Class 12 Biology Important Chapter 4 জনন স্বাস্থ্য

Class 12 Biology Important Chapter 4 জনন স্বাস্থ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 4 জনন স্বাস্থ্য

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 4

IMPORTANT QUESTION AND ANSWER

১। জনন স্বাস্থ্যৰ অৰ্থ কি?

উত্তৰঃ জনন স্বাস্থ্যৰ অৰ্থ হৈছে স্বাভাৱিক, সুস্থ, কার্যক্ষম জননসংক্রান্ত সকলো দিশৰ সমষ্টি।

২। WHOৰ সম্পূর্ণ ৰূপ কি?

উত্তৰঃ World Health Organisation.

৩। STDৰ সম্পূর্ণ ৰূপ কি?

উত্তৰঃ Sexually Transmitted Diseases.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। জনসংখ্যা বিস্ফোৰণ ৰোধৰ এটি উপায় কি?

উত্তৰঃ জনসংখ্যা বিস্ফোৰণ ৰোধৰ এটি উপায় হ’ল- জন্মনিৰোধ পদ্ধতিৰ ব্যৱহাৰ। 

৫। ARTৰ সম্পূর্ণ ৰূপ কি?

উত্তৰঃ Assisted Reproductive Technique.

৬। IVF মানে কি?

উত্তৰঃ In Vitro Fertilisation.

৭। গৰ্ভনিৰোধৰ এটি মৌখিক বড়িৰ নাম কি?

উত্তৰঃ গৰ্ভনিৰোধৰ এটি মৌখিক বড়িৰ নাম হ’ল- চাহেলী।

৮। পুৰুষৰ বাবে উপযুক্ত ক’নডমৰ নাম কি?

উত্তৰঃ পুৰুষৰ বাবে উপযুক্ত ক’নডমৰ নাম হ’ল- নিৰোধ।

৯। যৌনৰোগৰ পৰা ৰক্ষা পাবলৈ কিয় ক’নডম ব্যৱহাৰ কৰা উচিত?

উত্তৰঃ যৌনৰোগৰ পৰা ৰক্ষা পাবলৈ ক’নডম ব্যৱহাৰ কৰা উচিত কিয়নো ই যৌন সংক্রমণ ৰোধ কৰে।

১০। এনেকুৱা দুজন দম্পতীয়ে সন্তান নাপায়, তাক কি বোলে?

উত্তৰঃ অনুৰ্বৰ দম্পতি।

১১। IUD কিমান প্ৰকাৰৰ হয়?

উত্তৰঃ IUD তিনি প্ৰকাৰৰ হয়।

১২। গৰ্ভপাত কেতিয়া ন্যায়সংগত হয়?

উত্তৰঃ গৰ্ভস্থ ভ্রূণ বা মাতৃৰ জীৱন বিপদত থাকিলে।

১৩। জনন অংগৰ বিষয়ে শিক্ষা ক’ত প্ৰদান কৰা উচিত?

উত্তৰঃ বিদ্যালয়ত যৌন শিক্ষাৰ জৰিয়তে।

১৪। যৌনৰোগৰ এটা উপসৰ্গ কি?

উত্তৰঃ গুপ্তঅংগত খুজবুটি।

১৫। প্ৰসৱৰ সময়ত মাতৃৰ যত্ন লোৱা কিয় দৰকাৰ?

উত্তৰঃ মাতৃ আৰু শিশুৰ জীৱন সুৰক্ষিত ৰাখিবলৈ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top