Class 12 Education MCQ Chapter 4 শিক্ষণ

Class 12 Education MCQ Chapter 4 শিক্ষণ Solutions, HS 2nd year Education MCQ Notes, Class 12 Education MCQ Chapter 4 শিক্ষণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education MCQ Solutions and select needs one.

Class 12 Education MCQ Chapter 4 শিক্ষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Education Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Education MCQ Notes for All Subject, You can practice these here.

শিক্ষণ

Chapter – 4

EDUCATION

MULTIPLE CHOICE QUESTION ANSWER

‘গেষ্টাল্ট’ শব্দটোৰ আন এটা শব্দ কি?

 (ক) ‘একেলগ কৰা’।

(খ) পৃথকীকৰণ।

(গ) অন্তদর্শন।

(ঘ) জাৰ্মান।

উত্তৰঃ (ঘ) জাৰ্মান।

‘গেষ্টাল্ট’ শব্দৰ অৰ্থ কি?

(ক) ‘একেলগ কৰা’।

(খ) জাৰ্মান।

(গ) পৃথকীকৰণ।

(ঘ) অন্তদর্শন।

উত্তৰঃ (ক) ‘একেলগ কৰা’

শিক্ষণৰ উপাদানসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) চাৰিটা ভাগত।

(খ) দুটা ভাগত।

(গ) তিনিটা ভাগত।

(ঘ) এটা ভাগত।

উত্তৰঃ (গ) তিনিটা ভাগত।

কোন চনৰ পৰা কোন চনলৈকে আফ্ৰিকাৰ টেনেৰিফভি দ্বীপত চিম্পাঞ্জীৰ ওপৰত  শিক্ষণ সম্বন্ধে ভালেমান পৰীক্ষা-নিৰীক্ষা চলাইছিল।

(ক) ১৯১৩ চনৰ পৰা ১৯১৭ চনলৈকে।

(খ) ১৯৩১ চনৰ পৰা ১৯১৭ চনলৈকে।

(গ) ১৯১০ চনৰ পৰা ১৯৯০ চনলৈকে।

(ঘ) ১৯১৩ চনৰ পৰা ১৯৭১ চনলৈকে।

উত্তৰঃ (ক) ১৯১৩ চনৰ পৰা ১৯১৭ চনলৈকে।

‘Mentality of Apes’ নামৰ পুথিখনত কোনে কেতবোৰ পৰীক্ষাৰ  বৰ্ণনা কৰিছিল?

(ক) ক’ৰ্ট ক’ফকাই।

(খ) চুলতান।

(গ) এডৱাৰ্ড লী থৰ্ণডাইক।

(ঘ) ক’হলাৰে।

উত্তৰঃ (ঘ) ক’হলাৰে।

৬। অনুবন্ধনবাদ পদ্ধতি কোন চনত আবিষ্কাৰ কৰিছিল?

(ক) ১৯০৪ চনত।

(খ) ১৯৪০ চনত।

(গ) ১৯৯০ চনত।

(ঘ) ১৯০১ চনত।

উত্তৰঃ (ক) ১৯০৪।

৭। লালিটি কোনটো শব্দৰ বাবে সৃষ্টি হৈছিল?

(ক) মিনিট শব্দ।

(খ) ঘণ্টাৰ শব্দ।

(গ) চেকেণ্ড শব্দ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ঘন্টাৰ শব্দ।

৮। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ প্ৰধান প্ৰৱৰ্তক কোন আছিল?

(ক) ক’হলাৰ।

(খ) ৱাৰ্থিমাৰ গেষ্টাল্ট।

(গ) গেট্’ছ।

(ঘ) এডৱাৰ্ড লী থৰ্ণডাইক।

উত্তৰঃ (ঘ) এডৱাৰ্ড লী থৰ্ণডাইক।

৯। অনুবন্ধনবাদৰ মূল পৃষ্ঠপোষক কোন আছিল?

(ক) আইভেন্ পি, পেভ্ লভ্।

(খ) এডৱাৰ্ড লী থৰ্ণডাইক।

(গ) ক’হলাৰ।

(ঘ) ক’ৰ্ট ক’ফকাই।

উত্তৰঃ (ক) আইভেন্ পি, পেভ্ লভ্।

১০। থৰ্ণডাইকৰ তিনিটা মুখ্য নীতি কি কি আছিল?

