Class 6 Social Science Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ and select needs one.
SEBA Class 6 Social Science Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ Solutions for All Subject, You can practice these here.
কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
পাঠ: 23
অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতি
অনুশীলনী:
১। উত্তৰ লিখা —
(ক) কেন্দ্ৰীয় চৰকাৰৰ অংগ কেইটা আৰু কি কি?
উত্তৰ:- কেন্দ্ৰীয় চৰকাৰৰ অংগ তিনিটা হ’ল – বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা।
(খ) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি ?
উত্তৰ :- লোকসভাক নিম্নসদন আৰু ৰাজ্যসভাক উচ্চসদন বুলি কোৱা হয়।
(গ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান ?
উত্তৰ:- লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫ আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা ২৫০ জন।
(ঘ) প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে?
উত্তৰ:- প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে।।
(ঙ) কেন্দ্ৰীয় মন্ত্ৰীসকলক দপ্তৰসমূহ কোনে বিতৰণ কৰে?
উত্তৰ:- কেন্দ্ৰীয় মন্ত্ৰীসকলক দপ্তৰসমূহ প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰে।
(চ) ন্যায়পালিকাৰ কাম কি ?
উত্তৰ:- ন্যায়পালিকৰ কাম হ’ল আইনৰ ভিত্তি আৰু সঠিক কাৰ্যকৰী হৈছে নাই বিচাৰ কৰা।
(ছ) ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি?
উত্তৰ:- ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ তিনিটা। যেনে – বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা।
(জ) বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয়?
উত্তৰ:- বিধানসভালৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়।
(ঝ) ৰাজ্যৰ মূৰব্বীজন কোন?
উত্তৰ:- ৰাজ্যৰ মূৰব্বীজন হ’ল – ৰাজ্যপাল।
(ঞ) মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে?
উত্তৰ:- মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক ৰাজ্যপালে নিযুক্তি দিয়ে ।
(চ) অসমৰ উচ্চ ন্যায়লয় ক’ত অৱস্থিত?
উত্তৰ:- অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত।
২। খালী ঠাই পূৰ কৰা —
(ক) বিধান মণ্ডলে ………………………. প্ৰস্তুত কৰে।
উত্তৰ:- আইন।
(খ) কাৰ্যপালিকাই আইনসমূহ …………………… কৰে।
উত্তৰ:- কাৰ্যকৰী।
(গ) ন্যায়পালিকাই ………………………. বিচাৰ কৰে।
উত্তৰ:- সঠিকভাৱে।
(ঘ) বিধানসভাৰ কাৰ্যকাল …………………….. বছৰ।
উত্তৰ:- ৫
(ঙ) ৰাজ্যপালই ৰাজ্যৰ………………………….।
উত্তৰ:- মুৰব্বী।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা —
(ক) অসমৰ বিধানসভাৰ সমষ্টি
উত্তৰ:- ১২৬ টা।
(খ) বৰ্তমান ভাৰতত ৰাজ্য
উত্তৰ :- ২৮ খন।
(গ) লোকসভাৰ কাৰ্যকাল
উত্তৰ:- ৫ বছৰ।
(ঘ) উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ থাকে
উত্তৰ:- ১ জন।
(ঙ) ৰাজ্যসভাৰ সদস্য সংখ্যা
উত্তৰ:- ২৫০ জন।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.