Class 12 Chemistry Important Chapter 7 এলক’হল, ফিন’ল আৰু ইথাৰ

Class 12 Chemistry Important Chapter 7 এলক’হল, ফিন’ল আৰু ইথাৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry Important Solutions and select need one. Class 12 Chemistry Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Chemistry.

Class 12 Chemistry Important Chapter 7 এলক’হল, ফিন’ল আৰু ইথাৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Chemistry Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 7

IMPORTANT QUESTION AND ANSWER

১। C₄H₁₀O সংকেতৰ সমযোগী এলক’হলৰ সংখ্যা কি?

উত্তৰঃ C₄H₁₀O সংকেতৰ সমযোগী এলক’হলৰ সংখ্যা হ’ল— 8

২। কোনটো এলক’হলৰ আম্লিকতা বেছি?

উত্তৰঃ মিথানল এলক’হলৰ আম্লিকতা বেছি।

৩। উচ্চ উতলাংকবিশিষ্ট যৌগটো কি লিখা।

উত্তৰঃ উচ্চ উতলাংকবিশিষ্ট যৌগটো হ’ল— CH₃OH

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কোনটো যৌগয়ে ইথিনক ইথানললৈ পৰিৱৰ্তন কৰে?

উত্তৰঃ H₂SO₄ যৌগয়ে ইথিনক ইথানললৈ পৰিৱৰ্তন কৰে।

৫। এলক’হল চিনাক্তকৰণৰ লুকাছৰ বিকাৰকটো কোনটো লিখা।

উত্তৰঃ এলক’হল চিনাক্তকৰণৰ লুকাছৰ বিকাৰকটো হ’ল— ZnCI₂/HCI

৬। LiAlH₄-ৰ দ্বাৰা এচিটিক এচিডৰ বিজাৰণৰ ফলত কি উৎপন্ন হয়?

উত্তৰঃ LiAlH₄-ৰ দ্বাৰা এচিটিক এচিডৰ বিজাৰণৰ ফলত ইথানল উৎপন্ন হয়।

৭। লুকাছৰ বিকাৰকে তৎক্ষণাৎ কি অধঃক্ষেপ সৃষ্টি কৰে?

উত্তৰঃ লুকাছৰ বিকাৰকে তৎক্ষণাৎ 3° এলক’হল অধঃক্ষেপ সৃষ্টি কৰে।

৮। ভিক্টৰ মেয়াৰ অভীক্ষণত ৰঙা দ্ৰৱৰ সৃষ্টি হ’লে এলক’ইলটো কি হ’ব?

উত্তৰঃ ভিক্টৰ মেয়াৰ অভীক্ষণত ৰঙা দ্ৰৱৰ সৃষ্টি হ’লে এলক’ইলটো 2° এলক’হল হ’ব।

৯। H₂SO₄-ৰ উপস্থিতিত এলক’হলে কার্বক্সিলিক এচিডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে?

উত্তৰঃ H₂SO₄-ৰ উপস্থিতিত এলক’হলে কার্বক্সিলিক এচিডৰ সৈতে বিক্ৰিয়া কৰি এষ্টাৰ উৎপন্ন কৰে।

১০। গ্লিচাৰলক KHSO₄-ৰ সৈতে উত্তপ্ত কৰিলে কি উৎপন্ন হয়?

উত্তৰঃ গ্লিচাৰলক KHSO₄-ৰ সৈতে উত্তপ্ত কৰিলে এক্র’লিন উৎপন্ন হয়।

১১। গ্লিচাৰলত কি আছে?

উত্তৰঃ গ্লিচাৰলত দুটা প্রাইমাৰি OH আছে।

১২। Zn-ৰ গুড়িৰে ফিন’ল পাতন কৰিলে কি উৎপন্ন হয়?

উত্তৰঃ Zn-ৰ গুড়িৰে ফিন’ল পাতন কৰিলে বেনযিন উৎপন্ন হয়।

১৩। কোনবিধ প্রাইমাৰি, ছেকণ্ডাৰি আৰু টাছিয়াৰি যৌগৰ চিনাক্তকৰণত লুকাছৰ বিকাৰক ব্যৱহৃত হয়?

উত্তৰঃ এলক’ইল প্রাইমাৰি, ছেকণ্ডাৰি আৰু টাছিয়াৰি যৌগৰ চিনাক্তকৰণত লুকাছৰ বিকাৰক ব্যৱহৃত হয়।

১৪। ইথানলৰ বাষ্প উত্তপ্ত কপাৰৰ ওপৰেদি পঠিয়ালে কি উৎপন্ন হয়?

উত্তৰঃ ইথানলৰ বাষ্প উত্তপ্ত কপাৰৰ ওপৰেদি পঠিয়ালে ইথানেল উৎপন্ন হয়।

১৫। ফিন’লে ব্রামিন-পানীৰ সৈতে বিক্রিয়া কৰি উৎপন্ন কৰা যৌগটো কোনটো?

উত্তৰঃ ফিন’লে ব্রামিন-পানীৰ সৈতে বিক্রিয়া কৰি উৎপন্ন কৰা যৌগটো হ’ল— 2, 4, 6 ট্রাইব্র’ম’ফিন’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top