Class 4 Environmental Studies Chapter 4 শাক – পাচলিৰ বাগিচা

Class 4 Environmental Studies Chapter 4 শাক – পাচলিৰ বাগিচা Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 4 শাক – পাচলিৰ বাগিচা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 4

অনুশীলনী

১। চমু উত্তৰ দিয়া- 

(ক) দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখা। 

উত্তৰঃ দুবিধ কেঁচাই খোৱা পাচলিৰ নাম হ’ল- অমিতা, গাজৰ। 

(খ) দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম লিখা।

উত্তৰঃ দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম হ’ল- পানীলাউ, ভুল। 

(গ) দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম লিখা।

উত্তৰঃ দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম হ’ল- ফুলকবি, বন্ধাকবি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) মাহজাতীয় শস্য দুবিধ নাম লিখা। 

উত্তৰঃ মাহজাতীয় শস্য দুবিধৰ নাম হ’ল- ৰহৰ, মচুৰ।

(ঙ) তেলজাতীয় শস্য দুবিধৰ নাম লিখা।

উত্তৰঃ তেলজাতীয় শস্য দুবিধৰ নাম হ’ল- সৰিয়হ ফুল, বেলি ফুল।

(চ) ধান জাতীয় শস্য দুবিধৰ নাম লিখা। 

উত্তৰঃ ধান জাতীয় শস্য দুবিধৰ নাম হ’ল- আহু, আৰু শালি। 

(ছ) মছলাজাতীয় শস্য দুবিধৰ নাম লিখা।

 উত্তৰঃ মছলাজাতীয় শস্য দুবিধৰ নাম হ’ল- আদা, নহৰু।

২। শুদ্ধ নে অশুদ্ধ লিখা-

(ক) খেতি কৰিবলৈ প্ৰথমতে মাটিডৰা ভালকৈ চাহব লাগে।

উত্তৰঃ শুদ্ধ। 

(খ) ঘেঁহু অসমৰ প্ৰধান শস্য। 

উত্তৰঃ অশুদ্ধ। 

(গ) সৰিয়হ এবিধ মাহজাতীয় শস্য। 

উত্তৰঃ অশুদ্ধ।

(ঘ) আজিকালি মাটি চহ কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। 

উত্তৰঃ শুদ্ধ।

(ঙ) খেতি-বাতি কৰি বহুলোকে জীৱিকা নিৰ্বাহ কৰে। 

উত্তৰঃ শুদ্ধ। 

৩। ধান খেতি কৰিবলৈ হ’লে কি কি কৰিব লাগে?

উত্তৰঃ ধান খেতি কৰিবলৈ প্ৰথমে মাটিডৰা চহাব লাগিব. তাৰ পাছত মাটিডৰাত বীজ সিচিব লাগিব। উপযুক্ত পৰিমাণৰ সাৰ দিব লাগিব। আৰু উপযুক্ত পৰিমাণৰ পানী দিব লাগিব।

৪। কি কি উপায়েৰে খেতি পথাৰত পানী যোগান ধৰা হয?

উত্তৰঃ বিদ্যুৎ বা ডিজেল চালিত পাম্পৰ সহায়ত নৈ, পুখুৰী আৰু নলীনাদৰ পৰা পানী নি খেতি পথাৰত যোগান ধৰা হয়।

৫। শীতল ভঁৰাল কি? শীতল ভঁৰালত কি কি খাদ্য বস্তু ৰখা হয়? 

উত্তৰঃ সোনকালে নষ্ট হৈ নোযোৱাকৈ শাক-পাচলি, ফল-মূল আদি এক নির্দিষ্ট উষ্ণতাত শীতল কৰি ৰখা হয় এনেদৰে শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে-শীতল ভঁৰাল। শীতল ভঁৰালত কৃষিজাত শস্য, যেনে- ধান, মাহ, চাহপাত আদি খাদ্য বস্তু ৰখা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top