Class 12 Education MCQ Chapter 2 অগতানুগতিক শিক্ষা

Class 12 Education MCQ Chapter 2 অগতানুগতিক শিক্ষা Solutions, HS 2nd year Education MCQ Notes, Class 12 Education MCQ Chapter 2 অগতানুগতিক শিক্ষা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education MCQ Solutions and select needs one.

Class 12 Education MCQ Chapter 2 অগতানুগতিক শিক্ষা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 12 Education Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Education MCQ Notes for All Subject, You can practice these here.

অগতানুগতিক শিক্ষা

Chapter – 2

EDUCATION

MULTIPLE CHOICE QUESTION ANSWER

১। শিক্ষাৰ প্ৰসাৰৰ মাধ্যম প্ৰধানকৈ কেই প্ৰকাৰৰ ? 

(ক) তিনি প্ৰকাৰৰ।

(খ)  দুই  প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) এক প্ৰকাৰৰ।

উত্তৰঃ (খ) দুই প্ৰকাৰৰ।

২। শিক্ষাদানৰ পদ্ধতিৰ ভিত্তিত শিক্ষা প্ৰসাৰৰ মাধ্যমসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা কি কি ?

(ক) আনুষ্ঠানিক শিক্ষা,  মুক্ত শিক্ষা, অগতানুগতিক শিক্ষা।

(খ) অগতানুগতিক শিক্ষা, যোগাযোগ শিক্ষা, আনুষ্ঠানিক শিক্ষা।

(গ) আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা, অগতানুগতিক শিক্ষা।

(ঘ) আনুষ্ঠানিক শিক্ষা, অগতানুগতিক শিক্ষা, দূৰত্ব শিক্ষা।

উত্তৰঃ (গ) আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা, অগতানুগতিক শিক্ষা।

৩। অগতানুগতিক শিক্ষা প্ৰদানৰ আন এক গুৰুত্বপূৰ্ণ মাধ্যমক কি শিক্ষা বোলা হয় ।

(ক) বৃত্তিমূলক শিক্ষা।

(খ) যোগাযোগ শিক্ষা।

(গ) অগতানুগতিক শিক্ষা।

(ঘ) আনুষ্ঠানিক শিক্ষা।

উত্তৰঃ (খ) যোগাযোগ শিক্ষা।

৪। যোগাযোগ শিক্ষাৰ ধাৰণা প্ৰথমবাৰ কোন চনত প্ৰচলন কৰিছিল?

(ক) ১৮৪০

(খ) ১৮৪৯

(গ) ১৮০৪ 

(ঘ) ১৮৮৮

উত্তৰঃ (ক) ১৮৪০

৫। ১৯৯৮ চনত যোগাযোগ শিক্ষাৰ পাঠ্যক্ৰমত প্ৰস্তুত কৰি কোনে এই শিক্ষাক কাৰ্যকৰী ৰূপ প্ৰদান কৰে।

(ক) হানচ্ এচ. হাৰমোড।

(খ) আইজাক পিটমেন।

(গ) ডক্টৰ কে. এল. মালী।

(ঘ) জে. পি. নায়ক।

উত্তৰঃ (ক) হানচ্ এচ. হাৰমোড।

৬। শিক্ষামন্ত্ৰী ডক্টৰ কে. এল. মালীয়ে কোন চনত কমিটী গঠন কৰে।

(ক) ১৯৬১

(খ) ১৯৬০

(গ) ১৯৬৩

(ঘ) ১৯৯০

উত্তৰঃ (ক) ১৯৬১

৭। কোন চনত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগাযোগ শিক্ষাৰ বাবে ৰাজ্যক সঞ্চালকালয় গঠন কৰা হয়।

(ক) ১৯৮৯।

(খ) ১৯৯০।

(গ) ১৯৯৮।

(ঘ) ১৯৯৯।

উত্তৰঃ (গ) ১৯৯৮।

৮। কোনখন বিশ্ববিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে যোগাযোগ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হয়।

(ক) মুম্বাই বিশ্ববিদ্যালয়।

(খ) গুৱাহাটী বিশ্ববিদ্যালয়।

(গ) ডিব্ৰুগড় বিশ্ববিদ্যালয়।

(ঘ) দিল্লী বিশ্ববিদ্যালয়।

উত্তৰঃ (ঘ) দিল্লী বিশ্ববিদ্যালয়।

৯। কোন চনত সৰ্বভাৰতীয় ভিত্তিত যোগাযোগ শিক্ষাৰ এখন সঞ্চালকালয় গঠন কৰে।

(ক) ১৯৬৬।

(খ) ১৯৫২।

(গ) ১৯২৬।

(ঘ) ১৯৬২।

উত্তৰঃ (ঘ) ১৯৬২।

১০। পোনপ্ৰথমে মুক্ত শিক্ষা ব্যৱস্থা ক’ত আৰম্ভ হৈছিল? 

(ক) ইউৰোপ মহাদেশ।

(খ) এছিয়া মহাদেশ।

(গ) আফ্ৰিকা মহাদেশ।

(ঘ) আমেৰিকা মহাদেশ।

উত্তৰঃ (ক) ইউৰোপ মহাদেশ।

১১। ১৯৭৯ চনৰ কোন মাহত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে পোন প্ৰথমবাৰৰ বাবে মুক্ত শিক্ষাৰ ধাৰণা অৱতাৰণা কৰিছিল ?

(ক) জানুৱাৰী মাহত।

(খ) জুলাই মাহত।

(গ) জুন মাহত।

(ঘ) মে মাহত।

উত্তৰঃ (খ) জুলাই মাহত।

১২। মুক্ত শিক্ষাৰ প্ৰতিষ্ঠান ক’ত স্থাপন কৰা হৈছিল?

(ক) মুম্বাই।

(খ) গুৱাহাটী।

(গ) দিল্লী।

(ঘ) আমেৰিকা।

উত্তৰঃ (গ) দিল্লী।

১৩। কোন চনত মাধ্যমিক শিক্ষাৰ বাবে দিল্লীত প্রথমখন মুক্ত বিদ্যালয়  স্থাপন কৰা হয়?

(ক) ১৯৭৯।

(খ) ১৯৯৭।

(গ) ১৯৭৮।

(ঘ) ১৭৯১।

উত্তৰঃ (ক) ১৯৭৯।

১৪। মুক্ত বিশ্ববিদ্যালয় পোন প্ৰথমে ক’ত আৰম্ভ হৈছিল?

(ক) আমেৰিকা।

(খ) ইংলেণ্ড।

(গ) মুম্বাই।

(ঘ) গুৱাহাটী।

উত্তৰঃ (খ) ইংলেণ্ড।

১৫। ১৯৭০ চনত ইংলেণ্ডত কোনে জাতীয় বিশ্ববিদ্যালয় স্থাপন কৰিছিল?

(ক) ইন্দিৰা গান্ধী।

(খ) কৃষ্ণকান্ত সন্দিকৈ।

(গ) আইজাক পিটমেন।

(ঘ) হেৰল্ড উইলচন।

উত্তৰঃ (ঘ) হেৰল্ড উইলচন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top