Class 12 Business Studies MCQ Chapter 8 নিয়ন্ত্রণ

Class 12 Business Studies MCQ Chapter 8 নিয়ন্ত্রণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Business Studies MCQ Chapter 8 নিয়ন্ত্রণ and select need one. AHSEC Class 12 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 12.

Class 12 Business Studies MCQ Chapter 8 নিয়ন্ত্রণ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Business Studies Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Business Studies MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 8

প্ৰথম খণ্ড: পৰিচালনাৰ নীতি আৰু কাৰ্য

১। নিয়ন্ত্রণ পৰিচালনাৰ কোনখন ধাপ হিচাপে গণ্য কৰা হয়?

(ক) প্ৰথম ধাপ।

(খ) দ্বিতীয় ধাপ।

(গ) তৃতীয় ধাপ।

(ঘ) অন্তিম বা শেষ ধাপ।

উত্তৰঃ (ঘ) অন্তিম বা শেষ ধাপ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। নিয়ন্ত্রণৰ মূল উদ্দেশ্য কি?

(ক) লাভ বৃদ্ধি।

(খ) বিক্ৰী বৃদ্ধি।

(গ) বিচ্যুতি চিনাক্তকৰণ আৰু শুধৰণি।

(ঘ) বাজেট প্ৰস্তুতকৰণ।

উত্তৰঃ (গ) বিচ্যুতি চিনাক্তকৰণ আৰু শুধৰণি।

৩। “Control consists in verifying whether everything occurs in conformity with the plan adopted” – এই উক্তিটো কোনে দিছিল?

(ক) হেনৰি ফেয়ল।

(খ) জর্জ আৰ. টেৰিব।

(গ) কুঞ্চাল আৰু ও’ডোনেল।

(ঘ) ই. এফ. এল. ব্ৰিছ।

উত্তৰঃ (ক) হেনৰি ফেয়ল।

৪। ফলাফল ভিত্তিক নিয়ন্ত্রণৰ লক্ষ্য কি?

(ক) সময় বাচোৱা।

(খ) বিচ্যুতি সৃষ্টি।

(গ) আগৰ ফলাফল ৰক্ষা।

(ঘ) পূৰ্ব নিৰ্ধাৰিত লক্ষ্যত উপনীত হওঁ।

উত্তৰঃ (ঘ) পূৰ্ব নিৰ্ধাৰিত লক্ষ্যত উপনীত হওঁ।

৫। নিয়ন্ত্রণ একধাৰাবাহিক প্ৰক্ৰিয়া হয়, কিয়?

(ক) ই খৰচ বচায়।

(খ) ফলাফল সদায় ঠিক থাকে।

(গ) সময় সময়ত মূল্যাঙ্কন হয়।

(ঘ) টেবুলাৰ পদ্ধতি।

উত্তৰঃ (গ) সময় সময়ত মূল্যাঙ্কন হয়।

৬। তলৰ কোনটো নিয়ন্ত্রণৰ বৈশিষ্ট্য নহয়?

(ক) আগলৈ লক্ষ্য কৰা।

(খ) বিষয়বস্তু ভিত্তিক।

(গ) তুলনা।

(ঘ) লক্ষ্য সাধন।

উত্তৰঃ (খ) বিষয়বস্তু ভিত্তিক।

৭। ভাল নিয়ন্ত্রণ প্ৰণালীৰ বৈশিষ্ট্য কোনটো নহয়?

(ক) সৰলতা।

(খ) উপযোগিতা।

(গ) অনমনীয়তা।

(ঘ) খৰতকীয়া প্রতিবেদন।

উত্তৰঃ (গ) অনমনীয়তা।

৮। কার্য সম্পাদন আৰু মানদণ্ডৰ তুলনা কেতিয়া কৰা হয়?

(ক) লক্ষ্য স্থাপন কৰাৰ আগতে।

(খ) কৃতকাৰ্যতা মাপি লোৱাৰ পিছত।

(গ) ফলাফল ঘোষণাৰ আগতে।

(ঘ) বাজেট প্ৰস্তুত হোৱাৰ পিছত।

উত্তৰঃ (খ) কৃতকাৰ্যতা মাপি লোৱাৰ পিছত।

৯। লাভালাভৰ সমতাৰ বিন্দু মানে কি?

(ক) লাভৰ সূচনা বিন্দু।

(খ) লোকচানৰ বিন্দু।

(গ) লাভ আৰু লোকচান সমান হোৱা বিন্দু।

(ঘ) ব্যয়ৰ সীমা।

উত্তৰঃ (গ) লাভ আৰু লোকচান সমান হোৱা বিন্দু।

১০। “Controlling is forward looking” – এই কথাৰ অৰ্থ কি?

(ক) অতীত ভুলবোৰৰ শোধ লোৱা।

(খ) বেছি মুনাফাৰ আশ্বাস।

(গ) ভৱিষ্যত সমস্যাৰ আগতীয়া সমাধান।

(ঘ) সময়ত সিদ্ধান্ত লোৱা।

উত্তৰঃ (গ) ভৱিষ্যত সমস্যাৰ আগতীয়া সমাধান।

১১। নিয়ন্ত্রণৰ আটাইতকৈ পুৰণা কৌশল কোনটো?

(ক) PERT।

(খ) ROI।

(গ) ব্যক্তিগত অনুধাবন।

(ঘ) MIS।

উত্তৰঃ (গ) ব্যক্তিগত অনুধাবন।

১২। তলৰ কোনটো নিয়ন্ত্রণৰ গাণিতিক কৌশল?

(ক) বাজেটৰ দ্বাৰা নিয়ন্ত্রণ।

(খ) অনুপাত বিশ্লেষণ।

(গ) কাৰ্যসূচী মূল্যায়ন।

(ঘ) প্ৰতিবেদন পাঠোৱা।

উত্তৰঃ (খ) অনুপাত বিশ্লেষণ।

১৩। ‘MIS’ ৰ সম্পূৰ্ণ ৰূপ কি?

(ক) Management Information System.

(খ) Master Input Service.

(গ) Modern Internal Setup.

(ঘ) Management Input Software.

উত্তৰঃ (ক) Management Information System.

১৪। তলৰ কোনটো নিচিন্তভাৱে অধ্যয়ন কৰা আধুনিক কৌশল?

(ক) বাজেট।

(খ) লাভালাভ বিশ্লেষণ।

(গ) পৰিচালনীয় হিচাপ পৰীক্ষণ।

(ঘ) ভৌতিক মানদণ্ড।

উত্তৰঃ (গ) পৰিচালনীয় হিচাপ পৰীক্ষণ।

১৫। ‘PERT’ আৰু ‘CPM’ পদ্ধতি কোন শ্ৰেণীৰ অন্তৰ্গত?

(ক) পৰম্পৰাগত।

(খ) আধুনিক।

(গ) স্থানীয়।

(ঘ) আনুষ্ঠানিক।

উত্তৰঃ (খ) আধুনিক।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top