Class 12 Education MCQ Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

Class 12 Education MCQ Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ Solutions, HS 2nd year Education MCQ Notes, Class 12 Education MCQ Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education MCQ Solutions and select needs one.

Class 12 Education MCQ Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Education Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Education MCQ Notes for All Subject, You can practice these here.

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

Chapter – 3

EDUCATION

MULTIPLE CHOICE QUESTION ANSWER

১। পৰিৱেশক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) চাৰিটা ভাগত।

(খ) ছয়টা ভাগত।

(গ) দুটা ভাগত।

(ঘ) এটা ভাগত।

উত্তৰঃ (গ) দুটা ভাগত।

২। বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়?

(ক) ১১জুলাই।

(খ) ১১ জুন।

(গ) ৮ মাৰ্চ।

(ঘ) ৫ জুন।

উত্তৰঃ (ক) ১১জুলাই।

৩। বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে সমগ্র বিশ্বতে পালন কৰা হয়।

 (ক) ১জুন।

(খ) ৫ জুন।

(গ) ৮ মার্চ।

(ঘ) ১১জুলাই।

উত্তৰঃ (খ) ৫ জুন ।

৪। পৰিৱেশ উপাদান প্ৰদানকৈ কেইটা ভাগত ভাগ কৰা হয়?

(ক) পাঁচটা ভাগত।

(খ) সাতটা ভাগত।

(গ) দুটা ভাগত।

(ঘ) তিনিটা ভাগত।

উত্তৰঃ (গ) দুটা ভাগত।

(৫) ৮ মাৰ্চ তাৰিখে প্ৰতিবছৰে কি দিৱস পালন কৰা হয়।

(ক) আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।  

(খ) নাৰী সৱলীকৰণৰ ৰাষ্ট্ৰীয় নীতি দিৱস।

(গ) বিশ্ব পৰিৱেশ দিৱস।

(ঘ) বিশ্ব জনসংখ্যা দিৱস।

উত্তৰঃ (ক) আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।

৬। কোন চনত ‘নাৰী সৱলীকৰণৰ ৰাষ্ট্ৰীয় নীতি’ গ্ৰহণ কৰা হয়।

(ক) ২০০০ চনত।

(খ) ২০০৫ চনত।

(গ) ১৯৯৯ চনত।

(ঘ) ২০০১ চনত।

উত্তৰঃ (ঘ) ২০০১ চনত।

৭। ১১ জুলাই তাৰিখে কি দিৱস পালন কৰা হয়?

(ক) বিশ্ব জনসংখ্যা দিৱস।

(খ) বিশ্ব পৰিৱেশ দিৱস।

(গ) আন্তঃৰাষ্ট্ৰীয় দিৱস।

(ঘ) নাৰী সবলীকৰণৰ ৰাষ্ট্রীয় নীতি দিৱস।

উত্তৰঃ (ক) বিশ্ব জনসংখ্যা দিৱস।  

৮। কোন চনত ‘লিংগ সমতা’ সদনত স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘই ইয়াক এক মানুহৰ মূল্য অধিকাৰ হিচাপে গণ্য কৰিছে?

(ক) ১৯৪৫ চনত।

(খ) ১৯৫৪ চনত।

(গ) ১৯৬৫ চনত।

(ঘ) ১৯৯৮ চনত।

উত্তৰঃ (ক) ১৯৪৫ চনত।

৯। ১৯৫৯ চনৰ ভাৰত চৰকাৰৰ কোনটো কমিটিৰ প্ৰতিবেদনত শিক্ষা মন্ত্ৰ্যালয়ে নিয়োগ কৰে?

(ক) আয়োগ কমিটি।

(খ) হংস মেহতা কমিটি।

(গ) শ্ৰীপ্ৰকাশ কমিটি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) শ্ৰীপ্ৰকাশ কমিটি।

১০। ২০১১ চনৰ লোকপিয়ল অনুসৰি আমাৰ দেশৰ জনসংখ্যা কিমান আছে?

