Class 12 Education MCQ Chapter 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Class 12 Education MCQ Chapter 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা Solutions, HS 2nd year Education MCQ Notes, Class 12 Education MCQ Chapter 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education MCQ Solutions and select needs one.

Class 12 Education MCQ Chapter 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Education Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Education MCQ Notes for All Subject, You can practice these here.

ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Chapter – 1

EDUCATION

MULTIPLE CHOICE QUESTION ANSWER

১। মুডালিয়াৰ আয়োগৰ আন এটা  নাম কি?

(ক) প্ৰাথমিক  শিক্ষা আয়োগ।

(খ) কোঠাৰী শিক্ষা আয়োগ।

(গ) মাধ্যমিক শিক্ষা আয়োগ।

(ঘ) উচ্চ মাধ্যমিক শিক্ষা আয়োগ।

উত্তৰঃ (গ) মাধ্যমিক শিক্ষা আয়োগ।

২। মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল?

(ক) ড° লক্ষ্মণস্বামী মুডালিয়াৰ।

(খ) কোঠাৰী আয়োগ।

(গ) চাৰ্জেন্ট।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ড° লক্ষ্মণস্বামী মুডালিয়াৰ।

৩। কোন চনত ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰা হয়?

(ক) ১৯৬৪চনত।

(খ) ১৯৬৬চনত।

(গ) ১৯৮৬চনত।

(ঘ) ১৯৬৮চনত।

উত্তৰঃ (গ) ১৯৮৬ চনত।

৪। ১৮৮২ চনত কোনে মাধ্যমিক শিক্ষাৰ অৱস্থাৰ উন্নতি সাধনৰ পৰামৰ্শ আগবঢ়ায়।

(ক)  চাৰ্জেন্ট।

(খ) হান্টাৰ আয়োগ।

(গ) ড° লক্ষ্মাণস্বামী মুডালিয়াৰ।

(ঘ) কোঠাৰী আয়োগ।

উত্তৰঃ (খ) হান্টাৰ আয়োগ। 

৫। আয়োগখনত সৰ্বমুঠ কেইজন সদস্য আছিল?

(ক) ৭জন।

(খ) ৪জন।

(গ) ৯জন।

(ঘ) ১২জন।

উত্তৰঃ (গ) ৯জন।

৬। মুডালিয়াৰ আয়োগ কেতিয়া গঠন কৰা হয়।

(ক) ১৯৫২-৫৩ চনত।

(খ) ১৯৫০-৫৩ চনত।

(গ) ১৯৫২-৫২ চনত।

(ঘ) ১৯৫৬-৫৩ চনত।

উত্তৰঃ (ঘ) ১৯৫২-৫৩ চনত।

৭। মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত সৰ্বমুঠ কেইটা অধ্যায় আছিল?

(ক) ১০ টা।

(খ) ১৫ টা।

(গ) ১২ টা।

(ঘ) ৮ টা।

উত্তৰঃ (খ) ১৫ টা।

৮। ১৯৬৪ চনৰ কোন তাৰিখে শিক্ষা আয়োগ গঠন কৰা হয়?

(ক) ১৩ জুলাই।

(খ) ১০ জুন।

(গ) ১৪ জুলাই।

(ঘ) ১৪ জুন।

উত্তৰঃ (গ) ১৪ জুলাই।

৯। ১৯৬৪ চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল?

(ক) ড° ডি.এচ কোঠাৰী।

(খ) মুডালিয়াৰ আয়োগ।

(গ) কোঠাৰী আয়োগ।

(ঘ) ৰাজীৱ গান্ধী।

উত্তৰঃ (ক) ড° ডি.এচ কোঠাৰী।

১০। কাৰ নামেৰে কোঠাৰী আয়োগক নামাকৰনণ কৰা হৈছে?

(ক) মুডালিয়াৰ আয়োগ।

(খ) কোঠাৰী আয়োগ।

(গ) ড° লক্ষ্মাণস্বামী।

(ঘ) ড° ডি. এচ কোঠাৰী।

উত্তৰঃ (ঘ) ড° ডি. এচ কোঠাৰী।

১১। কোঠাৰী আয়োগৰ প্ৰতিবেদনখনক কি নামেৰে জনা যায়?

