Class 4 Environmental Studies Chapter 7 আমাৰ সামাজিক অনুষ্ঠান Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.
Class 4 Environmental Studies Chapter 7 আমাৰ সামাজিক অনুষ্ঠান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.
আমাৰ সামাজিক অনুষ্ঠান
Chapter – 7
অনুশীলনী |
১। উত্তৰ লিখা-
(ক) তোমাৰ বিদ্যালয়খনৰ নাম কি?
উত্তৰঃ ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা।
(খ) ডাক-ঘৰৰ চিঠি-পত্র বিলোৱা মানুহজনক কি বোলে?
উত্তৰঃ ডাক-ঘৰৰ চিঠি-পত্ৰ বিলোৱা মানুহজনক ডাকোৱাল (পিয়ন) বোলে।
(গ) ৰোগীবিলাকক কোন প্রতিষ্ঠানত চিকিৎসা কৰা হয়?
উত্তৰঃ ৰোগীবিলাকক চিকিৎসালয়ৰ প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়।
(ঘ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে?
উত্তৰঃ চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ, নাৰ্চ আদি থাকে।
২। তোমাৰ বিদ্যালয়ৰ ক্ষেত্ৰত তলত দিয়া বাক্যবোৰৰ, যিটো হয় সেইটোত ‘✓’ চিন দিয়া।
(ক) বিদ্যালয়ত জাবৰ-জোঁথৰ, ফটা কাগজ আদি পেলোৱা ঠাই নির্দিষ্ট কৰি দিয়া আছে/নাই।
(খ) শৌচ-প্রস্রাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্রস্রাৱঘৰ আছে/নাই।
(গ) খোৱাপানীৰ বাবে কুঁৱা/দমকল/পুখুৰী/নলী আছে/নাই।
(ঘ) আমি চৌহদত গছ-গছনি ৰোওঁ/নোৰোওঁ।
(ঙ) বিদ্যালয়ৰ ঘৰৰ ভেটিটো ওখ/চাপৰ।
(চ) বিদ্যালয়ৰ ঘৰটো ৰ’দ পৰা/জেকা লগা।
(ছ) পানী ওলাই যাবৰ বাবে নলা-নর্দমাৰ ব্যৱস্থা আছে/নাই।
উত্তৰঃ ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা।
৩। তলৰ খালী ঠাইত উপযুক্ত শব্দ বহুওৱা।
(ক) ডাক-ঘৰত চিঠি-পত্ৰৰ উপৰি ________ ৰ আদান-প্রদান কৰা হয়।
উত্তৰঃ টকা-পইচা।
(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে ________ চিকিৎসালয় থাকে।
উত্তৰঃ পশু।
(গ) চিকিৎসালয়ত চিকিৎসা _________ আৰু ৰোগীৰ চিকিৎসা কৰে।
উত্তৰঃ ডাক্তৰ আৰু নাৰ্ছ।
(ঘ) আৰক্ষীৰ লোকে দেশৰ _________ ৰক্ষাত সহায় কৰে।
উত্তৰঃ শান্তি-শৃংখলা।
৪। কাগজেৰে চিঠিৰ খাম এটা সাজি উলিওৱা।
উত্তৰঃ সকলো ছাত্র-ছাত্রীয়ে নিজে এটা চিঠিৰ খাম সাজি উলিওৱা।