(ক) ১,২১,০১,৯৩,৪২২ জন।

(খ) ১’১১,০২,৯৩,৪২২ জন।

(গ) ৩,১১,৬৯,২৭২ জন।

(ঘ) ১’১১,০৩,৯৩,২৪৪ জন।

উত্তৰঃ (ক) ১,২১,০১,৯৩,৪২২ জন।

১১। আমাৰ ৰাজ্য অসমৰ জনসংখ্যা কিমান আছে।

(ক) ৩,১১,৯৬,২৭২ জন।

(খ) ৩,১১,৬৯,২৭২ জন।

(গ) ২,১১,৮৯,২৭২ জন।

(ঘ) ১,২১,০১,৪২২ জন।

উত্তৰঃ (খ) ৩,১১,৬৯,২৭২ জন।

১২। কোন চনত বিলিচি সন্মিলন অনুষ্ঠিত কৰা হয়?

(ক) ১৮৭৭ চনত।

(খ) ১৮৯৬ চনত।

(গ) ১৯৭৭ চনত।

(ঘ) ১৯৭৮ চনত।

উত্তৰঃ (ক) ১৯৭৭ চনত।

১৩। Environment শব্দটো ফৰাচী শব্দৰ কোনটোৰ পৰা আহিছে।

(ক) French.

(খ) Surround.

(গ) Environir.

(ঘ) Environment.

উত্তৰঃ (গ) Environir.

১৪। কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো বিদ্যালয়ত শাৰীৰিক শিক্ষাপ্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

(ক) ১৯৮৬ চনত।

(খ) ১৮৯৮ চনত।

(গ) ১৯৬৮ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰঃ (ক) ১৯৮৬ চনত।

১৫। ১৯৬৪-৬৬ চনৰ কোন আয়োগে শাৰীৰিক কাৰ্যৱলী প্ৰদান ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে?

(ক) কোঠাৰী আয়োগে।

(খ) শিক্ষা আয়োগে।

(গ) নীতি আয়োগে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) শিক্ষা আয়োগ।

১৬। ” আমি আমাৰ অতীত সভ্যতাক লৈ গৌৰৱবোধ কৰোঁ, যিটো হল অবিৰত আৰু ভাঙিব নোৱাৰা”। এই মত কোনে প্ৰদান কৰিছিল?

(ক) ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।

(খ) মহাত্মা গান্ধী।

(গ) গোপাল ৰাও।

(ঘ) আলভা মিৰডাল।

উত্তৰঃ (ক) ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।

১৭। “শাৰীৰিক শিক্ষা মানে কেৱল শৰীৰৰ বিকাশেই নহয়, ই ব্যক্তিৰ । মানসিক আৰু আধ্যাত্মিক দিশৰো বিকাশ সাধনক বুজায়” এই কথাষাৰ কোনে কৈছিল?

(ক) ড° ৰাধাকৃষ্ণণ।

(খ) জয় বি. নাশ।

(গ) মহাত্মা গান্ধী।

(ঘ) চাৰ্লচ এ. বছেৰ।

উত্তৰঃ (গ) মহাত্মা গান্ধী।

১৮। কোন চনত ‘লিংগ সমতা’ সদনত স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘই ইয়াক এক মানুহৰ মূল অধিকাৰ হিচাপে গণ্য কৰিছে?

(ক) ১৯৪৫ চনত।

(খ) ১৮৫৪ চনত।

(গ) ১৯৫৪ চনত।

(ঘ) ১৮৮৯ চনত।

উত্তৰঃ (ক) ১৯৪৫ চনত।

১৯। কোন চনত কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ গঠন কৰা হৈছিল?

(ক) ১৯৩৬ চনত।

(খ) ১৮৩৫ চনত।

(গ) ১৯৪৫ চনত।

(ঘ) ১৯৫৩ চনত।

উত্তৰঃ (ঘ) ১৯৫৩ চনত।

২০। জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে উলিয়াইছিল?

(ক) আলভা মিৰডাল।

(খ) গোপাল ৰাও।

(গ) ড°ৰাধাকৃষ্ণণ।

(ঘ) মহাত্মা গান্ধী।

উত্তৰঃ (ক) আলভা মিৰডাল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top