(ক) ‘জাতীয় শিক্ষা’।

(খ) ‘জাতীয় বিকাশ’।

(গ) ‘শিক্ষা আৰু জাতীয় বিকাশ’।

(ঘ) ‘জাতীয় বিকাশ আৰু শিক্ষা’।

উত্তৰঃ (গ) ‘শিক্ষা আৰু জাতীয় বিকাশ’।

১২। ১৯৬৪ চনৰ কিমানজন দেশ-বিদেশী সদস্যৰে  কোঠাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰে?

(ক) ১৭ জন।

(খ) ৭ জন।

(গ) ১৫ জন।

(ঘ) ৯ জন।

উত্তৰঃ (ক) ১৭ জন।

১৩। শিক্ষাৰ সকলো দিশ সামগ্ৰিকভাৱে অধ্যয়ন কৰিবলৈ কেইটা কার্যদল গঠন কৰা হয়?

(ক) ৫ টা।

(খ) ৯ টা।

(গ) ১১ টা।

(ঘ) ১২ টা।

উত্তৰঃ (ঘ) ১২ টা।

১৪। কোন আয়োগে শিক্ষা সংগঠনৰ পুনৰ গঠনৰ হকে মতপোষণ কৰে।

(ক) শিক্ষা আয়োগ।

(খ) কোঠাৰী আয়োগ।

(গ) মুডালিয়াৰ আয়োগ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) কোঠাৰী আয়োগ।

১৫। প্ৰাথমিক শিক্ষা প্ৰৱেশৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বয়স কিমান বছৰ কম হব লাগে।

(ক) ৩ বছৰ।

(খ) ৬ বছৰ।

(গ) ৫ বছৰ।

(ঘ) ১০ বছৰ।

উত্তৰঃ (খ) ৬ বছৰ।

১৬। প্ৰথম ৰাজহুৱা পৰীক্ষা কোন শ্ৰেণীৰ পিছত হোৱা উচিত?

(ক) নৱম শ্ৰেণীৰ।

(খ) দ্বিতীয় শ্ৰেণীৰ।

(গ) পঞ্চম শ্ৰেণীৰ।

(ঘ) দশম শ্ৰেণীৰ।

উত্তৰঃ (ঘ) দশম শ্ৰেণীৰ।

১৭। উচ্চতৰ মাধ্যমিক শিক্ষা কিমান বছৰৰ বাবে কৰাৰ হকে আয়োগে পৰামৰ্শ আগবঢ়ায়।

(ক) তিনি বছৰৰ।

(খ) দুবছৰৰ।

(গ) ছয় বছৰৰ।

(ঘ) চাৰি বছৰৰ।

উত্তৰঃ (খ) দুবছৰৰ।

১৮। কিমান বছৰীয়া শিক্ষাৰ শেষত বহি: পৰীক্ষা অনুষ্ঠিত কৰা হব?

(ক) ১২ বছৰীয়া।

(খ) ৮ বছৰীয়া।

(গ) ১০ বছৰীয়া।

(ঘ) ৬ বছৰীয়া।

উত্তৰঃ (গ) ১০ বছৰীয়া।

১৯। কিমান বছৰ সময়ৰ বাবে প্ৰাক্-প্রথমিক শিক্ষা হব লাগে?

(ক) ৭-৮ বছৰ।

(খ) ১-৩ বছৰ।

(গ) ৩-৫ বছৰ।

(ঘ) ২-৫ বছৰ।

উত্তৰঃ (খ) ১-৩ বছৰৰ।

২০। প্রথমিক বিদ্যালয়ত নামভৰ্ত্তিকৰণৰ বয়স কিমান হব লাগে।

(ক) ৩ বছৰ ।

(খ) ১০ বছৰ।

(গ) ১২ বছৰ।

(ঘ) ৬ বছৰ।

উত্তৰঃ (ঘ) ৬ বছৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top