Class 12 Economics Important Chapter 4 মুদ্রা আৰু বেংক ব্যৱস্থা

Class 12 Economics Important Chapter 4 মুদ্রা আৰু বেংক ব্যৱস্থা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics Important Solutions and select need one. Class 12 Economics Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Economics.

Class 12 Economics Important Chapter 4 মুদ্রা আৰু বেংক ব্যৱস্থা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Economics Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 4

প্ৰথম খণ্ড: সমষ্টি বাদী অর্থনীতি
IMPORTANT QUESTION AND ANSWER

১। মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় কোনটো?

উত্তৰঃ মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় বিনিময় প্ৰথা।

২। জন্তু মান ব্যৱস্থাত সাধাৰণতে কোন জন্তু ব্যৱহৃত হৈছিল?

উত্তৰঃ জন্তু মান ব্যৱস্থাত সাধাৰণতে ছাগলী ব্যৱহৃত হৈছিল।

৩। অমুদ্রিত ধাতুমান ব্যৱস্থাত সাধাৰণতে কোন ধাতু ব্যৱহৃত হৈছিল?

উত্তৰঃ অমুদ্রিত ধাতুমান ব্যৱস্থাত সাধাৰণতে সোণ আৰু ৰূপ ব্যৱহৃত হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কাগজী মুদ্রাৰ প্ৰথম ধৰণ কি আছিল?

উত্তৰঃ কাগজী মুদ্রাৰ প্ৰথম ধৰণ প্ৰতিনিধিত্বমূলক মুদ্রা আছিল।

৫। বৰ্তমান ব্যৱহৃত কাগজী মুদ্রা কি ধৰণৰ?

উত্তৰঃ বৰ্তমান ব্যৱহৃত কাগজী মুদ্রা অপৰিৱৰ্তনীয় মুদ্রা।

৬। বিহিত মুদ্রা কি?

উত্তৰঃ বিহিত মুদ্রা হৈছে আইন অনুসৰি সকলোৰে বাবে বাধ্যতামূলকভাৱে গ্ৰহণযোগ্য মুদ্রা।

৭। সসীম বিহিত মুদ্রা কিধৰণৰ লেন-দেনৰ বাবে ব্যৱহৃত হয়?

উত্তৰঃ সসীম বিহিত মুদ্রা নিম্ন মূল্যৰ লেন-দেনৰ বাবে ব্যৱহৃত হয়।

৮। আদেশী মুদ্রাৰ গ্রহণযোগ্যতা কোন আধাৰত হয়?

উত্তৰঃ আদেশী মুদ্রাৰ গ্রহণযোগ্যতা চৰকাৰী আদেশ আৰু ক্ষমতাৰ ওপৰত হয়।

৯। প্রতীক মুদ্রাৰ বাহ্যিক মূল্য কিমান?

উত্তৰঃ প্রতীক মুদ্রাৰ বাহ্যিক মূল্য অন্তর্নিহিত মূল্যতকৈ বেছি।

১০। চেক মুদ্রা কোন ধৰণৰ মুদ্রাৰ উদাহৰণ?

উত্তৰঃ চেক মুদ্রা অবিহিত মুদ্রাৰ উদাহৰণ।

১১। ক’লা মুদ্রাৰ সৃষ্টি প্রধানত কিহৰ ফলত হয়?

উত্তৰঃ ক’লা মুদ্রাৰ সৃষ্টি প্রধানত কৰ প্ৰবঞ্চনাৰ ফলত হয়।

১২। তপত মুদ্রা কি?

উত্তৰঃ তপত মুদ্রা হৈছে মূলধনৰ হ্ৰস্বকালীন বহিঃগমন।

১৩। সংকুচিত মুদ্রা কেতিয়া হয়?

উত্তৰঃ সংকুচিত মুদ্রা সুদৰ হাৰ বৃদ্ধি হ’লে হয়।

১৪। সুলভ মুদ্রা কেতিয়া হয়?

উত্তৰঃ সুলভ মুদ্রা সুদৰ হাৰ হ্ৰাস হ’লে হয়।

১৫। উচ্চ ক্ষমতাসম্পন্ন মুদ্রাৰ নিয়ন্ত্ৰক কোন?

উত্তৰঃ উচ্চ ক্ষমতাসম্পন্ন মুদ্রাৰ নিয়ন্ত্ৰক হৈছে কেন্দ্ৰীয় বেংক।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top