Class 12 Economics Important Chapter 11 সামগ্ৰী আৰু সেৱা কৰ

Class 12 Economics Important Chapter 11 সামগ্ৰী আৰু সেৱা কৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics Important Solutions and select need one. Class 12 Economics Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Economics.

Class 12 Economics Important Chapter 11 সামগ্ৰী আৰু সেৱা কৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Economics Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 11

দ্বিতীয় খণ্ড: ভাৰতৰ অৰ্থনৈতিক উন্নয়ন
IMPORTANT QUESTION AND ANSWER

১। GST কি?

উত্তৰঃ Goods and Services Tax (GST) হৈছে এবিধ পৰোক্ষ কৰ, যি সামগ্ৰী আৰু সেৱাৰ যোগানৰ প্ৰতিটো স্তৰত আৰোপ কৰা এক মূল্য সংযোজিত কৰ।

২। ভাৰতত প্ৰথমবাৰৰ বাবে GST কেতিয়া আৰু কিয় প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১ জুলাই ২০১৭ চনত “এখন ৰাষ্ট্ৰ, এখন বজাৰ, এটা কৰ” নীতিৰ অধীনত একক কৰ প্ৰণালী সৃষ্টি কৰিবলৈ প্ৰৱৰ্তন কৰা হৈছিল।

৩। GST-ৰ মূল উদ্দেশ্য কি?

উত্তৰঃ কৰৰ ওপৰত কৰ প্ৰথাৰ অৱসান, একক ৰাষ্ট্ৰীয় বজাৰ সৃষ্টি আৰু GDP বৃদ্ধি কৰা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ভাৰতত GST বলবৎ কৰাৰ আগত কোন দেশত প্ৰথম প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ ভাৰতত GST বলবৎ কৰাৰ আগত ১৯৫৪ চনত ফ্ৰান্সত প্ৰথম প্ৰৱৰ্তন হৈছিল।

৫। CGST, SGST আৰু IGST মানে কি?

উত্তৰঃ CGST – কেন্দ্ৰীয় Goods and Services Tax, SGST – ৰাজ্যিক Goods and Services Tax, IGST – Integrated Goods and Services Tax।

৬। IGST কেতিয়া আৰোপ কৰা হয়?

উত্তৰঃ এখন ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ সামগ্ৰী বা সেৱা যোগানৰ সময়ত।

৭। GSTৰ অধীনত অন্তৰ্ভুক্ত দুটা কেন্দ্ৰীয় কৰ লিখা।

উত্তৰঃ GSTৰ অধীনত অন্তৰ্ভুক্ত দুটা কেন্দ্ৰীয় কৰ হ’ল- কেন্দ্ৰীয় আৱকাৰী শুল্ক আৰু সেৱা কৰ।

৮। GSTৰ অধীনত অন্তৰ্ভুক্ত দুটা ৰাজ্যিক কৰ লিখা।

উত্তৰঃ GSTৰ অধীনত অন্তৰ্ভুক্ত দুটা ৰাজ্যিক কৰ হ’ল- মনোৰঞ্জন কৰ আৰু ক্ৰয় কৰ।

৯। শূন্য শতাংশ GSTৰ অন্তৰ্গত দুটা সামগ্ৰী লিখা।

উত্তৰঃ শূন্য শতাংশ GSTৰ অন্তৰ্গত দুটা সামগ্ৰী হ’ল- গাখীৰ আৰু মাছ-মাংস।

১০। ৫% GSTৰ অন্তৰ্গত দুটা সামগ্ৰী লিখা।

উত্তৰঃ ৫% GSTৰ অন্তৰ্গত দুটা সামগ্ৰী হ’ল- চাহপাত আৰু ধূপকাঠি।

১১। ১২% GSTৰ অন্তৰ্গত দুটা সামগ্ৰী লিখা।

উত্তৰঃ ২% GSTৰ অন্তৰ্গত দুটা সামগ্ৰী হ’ল- মাখন আৰু শুকান ফল।

১২। ১৮% GSTৰ অন্তৰ্গত দুটা সামগ্ৰী লিখা।

উত্তৰঃ ১৮% GSTৰ অন্তৰ্গত দুটা সামগ্ৰী হ’ল- চাবুন আৰু বিস্কুট।

১৩। ২৮% GSTৰ অন্তৰ্গত দুটা সামগ্ৰী লিখা।

উত্তৰঃ ২৮% GSTৰ অন্তৰ্গত দুটা সামগ্ৰী হ’ল- পানমছলা আৰু চিগাৰেট।

১৪। ৰাফ হীৰাৰ ওপৰত GST হাৰ কিমান?

উত্তৰঃ ৰাফ হীৰাৰ ওপৰত GST হাৰ ২.৫%।

১৫। সোনৰ ওপৰত GST হাৰ কিমান?

উত্তৰঃ সোনৰ ওপৰত GST হাৰ ২%।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top