Class 9 Assamese MCQ Chapter 6 অন্যৰ প্রতি ব্যৱহাৰ

Class 9 Assamese MCQ Chapter 6 অন্যৰ প্রতি ব্যৱহাৰ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 6 অন্যৰ প্রতি ব্যৱহাৰ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 6 অন্যৰ প্রতি ব্যৱহাৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

SEBA Class 9 Assamese MCQ Chapter 6 অন্যৰ প্রতি ব্যৱহাৰ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 6 অন্যৰ প্রতি ব্যৱহাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অন্যৰ প্রতি ব্যৱহাৰ

Chapter – 6

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ লেখক কোন?

উত্তৰঃ সত্যনাথ বৰা।

২। সত্যনাথ বৰাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৮৬০ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। সত্যনাথ বৰাৰ জন্ম ক’ত হয়?

উত্তৰঃ গুৱাহাটীৰ ভৰলুমুখত।

৪। সত্যনাথ বৰাৰ ৰচনাসমূহ কোনকেইখন আলোচনীত প্রকাশ পায়?

উত্তৰঃ ‘আসাম বন্ধু’, ‘মৌ’ জোনাকী বিজুলী আদি।

৫। সত্যনাথ বৰাৰ ৰচনাৰীতিৰ বৈশিষ্ট এটা উল্লেখ কৰা?

উত্তৰঃ ঘৰুৱা গদ্যৰীতি আৰু জতুৱা ঠাঁচৰ উপযুক্ত ব্যৱহাৰ।

৬। ‘সাৰথি’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ সত্যনাথ বৰাই।

৭। ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ সত্যনাথ বৰাৰ।

৮। সত্যনাথ বৰা কি পেচাত নিযুক্ত আছিল?

উত্তৰঃ ওকালতি।

৯। সত্যনাথ বৰাই সম্পদনা কৰা কাকতখনৰ নাম কি আছিল?

উত্তৰঃ জোনাকী।

১০। সত্যনাথ বৰাই সম্পদনা কৰা ‘জোনাকী’ কাকতখন ক’ৰ পৰা ওলায়?

উত্তৰঃ গুৱাহাটীৰ পৰা।

১১। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি কোনখন পুথিৰ পৰা সংগৃহিত কৰা হৈছে?

উত্তৰঃ ‘সাৰথি’ পুথিৰ পৰা।

১২। ব্যক্তিত্ব বিকাশত কিহে অৰিহণা যোগায়?

উত্তৰঃ সজ গুণৰ কৰ্ষণ বা অনুশীলনে।

১৩। ব্যক্তি এগৰাকীৰ চৰিত্ৰৰ দিশ কত প্রকাশ পায়?

উত্তৰঃ মানুহৰ মাত কথা, আচাৰ-ব্যৱহাৰত।

১৪। জীৱনৰ বাটত আগুৱাই যাবলৈ আমাক কোনবোৰ বিষয়ে সাৰথি হিচাপে কাম কৰে?

উত্তৰঃ সততা, নিষ্ঠা, বিনয়, জ্যেষ্ঠজনৰ অভিজ্ঞতা, শাস্ত্রবাক্য আদি।

১৫। অনুপান শব্দই কি বুজায়?

উত্তৰঃ দৰৱৰ লগত মিহলাই আনুষঙ্গিক উপাদান।

১৬। চটুকাৰ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ।

১৭। বিগতি মানে কি?

উত্তৰঃ ইতিকিং।

১৮। সজ ব্যৱহাৰৰ অনুপান কি?

উত্তৰঃ নম্ৰতা।

১৯। চটুকাৰৰ স্বভাৱ কি?

উত্তৰঃ সমুখত প্রশংসা কৰা।

২০। সৰু মনৰ চিন কি?

উত্তৰঃ মানুহক সুদিনৰ সৎকাৰ আৰু দুর্দিনত ইতিকিং কৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top