(ক) মনোবৃত্তি নীতি, প্ৰস্তুতিৰ নীতি, ফলাফল নীতি।

(খ) প্ৰস্তুতিৰ নীতি, ব্যৱহাৰৰ নীতি, ফলাফল নীতি।

(গ) ফলাফল নীতি , অব্যৱহাৰৰ নীতি, প্ৰস্তুতিৰ নীতি।

(ঘ) প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি, ফলাফলৰ নীতি।

উত্তৰঃ (ঘ) প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি, ফলাফলৰ নীতি।

১১। শিক্ষণৰ অন্তদর্শন পদ্ধতি কোন মনোবৈজ্ঞানীসকলৰ অৱদান?

(ক) জাৰ্মান।

(খ) থৰ্ণডাইক।

(গ) ক’হলাৰ।

(ঘ) ৱাৰ্থিমাৰ।

উত্তৰঃ (ক) জাৰ্মান।

১২। শিকনৰ এটা ধৰণ ‘অন্তদৃষ্টি’ৰ কথাটো উদ্ভাৱন কৰা মনস্তত্ববিদগৰাকী কোন আছিল?

(ক) ক’হলাৰ।

(খ) পেভ্ লভ্।

(গ) থৰ্ণডাইক।

(ঘ) গেইট’ছ্।

উত্তৰঃ (ক) ক’হলাৰ।

১৩। সম্পৰীক্ষা আৰু ভুল পদ্ধতিৰ শিকন কাৰ দ্ধাৰা সমৰ্থিত আছিল?

(ক) ক’হলাৰ।

(খ) পেভ্’লভ্।

(গ) থৰ্ণডাইক।

(ঘ) গেইট’ছ্।

উত্তৰঃ (গ)থৰ্ণডাইক।

১৪। কোনটো নীতিয়ে পুনৰাবৃত্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

(ক) অনুশীলনীৰ নীতি।

(খ) ফলাফলৰ নীতি।

(গ) প্ৰস্তুতিৰ নীতি।

(ঘ) মনোবৃত্তি নীতি।

উত্তৰঃ (ক) অনুশীলনীৰ নীতি।

১৫। প্ৰণোদিতকৰণ শিকনৰ এটা উপাদান কি?

(ক) অভিৰোচন।

(খ) পুনৰাবৃত্তি।

(গ) আভ্যন্তৰীণ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) আভ্যন্তৰীণ।

১৬। অনুবন্ধনবাদ সূত্ৰ কোনে উদ্ভাৱন কৰিছিল?

(ক) ক’হলাৰ।

(খ) থৰ্ণডাইক।

(গ) জাৰ্মান।

(ঘ) পেভ্’লভ্।

উত্তৰঃ (ঘ) পেভ্’লভ্।

১৭। টেনেৰাইফ দ্বীপত কোলহাৰে তেওঁৰ বেছিভাগ পৰীক্ষা-নিৰীক্ষা কৰা জন্তু কোনটো আছিল?

(ক) মেকুৰী।

(খ) মাছ।

(ঘ) চিম্পাঞ্জী।

(গ) এটাও নহয়।

উত্তৰঃ (ঘ) চিম্পাঞ্জী।

১৮। গেষ্টাল্ট স্কুল অৱ চাইক’লজীৰ প্ৰতিষ্ঠাপক ফাদাৰ কোন আছিল?

(ক) ক’হলাৰ।

(খ) থৰ্ণডাইক।

(গ) গেট্’ছ।

(ঘ) পেভ্’লভ্।

উত্তৰঃ (ক) ক’হলাৰ।

১৯। “শিকন হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সম্পৰ্ক স্থাপন”। এই কথাষাৰ কোনে কৈছিল?

(ক) গেট্’ছ।

(খ) থৰ্ণডাইক।

(গ) ক’হলাৰ।

(ঘ) পেভ্’লভ্। 

উত্তৰঃ (খ) থৰ্ণডাইক।

২০। চৰ্তকৰণৰ ফলত হোৱা এটা এটা উদাহৰণ দিয়া।

(ক) বেয়া অভ্যাস গঠন।

(খ) ভাল অভ্যাস গঠন।

(গ) দুটায়ে হয়।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ভাল অভ্যাস গঠন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top