Class 12 Economics Important Chapter 1 সমষ্টিবাদী অৰ্থনীতিঃ সূচনা

Class 12 Economics Important Chapter 1 সমষ্টিবাদী অৰ্থনীতিঃ সূচনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics Important Solutions and select need one. Class 12 Economics Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Economics.

Class 12 Economics Important Chapter 1 সমষ্টিবাদী অৰ্থনীতিঃ সূচনা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Economics Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 1

প্ৰথম খণ্ড: সমষ্টি বাদী অর্থনীতি
IMPORTANT QUESTION AND ANSWER

১। কিমান চনত বৃহৎ মন্দাবস্থা হৈছিল?

উত্তৰঃ ১৯২৯ চনত বৃহৎ মন্দাবস্থা হৈছিল।

২। অর্থনীতিৰ পিতৃ বুলি কাক স্বীকৃতি দিয়া হৈছে?

উত্তৰঃ অর্থনীতিৰ পিতৃ বুলি এডাম স্মিথক স্বীকৃতি দিয়া হৈছে।

৩। অর্থনীতি এখনৰ চাৰিটা ক্ষেত্ৰৰ যিকোনো এটাৰ নাম লিখা।

উত্তৰঃ অর্থনীতি এখনৰ চাৰিটা ক্ষেত্ৰৰ যিকোনো এটাৰ নাম হ’ল- পৰিয়াল খণ্ড (Household sector)।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। অর্থনীতি এখনত পৰিয়াল খণ্ডই কিদৰে প্রভাৱ পেলায় লিখা।

উত্তৰঃ পৰিয়াল খণ্ডই কৰ দিয়াৰ লগতে শ্ৰমৰ যোগান ধৰে আৰু বজাৰ সৃষ্টি কৰে।

৫। উন্নয়নশীল দেশ এখনত চৰকাৰৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ চৰকাৰে শিক্ষা, স্বাস্থ্য, নিয়োগ, আন্তঃগাঁথনি উন্নয়ন আদি ক্ষেত্ৰত সক্ৰিয়ভাৱে সিদ্ধান্ত লয়।

৬। ব্যষ্টিবাদী আৰু সমষ্টিবাদী অর্থনীতিৰ সম্পৰ্ক ব্যাখ্যা কৰা।

উত্তৰঃ ব্যষ্টিবাদী অর্থনীতি ব্যক্তি বা প্রতিষ্ঠানভিত্তিক, আৰু সমষ্টিবাদী অর্থনীতি সামগ্ৰিকভাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চলকসমূহ অধ্যয়ন কৰে।

৭। সাধাৰণ ভাৰসাম্য কি?

উত্তৰঃ যোগান আৰু চাহিদা সমান হৈ সকলো বজাৰত ভাৰসাম্য থকা অৱস্থা।

৮। বৃহৎ অর্থনৈতিক সিদ্ধান্ত নিৰূপণকাৰীসকল কোন?

উত্তৰঃ বৃহৎ অর্থনৈতিক সিদ্ধান্ত নিৰূপণকাৰীসকল হ’ল- চৰকাৰ, কেন্দ্ৰীয় বেংক, ৰাজহ বিভাগ আদি।

৯। কাম কৰিবলৈ সাজু থকা সকলো শ্রমিকে নিযুক্তি পায় বুলি ক’লে তাক কি চিন্তাকুল বুলি কোৱা হয়?

উত্তৰঃ কাম কৰিবলৈ সাজু থকা সকলো শ্রমিকে নিযুক্তি পায় বুলি ক’লে Classical (ধাৰ্মিক) চিন্তাকুল বুলি কোৱা হয়।

১০। ‘The General Theory of Employment, Interest and Money’ গ্ৰন্থখনৰ লিখক কোন?

উত্তৰঃ ‘The General Theory of Employment, Interest and Money’ গ্ৰন্থখনৰ লিখক হ’ল- জন মে’নার্ড কেইন্‌চ।

১১। ‘The General Theory of Employment, Interest and Money’ গ্ৰন্থখন কোন চনত প্ৰকাশিত হৈছিল?

উত্তৰঃ ‘The General Theory of Employment, Interest and Money’ গ্ৰন্থখন ১৯৩৬ চনত প্ৰকাশিত হৈছিল।

১২। Microeconomics ৰ আগত ব্যৱহৃত শব্দ কি?

উত্তৰঃ Microeconomics ৰ আগত ব্যৱহৃত শব্দ হ’ল- Mikros, অৰ্থাৎ সৰু।

১৩। Macroeconomics ৰ আগত ব্যৱহৃত শব্দ কি?

উত্তৰঃ Macroeconomics ৰ আগত ব্যৱহৃত শব্দ হ’ল- Makros, অৰ্থাৎ বৃহৎ।

১৪। আন্তর্জাতিক বাণিজ্যৰ পদ্ধতি কি?

উত্তৰঃ আন্তর্জাতিক বাণিজ্যৰ পদ্ধতি হ’ল- ৰপ্তানি আৰু আমদানি।

১৫। চৰকাৰী খণ্ডৰ ভূমিকা কি?

উত্তৰঃ আইন প্ৰণয়ন আৰু খৰচ নিয়ন্ত্রণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top