Class 6 Social Science Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ and select needs one.
SEBA Class 6 Social Science Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ Solutions for All Subject, You can practice these here…
কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
পাঠ: 23
অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতি
চমুকৈ উত্তৰ দিয়া
১) প্ৰশ্ন :- ক) কেন্দ্ৰীয় ভাগ কেইটা আৰু কি কি ?
উত্তৰঃ- কেন্দ্ৰীয় চৰকাৰৰ তিনিটা ভাগ আছে – বিধানমণ্ডল, কৰ্যপালিকা আৰু ন্যায়পালিকা ।
খ) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি ?
উত্তৰঃ- লোকসভাক নিম্নসদন আৰু ৰাজ্য সভাক উচ্চসদন বোলা হয় ।
গ) লোকসভা আৰু ৰাজ্য সভাৰ সদস্যৰ সংখ্যা কিমান ?
উত্তৰঃ- লোকসভাৰ মুঠ সদস্যৰ সংখ্যা ৫৫০ জন আৰু ৰাজ্য সভাৰ ২৫০ জন।
ঘ) প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰী সকলক কোনে নিয়োগ কৰে ?
উত্তৰঃ- প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে ।
ঙ) কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ কোনে বিতৰণ কৰে ?
উত্তৰঃ- প্ৰধানমন্ত্ৰীয়ে ।
চ) ন্যায় পালিকাই কি কৰে ?
উত্তৰঃ- ন্যাস পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰি দিয়ে । ন্যায়পালিকাই দেশৰ জনসাধাৰণৰ স্বাধীনতাৰ সহায় কৰে । সেইকাৰণে ন্যায়পালিকাক কোৱা হয় জনসাধাৰণৰ ৰক্ষাৰ কৱচ । আমাৰ দেশত তিনিটা স্তৰৰ ন্যায়পালিকা আছে ।
(১) উচ্চতম ন্যায়ালয় ।
(২) উচ্চ ন্যায়ালয় ।
(৩) নিম্ন বা জিলা আদালত ।
ছ) ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?
উত্তৰঃ- ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ তিনি । সেইবোৰ হৈছে –
(১) বিধানমণ্ডল ।
(২) কাৰ্যপালিকা ।
(৩) ন্যায়পালিকা ।
দেশৰ আইন প্ৰণয়ন প্ৰস্তুত কৰে বিধানমণ্ডলে , কাৰ্যপালিকাই আইন কাৰ্যকৰী কৰে আৰু ন্যায়পালিকাই ন্যায় বিচাৰ কৰে ।
জ) বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয় ?
উত্তৰঃ- বিধায়ক ।
ঝ) ৰাজ্যৰ মুৰবীজন কোন ?
উত্তৰঃ- ৰাজ্যপাল ।
ঞ) মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে ?
উত্তৰঃ- ৰাজ্যপালে ।
ট) অসমৰ উচ্চ ন্যায়ালয় কত অৱস্থিত ?
উত্তৰঃ- গুৱাহাটীত ।
২) প্ৰশ্ন :- খালী ঠাই পূৰ কৰা –
ক) বিধানমণ্ডলে – প্ৰস্তুত কৰে ।
উত্তৰঃ- বিধানমণ্ডলে বহুতো আইন প্ৰস্তুত কৰে ।
খ) কাৰ্যপালিকাই আইনসমূহ – কৰে ।
উত্তৰঃ- কাৰ্যপালিকাই আইনসমূহ কাৰ্যকৰী কৰে ।
গ) ন্যায়পালিকাই – বিচাৰ কৰে ।
উত্তৰঃ- ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে ।
৩) প্ৰশ্ন :- শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা ।
ক) অসমৰ বিধানসভাৰ সমষ্টি ১১৬ / ১২৬ / ১৩৬ টা ।
উত্তৰঃ- অসমৰ বিধানসভাৰ সমষ্টি ১২৬ টা ।
খ) বৰ্তমান ভাৰতত ৰাজ্য ২৫ / ২৩ / ২৮ খন আছে ।
উত্তৰঃ- বৰ্তমান ভাৰতত ৰাজ্য ২৮ খন আছে ।
গ) বিধান হোৱাৰ কাৰ্যকাল ৪ / ৫ / ৬/ বছৰ ।
উত্তৰঃ- বিধান হোৱাৰ কাৰ্যকাল ৫ বছৰ ।
ঘ) ৰাজ্যত মুখ্য ন্যায়াধীশ থাকে ১ / ২ / ৬ / জন ।
উত্তৰঃ- ৰাজ্যত মুখ্য ন্যায়াধীশ থাকে ১ জন ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.