Class 4 Environmental Studies Chapter 12 অসমৰ কুটীৰ শিল্প

Class 4 Environmental Studies Chapter 12 অসমৰ কুটীৰ শিল্প Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 12 অসমৰ কুটীৰ শিল্প

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 12

অনুশীলনী

১। উত্তৰ লিখা-

(ক) কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। 

উত্তৰঃ কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ’ল- শৰাই আৰু বটা।

(খ) বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম।

উত্তৰঃ বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ’ল- ডলা আৰু চালনী। 

(গ) অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম হ’ল- আশাৰীকান্দিৰ টেৰাকোটা, হাজোৰ পিতলৰ উদ্যোগ, সৰ্থেবাৰীৰ কাঁহশিল্প, মাজুলীৰ মুখাশিল্প আৰু শুৱালকুছিৰ পাট-মুগা।

(ঘ) তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম।

উত্তৰঃ তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম হ’ল- কাঠ, বাঁহ-বেত আৰু পাট-মুগা।

২। তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটীৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্ৰস্তুত কৰা-

টেকেলি, বঁটামেখেলা-চাদৰ,কাঁহী-বাটি, চাকিলোটা, ৰিহা
গামোচা, শৰাই চেলেং-চাদৰ,বানবাটি ঘটিমুখা, গছা

উত্তৰঃ 

মৃৎশিল্পকাঁহ শিল্পবয়ন শিল্প
টেকেলি, চাকি, গছাবটা, কাঁহী বাটি, বান বাটী, ঘটি মেখেলা-চাদৰ,  চেলেং-চাদৰ

৩। কাঁড় চিনৰ সহায়ত সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলোৱাঃ

যেনে-

সৰ্থেবাৰীমৃৎশিল্প
ঢকুৱাখনাপিতলৰ শিল্প
কাছাৰকাঁহৰ শিল্প
আশাৰীকান্দিবয়ন শিল্প
হাজোবয়ন শিল্প
শুৱালকুছিবেতৰ শিল্প

উত্তৰঃ 

সৰ্থেবাৰীকাঁহৰ শিল্প
ঢকুৱাখনাবয়ন শিল্প
কাছাৰবেতৰ শিল্প
আশাৰীকান্দিমৃৎশিল্প
হাজোপিতলৰ শিল্প
শুৱালকুছিপ্পবয়ন শিল্প

৪। তোমাৰ অঞ্চলত থকা কুটীৰ শিল্প কেন্দ্ৰৰ দ্বাৰা উৎপাদিত দুটামান বস্তুৰ ছবি আঁকা। 

উত্তৰঃ ছাত্র-ছাত্রীয়ে নিজে কৰিবা। 

৫। তোমাৰ অঞ্চলত উপলব্ধ যিকোনো এটা কুটীৰ শিল্পৰ কাম-কাজ সম্পর্কে এটি টোকা প্রস্তুত কৰা। (৫/৬টা বাক্যৰ ভিতৰত লিখিবা)।

উত্তৰঃ অতি পুৰণি কালৰ পৰাই অসম কুটিৰ শিল্পৰ বাবে বিখ্যাত। কামৰূপাধিপতি কুমাৰ ভাস্কৰ বৰ্মাই প্ৰীতিৰ চিন স্বৰূপে তেওঁৰ মিত্ৰ ৰজা হর্ষবর্দ্ধনলৈ আমাৰ দেশৰ শিল্পজাত পাটৰ কাপোৰ, বাঁহৰ বাচন, বাঁহৰ ফুলাম বৰ জাপি, হাতী দাঁতৰ পাটী, সাঁচিপাত আদি ভালেমান বস্তু উপটৌকন দিছিল। এইবোৰৰ কাৰু কাৰ্য্য আৰু পৰিণত অৱস্থালৈ চাই অসমত যে তাৰো আগৰে পৰাই এইবোৰ শিল্প কৰ্মৰ প্ৰচলন আছিল।

৬। মাটি/কাঁহ/পিতলেৰে নিৰ্মিত এটি সামগ্ৰীৰ ছবি আঁকি শ্ৰেণীকোঠাত সজাই ৰাখা।

উত্তৰঃ ছাত্র-ছাত্রীয়ে নিজে কৰিবা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top