🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 4 Environmental Studies Chapter 10 আমাৰ ৰাজ্যখন

Class 4 Environmental Studies Chapter 10 আমাৰ ৰাজ্যখন Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 10 আমাৰ ৰাজ্যখন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 10

অনুশীলনী

উত্তৰ লিখা-

১। পাঠ্যপুথিত সন্নিবিষ্ট অসমৰ মানচিত্রখনত তোমাৰ নিজৰ জিলাখন চিনাক্ত কৰি চাৰিসীমা লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্রীয়ে নিজে কৰা।

২। মানচিত্ৰ এখনৰ সহায়ত আমি কি কি জানিব পাৰোঁ লিখা। 

উত্তৰঃ মানচিত্ৰ এখনৰ সহায়ত আমি এখন ঠাইৰ বিভিন্ন তথ্য পাব পাৰোঁ।। সাধাৰণতে কোনো এখন ঠাই, দেশ আৰু ৰাজ্যৰ সীমাৰ লগতে সাগৰ-মহাসাগৰ, নৈ-উপনৈ, চহৰ- নগৰ, ৰাস্তা-ঘাট আদি মানচিত্ৰ এখনৰ সহায়ত জানিব পাৰোঁ।

৩। অসমৰ প্ৰধান প্রাকৃতিক বিভাগ কেইটা আৰু কি কি?

উত্তৰঃ অসমৰ প্ৰধান প্রাকৃতিক বিভাগ তিনিটা সেই কেইটা হ’ল-

(ক) ব্রহ্মপুত্র উপত্যাকা। 

(খ) কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল। 

(গ) বৰাক উপত্যাকা।

৪। পাৰ্থক্য লিখা-

(ক) নৈ আৰু উপনৈ।

উত্তৰঃ কোনো পৰ্বতত বা পাহাৰত উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্ৰদত গৈ পৰা পানীভাগক নৈ বা নদী বোলে আনহাতে কোনো পৰ্বত, পাহাৰ বা হ্ৰদত উৎপত্তি হৈ নানা টাইৰ মাজেৰে বৈ কোনো নৈৰ পৰা পানী ভাগক উপনৈ বোলে।

(খ) পৰ্বত আৰু পাহাৰ।

উত্তৰঃ পাহাৰতকৈ ওখ আৰু বহুদূৰ বিয়পি থকা শিলাময় অংশবোৰক পৰ্বত বোলা হয়। 

সাধাৰণতে পৰ্বতৰ ঢালবোৰ পাহাৰতকৈ বেছি থিয়গৰীয়া হয়। 

আনহাতে বহু দূৰ জুৰি গছ-গছনিৰে ভৰা উচ্চ শিলাময় অংশবোৰেই হৈছে পাহাৰ।

(গ) মালভূমি আৰু সমভূমি।

উত্তৰঃ বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটো কিছু সমান ভূমিভাগকেই মালভূমি বোলে।

আনহাতে পৰ্বত-পাহাৰ নথকা আহল-বহল ভূমি বা অঞ্চলক সমভূমি বোলে।

৫। শুদ্ধ উত্তৰটোত চিন দিয়া। 

(ক) অসমক প্রধানকৈ দুটা/তিনিটা/চাৰিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়। 

উত্তৰঃ তিনিটা।

(খ) অসমৰ চাৰিসীমাত দুখন/ তিনিখন/চাৰিখন বিদেশী ৰাষ্ট্ৰ আছে। 

উত্তৰঃ চাৰিখন।

(গ) মানাহ/সোৱণশিৰি ধলেশ্বৰী হ’ল বৰাক নৈৰ উপনৈ।

উত্তৰঃ ধলেশ্বৰী। 

৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

উত্তৰঃ 

‘ক’‘খ’

আন্তৰ্জাতিক সীমা
ৰে’লপথ
জিলাৰ সদৰ ঠাই 
ৰাজ্যৰ ৰাজধানী 
নৈ 
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top