত্ৰ — কাপোৰ।
বদন — শৰীৰ।
লৱনু — মাখন।
কোপ — খং।
দশন — দাঁত।
দুগ্ধ — গাখীৰ।
ঈশ্বৰ — ভগৱান।
২৮। নিম্ন শব্দবোৰৰ আধুনিক ৰূপ লিখা—
উত্তৰঃ তাহাঙ্ক — তাক।
নোজোৰে — নাটে।
খসি — খহি।
ৰহিল — ৰ’ল।
আসি — আহি।
ভৈলা — হ’ল।
আসন্ত — আছে।
শিলায়ে — শিলেৰে।
কাম্পে — কঁপে।
মাৱক — মাকক।
প্ৰয়াসি — যত্ন কৰি।
খেদন্ত — খেদে।
২৯। মূৰ্দ্ধণ্য ‘ণ’ আৰু মৃদ্ধণ্য ‘ষ’ হোৱাৰ কাৰণ লিখা—
উত্তৰঃ অৰুণ — ঋ, ৰ, য ৰ পাছত হোৱা কাৰণে।
কঙ্কণ — ‘ক বৰ্গৰ পাছত থকা কাৰণে।
কৰ্ণ —‘ক’ বৰ্গৰ পাছত থকা কাৰণে।
শ্রেণী — নিজে কৰা।
ভাণ্ড — ‘ট’ বৰ্গৰ লগত যুক্ত হৈ থকা কাৰণে।
নিষেধি — ই কাৰম্ভ উপসৰ্গৰ পাছত থকা কাৰণে।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.