Class 4 Environmental Studies Chapter 3 পানী Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.
Class 4 Environmental Studies Chapter 3 পানী
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.
পানী
Chapter – 3
অনুশীলনী |
১। উত্তৰ লিখা-
(ক) আমি কেনেকুৱা পানী খাব লাগে?
উত্তৰঃ আমি বিশুদ্ধ পানী খাব লাগে।
(খ) বীজাণুযুক্ত পানী খালে কি হয়?
উত্তৰঃ বীজাণুযুক্ত পানী খালে বিভিন্ন ৰোগ হয়। যেনে- জ্বৰ, পেটৰ বিষ আদি।
(গ) পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি।
উত্তৰঃ পানী ফিল্টাৰ কৰি বীজাণুমুক্ত কৰিব পাৰি।
(ঘ) পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা।
উত্তৰঃ পানীত পমি যোৱা পাঁচবিধ গোটা বস্তুৰ নাম হ’ল- চেনি, নিমখ, চূণ, ফিটিকৰি, ছ’ডা আদি। পানীত পমি যোৱা পাঁচবিধ জুলীয়া বস্তু হ’ল- মৌ, নেমুৰ ৰখ, এলক’হল, গাখীৰ, ফলৰ ৰস।
(ঙ) নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱর্তন কৰে?
উত্তৰঃ নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক সূৰ্যৰ দ্বাৰা ভাপলৈ পৰিৱৰ্তন কৰে।
২। খালী ঠাই পূৰা কৰা-
(ক) শিল বৰষুণত _______ থাকে।
উত্তৰঃ পানী।
(খ) সাগৰৰ পানী _______।
উত্তৰঃ লুণীয়া।
(গ) পানী উতলালে বেমাৰৰ _______ মৰে।
উত্তৰঃ বীজাণু।
(ঘ) তাপ পালে পানী _______ পৰিৱর্তন হয়।
উত্তৰঃ ভাপলৈ।
(ঙ) পানীৰ ভাপ চেঁচা কৰিলে _______ সলনি হয়।
উত্তৰঃ ক্ষুদ্ৰ কণিকাত।
৩। ঘৰুৱা কামৰ বাহিৰেও আৰু কি কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়?
উত্তৰঃ গা-ধোৱা, বাচন ধোৱা, ফুলত পানী দিয়া, কাপোৰ ধোৱা আদি।
৪। বেছি বৰষুণ দিলে আমাৰ কি কি অসুবিধা হয়?
উত্তৰঃ বেছি বৰষুণ দিলে আমাৰ বহুত অসুবিধা হয় যেনে- জ্বৰ কাঁহ হ’ব পাৰে, ম’হৰ উপদ্ৰৱ বাহিব, বানপানী হোৱাৰ সম্ভাৱনা হ’ব পাৰে।
৫। জলচক্রৰ ছবি এখন আঁকি ৰং কৰা।
উত্তৰঃ
৬। দলত আলোচনা কৰি বিদ্যালয়ৰ খোৱাপানীৰ ব্যৱস্থা সম্বন্ধে এখন প্রতিবেদন যুগুত কৰা।
(শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল’বা)
• বিদ্যালয়ত খোৱা পানী ক’ৰপৰা লোৱা হয়?
• যদি তোমালোকৰ পানীকল, দমকল নাই, তেনেহ’লে খোৱা পানী ক’ৰ পৰা পোৱা?
• সকলোবোৰ টেপ বা দমকলত পানী থাকেনে?
• পানী থোৱা পাত্রবোৰ ঢাকি থোৱা থাকেনে?
• পাত্ৰবোৰ নিয়মিতভাৱে চাফা কৰা হয়নে?
• পানীখিনি কি ব্যৱস্থাৰে খোৱাৰ উপযোগী কৰা হয়?
উত্তৰঃ শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল’বা।