Class 12 Chemistry Important Chapter 10 বায়’অণু

Class 12 Chemistry Important Chapter 10 বায়’অণু Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry Important Solutions and select need one. Class 12 Chemistry Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Chemistry.

Class 12 Chemistry Important Chapter 10 বায়’অণু

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Chemistry Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 10

IMPORTANT QUESTION AND ANSWER

১। কার্বহাইড্রেটবোৰ কি?

উত্তৰঃ কার্বহাইড্রেটবোৰ C, H, O-ৰ যৌগ।

২। কার্বহাইড্ৰেটৰ সাধাৰণ আণৱিক সংকেত কি?

উত্তৰঃ কার্বহাইড্ৰেটৰ সাধাৰণ আণৱিক সংকেত হ’ল– Cₙ(H₂O)ₙ

৩। প্ৰস্ৰাৱত ছুগাৰ নিৰ্ণয়ৰ বাবে দিয়া বিকাৰকটো কি?

উত্তৰঃ প্ৰস্ৰাৱত ছুগাৰ নিৰ্ণয়ৰ বাবে দিয়া বিকাৰকটো হ’ল- ফেলিং বিকাৰক।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। গ্লুক’জ আৰু ফুক্ট’জ কি?

উত্তৰঃ গ্লুক’জ আৰু ফুক্ট’জ কাৰ্যকৰী সমযোগী।

৫। শ্বেতসাৰৰ ম’ন’মাৰটো কি?

উত্তৰঃ শ্বেতসাৰৰ ম’ন’মাৰটো হ’ল- গ্লুক’জ।

৬। ষ্টাৰ্চৰ আৰ্দ্ৰ বিশ্লেষণৰ অন্তিম বিক্রিয়াজাত কি?

উত্তৰঃ ষ্টাৰ্চৰ আৰ্দ্ৰ বিশ্লেষণৰ অন্তিম বিক্রিয়াজাত হ’ল- গ্লুক’জ।

৭। আটাইতকৈ মিঠা শৰ্কৰা কি?

উত্তৰঃ আটাইতকৈ মিঠা শৰ্কৰা ফুক্ট’জ।

৮। ষ্টাৰ্চ আৰু গ্লুক’জৰ দ্ৰৱৰ মাজত পার্থক্য উলিওৱা বিকাৰকটো কোনটো?

উত্তৰঃ ষ্টাৰ্চ আৰু গ্লুক’জৰ দ্ৰৱৰ মাজত পার্থক্য উলিওৱা বিকাৰকটো হ’ল- আয়’ডিন দ্ৰৱ।

৯। গাখীৰৰ শৰ্কৰা কি?

উত্তৰঃ গাখীৰৰ শৰ্কৰা লেক্ট’জ।

১০। নিন্হাইড্রিন অভীক্ষণ দেখুওৱা পদার্থৰ নাম লিখা।

উত্তৰঃ নিন্হাইড্রিন অভীক্ষণ দেখুওৱা পদার্থৰ নাম হ’ল- প্র’টিন।

১১। ‘ৰিকেট’ বেমাৰ কি ভিটামিনৰ অভাৱত হয়?

উত্তৰঃ ‘ৰিকেট’ বেমাৰ D ভিটামিনৰ অভাৱত হয়।

১২। প্ৰ’টিনৰ ম’ন’মাৰ কি?

উত্তৰঃ প্ৰ’টিনৰ ম’ন’মাৰ হ’ল- এমিন’ এচিড।

১৩। B ভিটামিনৰ অভাৱত হোৱা এবিধ ৰোগৰ নাম লিখা।

উত্তৰঃ B ভিটামিনৰ অভাৱত হোৱা এবিধ ৰোগৰ নাম হ’ল- বেৰিবেৰি।

১৪। ষ্টার্চক ডাইছেকেৰাইডলৈ পৰিৱৰ্তন কৰা এনযাইমৰ নাম লিখা।

উত্তৰঃ ষ্টার্চক ডাইছেকেৰাইডলৈ পৰিৱৰ্তন কৰা এনযাইমৰ নাম হ’ল- ডায়াস্টেজ।

১৫। ভিটামিন B₁-ৰ আন এটা নাম লিখা।

উত্তৰঃ ভিটামিন B₁-ৰ আন এটা নাম হ’ল- থায়েমিন।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top