Class 12 Biology Important Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্রজনন

Class 12 Biology Important Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্রজনন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্রজনন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 2

IMPORTANT QUESTION AND ANSWER

১। গুপ্তবীজী উদ্ভিদৰ মনোমুগ্ধকৰ অংগটো কি?

উত্তৰঃ গুপ্তবীজী উদ্ভিদৰ মনোমুগ্ধকৰ অংগটো হ’ল- ফুল।

২। PENৰ সম্পূর্ণ অর্থ লিখা।

উত্তৰঃ Primary endosperms nucleas.

৩। পুংস্তৰক কিহেৰে গঠিত হয়?

উত্তৰঃ পুংস্তৰক পুংকেশৰে গঠিত হয়।

৪। পুংকেশৰৰ অংশ দুটা কি কি?

উত্তৰঃ পুংকেশৰৰ অংশ দুটা হ’ল- পুংদণ্ড আৰু পৰাগধানী।

৫। পৰাগযোগ কাক বোলে?

উত্তৰঃ ফুলৰ পৰাগধানীৰ পৰা ওলাই অহা পৰাগৰেণু স্থানান্তৰিত হৈ গর্ভকেশৰৰ গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বুলি কোৱা হয়।

৬। টেপেটাম কি?

উত্তৰঃ পৰাগধানীৰ ভিতৰৰ কোষস্তৰ।

৭। পৰাগৰেণুৰ বাহিৰৰ কঠিন বেৰটো কিহেৰে গঠিত?

উত্তৰঃ পৰাগৰেণুৰ বাহিৰৰ কঠিন বেৰটো স্প’ৰ’প’লিনিনেৰে গঠিত।

৮। পৰাগৰেণুৰ ভিতৰৰ বেৰটোক কি বোলে?

উত্তৰঃ পৰাগৰেণুৰ ভিতৰৰ বেৰটোক ৰেণু অন্তঃস্তক বোলে।

৯। এলাৰ্জী উৎপন্ন কৰা পৰাগবেণুবোৰৰ উদাহৰণ কি?

উত্তৰঃ এলাৰ্জী উৎপন্ন কৰা পৰাগবেণুবোৰৰ উদাহৰণ হৈছে- পাৰথেনিয়াম।

১০। স্ত্রীস্তৱক কিহেৰে গঠিত?

উত্তৰঃ স্ত্রীস্তৱক গর্ভমুণ্ড, গর্ভদণ্ড আৰু গর্ভাশয় আদিৰে গঠিত।

১১। পৰাগৰেণু কেতিয়া সৃষ্টি হয়?

উত্তৰঃ যেতিয়া পৰাগধানী পুৰঠ হৈ পুংৰেণুবিলাক ইটোৰ পৰা সিটো পৃথক হৈ পৰে তেতিয়া পৰাগৰেণু সৃষ্টি হয়।

১২। গর্ভাশয়ৰ ভিতৰত কি থাকে?

উত্তৰঃ গর্ভাশয়ৰ ভিতৰত ডিম্বাশয়ী কোষ্ঠ থাকে।

১৩। ডিম্বক কি?

উত্তৰঃ ডিম্বক হৈছে অপৰাৰ লগত সংযুক্ত সৰু টোপাকাৰ গঠন।

১৪। ডিম্বকত্বক কি?

উত্তৰঃ ডিম্বকত্বক হৈছে ডিম্বকক আগুৰি থকা আৱৰণ।

১৫। ভ্রূণস্থলী ক’ত থাকে?

উত্তৰঃ ভ্রূণস্থলী প্রদেহৰ মাজত থাকে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top