adplus-dvertising

Class 12 Geography MCQ Chapter 20 ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

Class 12 Geography MCQ Chapter 20 ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 20 ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 20 ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 20

অষ্টম গোট: ভাৰতৰ পৰিবহন যোগাযোগ আৰু বাণিজ্য

১। টুথব্ৰাছ উৎপন্ন কৰা ঠাইটো হ’ল–

(ক) মুম্বই।

(খ) গুজৰাট।

(গ) কলিকাতা।

(ঘ) বিহাৰ।

উত্তৰঃ (গ) কলিকাতা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। পৰিবহন ব্যৱস্থাৰ মূল উদ্দেশ্য কি?

(ক) খাদ্য উৎপাদন বৃদ্ধি কৰা।

(খ) তথ্য সংগ্ৰহ কৰা।

(গ) উৎপাদন স্থানৰ পৰা ব্যৱহাৰ স্থানলৈ সামগ্ৰী সৰবৰাহ কৰা।

(ঘ) নামভৰ্তি কৰা।

উত্তৰঃ (গ) উৎপাদন স্থানৰ পৰা ব্যৱহাৰ স্থানলৈ সামগ্ৰী সৰবৰাহ কৰা

৩। ‘যোগাযোগ ব্যৱস্থা’ শব্দটোৱে কি বুজায়?

(ক) গৃহসজ্জাৰ সামগ্ৰী।

(খ) তথ্য বিনিয়োগৰ ব্যৱস্থা।

(গ) শিক্ষা প্রতিষ্ঠান।

(ঘ) উৎপাদনকেন্দ্ৰ।

উত্তৰঃ (খ) তথ্য বিনিয়োগৰ ব্যৱস্থা।

৪। বাণিজ্যিক খণ্ডটো কোনটো ক্ষেত্রক বুজায়?

(ক) তথ্য প্ৰযুক্তি।

(খ) পৰিবহন।

(গ) খেতি।

(ঘ) চিকিৎসা।

উত্তৰঃ (খ) পৰিবহন।

৫। ভাৰতত তামৰ চকাৰ গাড়ীৰ প্রচলন আৰম্ভ হৈছিল–

(ক) ২,৮০০ বছৰপূর্বে।

(খ) ৯,৩০০ বছৰপূর্বে।

(গ) ৪,৩৯০ বছৰপূর্বে।

(ঘ) ৪,৩০০ বছৰপূর্বে।

উত্তৰঃ (ঘ) ৪,৩০০ বছৰপূর্বে।

৬। ৰে’ল আৰু পথ পৰিবহন খণ্ডৰ ওপৰত বোজা লাঘৱ কৰিবলৈ কিহতকৈ সস্তাত সৰবৰাহ কৰা হয়?

(ক) পোহনীয়া যানবাহনেৰে।

(খ) বজ্জুপথেৰে।

(গ) নলিকা পথ।

(ঘ) জাহাজেৰে।

উত্তৰঃ (গ) নলিকা পথ।

৭। বজ্জুপথ (Ropeway) ব্যৱহাৰ কৰা হয়–

(ক) সাগৰ পাৰ কৰাত।

(খ) পাহাৰী অঞ্চলত সীমিত দূৰত্বৰ বাবে।

(গ) ৰে’লৰ বিকল্প হিচাপে সমভূমিত।

(ঘ) বিমান পৰিবহণৰ বাবে।

উত্তৰঃ (খ) পাহাৰী অঞ্চলত সীমিত দূৰত্বৰ বাবে।

৮। ভাৰতত মুঠ কিমান কিলোমিটাৰ স্থলপথ আছে?

(ক) ২২.৭ লাখ কিমি।

(খ) ৩৩.১ লাখ কিমি।

(গ) ২৭.৯ লাখ কিমি।

(ঘ) ৩৮.৪ লাখ কিমি।

উত্তৰঃ (খ) ৩৩.১ লাখ কিমি।

৯। পথ পৰিবহন ব্যৱস্থাই দেশত কিমান শতাংশ যাত্রী কঢ়িয়াই নিয়ে?

(ক) ৫০%

(খ) ৬৫%

(গ) ৮৫%

(ঘ) ৭০%

উত্তৰঃ (গ) ৮৫%

১০। শাহী চড়ক (বা ৰাজমাৰ্গ) কোন শাসকৰ সময়ত নিৰ্মাণ কৰা হৈছিল?

(ক) অশোক।

(খ) আকবৰ।

(গ) শেৰশাহ।

(ঘ) বাবৰ।

উত্তৰঃ (গ) শেৰশাহ।

১১। গ্ৰেণ্ড ট্রাংক ৰোডৰ দিল্লী-কলিকাতা খণ্ডক কি বুলি জনা যায়?

(ক) ৰাষ্ট্ৰীয় পথ-১।

(খ) ৰাষ্ট্ৰীয় পথ-২।

(গ) বাজ্যিক পথ।

(ঘ) জেলা পথ।

উত্তৰঃ (খ) ৰাষ্ট্ৰীয় পথ-২।

১২। ‘নাগপুৰ পৰিকল্পনা’ কেতিয়া আৰম্ভ কৰা হৈছিল?

(ক) ১৯৪৭ চনত।

(খ) ১৯৪৩ চনত।

(গ) ১৯৫০ চনত।

(ঘ) ১৯৬১ চনত।

উত্তৰঃ (খ) ১৯৪৩ চনত।

১৩। কুৰি বছৰীয়া পথ আঁচনি কেতিয়া হাতত লোৱা হৈছিল?

(ক) ১৯৪৩ চনত।

(খ) ১৯৫৬ চনত।

(গ) ১৯৬১ চনত।

(ঘ) ১৯৭১ চনত।

উত্তৰঃ (গ) ১৯৬১ চনত।

১৪। কুৰি বছৰীয়া পথ আঁচনি অনুসৰি পথসমূহ কিমানটা শ্ৰেণীত ভাগ কৰা হয়?

(ক) ৩টা।

(খ) ৪টা।

(গ) ৫টা।

(ঘ) ২টা।

উত্তৰঃ (খ) ৪টা।

১৫। ১৯৫১ চনত ৰাষ্ট্ৰীয় পথৰ মুঠ দৈৰ্ঘ্য কিমান আছিল?

(ক) ১৯,৭০০ কিমি।

(খ) ২৫,০০০ কিমি।

(গ) ৬৫,৭৬৯ কিমি।

(ঘ) ৪০,৫০০ কিমি।

উত্তৰঃ (ক) ১৯,৭০০ কিমি।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top