Class 12 Business Studies MCQ Chapter 7 নির্দেশনা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Business Studies MCQ Chapter 7 নির্দেশনা and select need one. AHSEC Class 12 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 12.
Class 12 Business Studies MCQ Chapter 7 নির্দেশনা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Business Studies Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Business Studies MCQ in Assamese for All Chapters, You can practice these here.
নির্দেশনা
Chapter: 7
| প্ৰথম খণ্ড: পৰিচালনাৰ নীতি আৰু কাৰ্য |
১। নির্দেশনাৰ মূল উপাদানসমূহৰ সংখ্যা কেইটা?
(ক) ৩টা।
(খ) ৪টা।
(গ) ৫টা।
(ঘ) ২টা।
উত্তৰঃ (খ) ৪টা।
২। তলৰ কোনটো ‘নির্দেশনাৰ’ উপাদান নহয়?
(ক) পৰিদৰ্শন।
(খ) নেতৃত্ব।
(গ) নিয়ন্ত্রণ।
(ঘ) যোগাযোগ।
উত্তৰঃ (গ) নিয়ন্ত্রণ।
৩। তলৰ কোনজন পণ্ডিতে কৈছে – “Directing is telling people what to do and seeing that they do it to the best of their ability”?
(ক) Theo Haimann
(খ) George R. Terry
(গ) Ernest Dale
(ঘ) Joseph Massie
উত্তৰঃ (গ) Ernest Dale
৪। পৰিদৰ্শন শব্দটোৰ অৰ্থ কি?
(ক) মোনাটো কৰা।
(খ) দায়িত্ব দিব।
(গ) ওপৰৰ পৰা দৃষ্টিপাত কৰা।
(ঘ) সময় বাচোৱা।
উত্তৰঃ (গ) ওপৰৰ পৰা দৃষ্টিপাত কৰা।
৫। Supervision শব্দটো কোন দুটা শব্দৰ সমষ্টি?
(ক) Support + Vision
(খ) Superior + Vision
(গ) Super + Vision
(ঘ) Super + View
উত্তৰঃ (গ) Super + Vision
৬। নেতৃত্ব বুলিলে কি বুজায়?
(ক) আদেশ মানি লোৱা।
(খ) বাধ্যবাধকতাৰ মাধ্যমে কাম কৰোৱা।
(গ) স্বেচ্ছায় কাম কৰাবলৈ অনুপ্ৰেৰণা দিয়া।
(ঘ) পৰীক্ষা কৰা।
উত্তৰঃ (গ) স্বেচ্ছায় কাম কৰাবলৈ অনুপ্ৰেৰণা দিয়া।
৭। ‘Human Factor’ বুলিলে কি বুজায়?
(ক) মেচিনৰ ব্যৱহাৰ।
(খ) মানুহৰ আচৰণ আৰু দৃষ্টিভংগী।
(গ) ৰাজনৈতিক হস্তক্ষেপ।
(ঘ) অৰ্থনৈতিক বিনিয়োগ।
উত্তৰঃ (খ) মানুহৰ আচৰণ আৰু দৃষ্টিভংগী।
৮। তলৰ কোনটো ‘নির্দেশনাৰ নীতি’ৰ অংশ নহয়?
(ক) আদেশৰ একতাৰ নীতি।
(খ) লক্ষ্য সাধনৰ নীতি।
(গ) পৰীক্ষা নীতি।
(ঘ) নেতৃত্বৰ নীতি।
উত্তৰঃ (গ) পৰীক্ষা নীতি।
৯। Supervision কোন স্তৰত অধিক প্ৰয়োজনীয়?
(ক) উচ্চস্তৰ।
(খ) মধ্যম স্তৰ।
(গ) নিম্নস্তৰ।
(ঘ) সকলো স্তৰ।
উত্তৰঃ (গ) নিম্নস্তৰ।
১০। নিৰ্দেশনা কার্য সফল কৰিবলৈ কাৰ গুৰুত্ব অধিক?
(ক) সময়।
(খ) দলগঠন।
(গ) নেতৃত্ব আৰু পৰিদৰ্শন।
(ঘ) তথ্য আৰু প্ৰযুক্তি।
উত্তৰঃ (গ) নেতৃত্ব আৰু পৰিদৰ্শন।
১১। “Leadership is the ability of a manager to induce subordinates to work with confidence and zeal” — এই সংজ্ঞাটো কোনে দিছিল?
(ক) George R. Terry।
(খ) Theo Haimann।
(গ) Koontz and O’Donnell।
(ঘ) Robert Appleby।
উত্তৰঃ (গ) Koontz and O’Donnell।
১২। তলৰ কোনটো নেতৃত্বৰ গুণ নহয়?
(ক) আত্মবিশ্বাস।
(খ) মোহনীয় চেহেৰা।
(গ) অহংকাৰ।
(ঘ) অধিক কল্পনা শক্তি।
উত্তৰঃ (গ) অহংকাৰ।
১৩। নেতৃত্বৰ বৈশিষ্ট্যৰ ভিতৰত “সম্পর্ক” বুলিয়ে কি বুজায়?
(ক) নেতাৰ বেতন বৃদ্ধি।
(খ) নেতাৰ অধীনস্থৰ সৈতে সম্পৰ্ক গঢ়া।
(গ) প্ৰতিষ্ঠানৰ লগত আঁত ধৰা।
(ঘ) ৰাইজৰ লগত বিতৰ্ক।
উত্তৰঃ (খ) নেতাৰ অধীনস্থৰ সৈতে সম্পৰ্ক গঢ়া।
১৪। তলৰ কোনটো প্রণোদিতকৰণৰ বৈশিষ্ট্য?
(ক) এটা অনিয়মিত প্ৰক্ৰিয়া।
(খ) এটা ধাৰাবাহিক প্ৰক্ৰিয়া।
(গ) এটা পৰীক্ষণ পদ্ধতি।
(ঘ) এটা শাৰীৰিক কৌশল।
উত্তৰঃ (খ) এটা ধাৰাবাহিক প্ৰক্ৰিয়া।
১৫। Maslow-ৰ মতে পঞ্চম তথা সৰ্বোচ্চ স্তৰৰ প্রয়োজনীয়তা কোনটো?
(ক) শাৰীৰিক প্রয়োজনীয়তা।
(খ) মৰম-দয়াৰ প্রয়োজনীয়তা।
(গ) আত্মপ্রতিষ্ঠাৰ প্রয়োজনীয়তা।
(ঘ) সামাজিক প্রয়োজনীয়তা।
উত্তৰঃ (গ) আত্মপ্রতিষ্ঠাৰ প্রয়োজনীয়তা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



