Class 12 Biology Important Chapter 3 মানৱ প্রজনন

Class 12 Biology Important Chapter 3 মানৱ প্রজনন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 3 মানৱ প্রজনন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 3

IMPORTANT QUESTION AND ANSWER

১। নিষেচন বুলিলে কি বুজা?

উত্তৰঃ পুৰুষ আৰু স্ত্রীজনন কোষ দুটাৰ মিলন প্রক্রিয়াকে নিষেচন বোলে।

২। কুকুৰৰ জননচক্র কেইটা?

উত্তৰঃ ককুৰৰ জননচক্ৰ বছৰেকত দুটা।

৩। প্ৰজননৰ লগত জড়িত হৰম’ন দুটাৰ নাম লিখা।

উত্তৰঃ প্ৰজননৰ লগত জড়িত হৰম’ন দুটাৰ নাম হৈছে-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) ইস্ট্রোজেন। আৰু

(খ) প্রজেষ্টেৰণ।

৪। অণ্ডকোষৰ অভিৰোপণত কি হৰম’নে সহায় কৰে?

উত্তৰঃ অণ্ডকোষৰ অভিৰোপণত প্ৰজেষ্টেৰণ হৰম’নে সহায় কৰে।

৫। প্রজেষ্টেৰণ হৰমন’ক কিহে প্রস্তুত কৰে?

উত্তৰঃ প্রজেষ্টেৰণ হৰমন’ক কর্পাছ ল্যুটিয়ামে প্রস্তুত কৰে।

৬। শুক্রানুজনন বুলিলে কি বুজা?

উত্তৰঃ যি প্ৰক্ৰিয়াৰে শুক্রাশয়ৰ ভিতৰত একোটা পৈনত পুংজনন কোষৰ উৎপন্ন হয় তাকে শুক্রানুজনন বোলে।

৭। শুক্রানুজনন নিয়ন্ত্রণ কৰা হৰম’নবোৰৰ নাম লিখা।

উত্তৰঃ শুক্রাণুজনন নিয়ন্ত্ৰণ কৰা হৰম’নবোৰৰ নাম হৈছে-

(i) GnRH।

(ii) লিউটিনাইজিং হৰম’ন (LH)।

(iii) FSH। আৰু 

(iv) টেষ্ট’ষ্টেৰণ হৰম’ন।

৮। ডিম্বানুজনন কাক বোলে?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা ডিম্বাশয়ৰ ভিতৰত একোটা পৈণত স্ত্রীজনন কোষ গঠিত হয় তাকেই ডিম্বাজনন বোলে।

৯। ৰজঃচক্ৰ কি? কি হৰম’নে ৰজঃচক্র নিয়ন্ত্রণ কৰে?

উত্তৰঃ মানুহ, বান্দৰ, গৰিলা ইত্যাদি প্রাইমেট গ্ৰুপৰ প্ৰাণীৰ স্ত্রীদেহত চলি থকা প্রজনন চক্ৰটোক ৰজঃচক্র বোলা হয়।

FSH, LH, Estrogen, Progesterone হৰম’নে ৰজঃচক্ৰ নিয়ন্ত্ৰণ কৰে।

১০। জৰায়ুৰ শ্লেষ্মা আৱৰণীখনক কি বোলে?

উত্তৰঃ জৰায়ুৰ শ্লেষ্মা আৱৰণীখনক এণ্ড’মেট্রিয়াম বোলে।

১১। ডিম্বাশয়ৰ অন্তর্ভাগক কি বোলে?

উত্তৰঃ ডিম্বাশয়ৰ অন্তর্ভাগক ষ্ট্র’মা বোলে।

১২। গ্রেফিয়ান থলীৰ পৰা ডিম্বকোষ ওলাই যোৱাৰ পিছত বিদাৰিত থলীটোক কি বোলা হয়?

উত্তৰঃ গ্রেফিয়ান থলীৰ পৰা ডিম্বকোষ ওলাই যোৱাৰ পিছত বিদাৰিত থলীটোক কর্পাচ ল্যুটিয়াম বোলা হয়।

১৩। জীৱৰ প্ৰজনন বুলিলে কি বুজা?

উত্তৰঃ জীৱই যি পদ্ধতিৰ দ্বাৰা নিজৰ অনুৰূপ জীৱ সৃষ্টি কৰি বংশ বিস্তাৰ কৰে তাকেই জীৱৰ প্রজনন বোলে।

১৪। মানুহৰ বা স্তন্যপায়ী প্রাণীৰ মুখ্য জননাংগ কি?

উত্তৰঃ পুৰুষ ব্যক্তিৰ শুক্রাশয় আৰু স্ত্রী ব্যক্তিৰ অণ্ডাশয় বা ডিম্বাশয় মুখ্য জননাংগ।

১৫। জীৱই প্ৰজনন কৰা প্ৰধান প্ৰকাৰ দুটা কি কি?

উত্তৰঃ জীৱই প্ৰজনন কৰা প্ৰধান প্ৰকাৰ দুটা হৈছে-

(i) আংগিক প্রজনন বা অযৌন প্রজনন। আৰু

(ii) যৌন প্রজনন বা বীজকোষীয় প্রজনন।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top