Class 12 Biology Important Chapter 14 পৰিস্থিতিতন্ত্ৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.
Class 12 Biology Important Chapter 14 পৰিস্থিতিতন্ত্ৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
পৰিস্থিতিতন্ত্ৰ
Chapter: 14
| IMPORTANT QUESTION AND ANSWER |
১। উৎপাদক কাক বোলে?
উত্তৰঃ যিবোৰ জীৱই সৌৰ শক্তি গ্ৰহণ কৰি খাদ্য তৈয়াৰ কৰে, তেনেবোৰকে উৎপাদক বোলে।
২। অজৈৱিক উপাদানৰ উদাহৰণ দিয়া।
উত্তৰঃ অজৈৱিক উপাদানৰ উদাহৰণ হ’ল- বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ।
৩। খাদ্য শৃংখল কি?
উত্তৰঃ খাদ্য শৃংখল হ’ল- খাদ্য খোৱা আৰু খুওৱাৰ এক শৃংখলিত ব্যৱস্থা।
৪। পৰিস্থিতিতন্ত্ৰৰ প্ৰধান উপাদান কি?
উত্তৰঃ পৰিস্থিতিতন্ত্ৰৰ প্ৰধান উপাদান হ’ল- উৎপাদক, উপভোক্তা, বিয়োজক।
৫। জৈৱিক উপাদান কি?
উত্তৰঃ জীৱন্ত জীৱ আৰু সিহঁতৰ আচৰণ।
৬। অজৈৱিক উপাদান কি?
উত্তৰঃ জৈৱ নোহোৱা পদাৰ্থ যেনে- বায়ু, পানী, তাপ।
৭। বিয়োজক কাক বোলে?
উত্তৰঃ যি জীৱই মৃত উদ্ভিদ/প্ৰাণীক ভাঙি প্ৰাকৃতিকত পুনৰ মিশ্ৰণ কৰে তাকে বিয়োজক বোলে।
৮। উপভোক্তা কাক বোলে?
উত্তৰঃ যি জীৱই উৎপাদক বা আন জীৱ খায় তাক উপভোক্তা বোলে।
৯। শক্তি পিৰামিড কি?
উত্তৰঃ শক্তিৰ লৈখিক উপস্থাপন।
১০। ফাইটপ্লেংকটন কি?
উত্তৰঃ জলজ খাদ্য শৃংখলৰ ক্ষুদ্ৰ উৎপাদক।
১১। পৰিস্থিতিতন্ত্রৰ ধৰণ কেইটা আৰু কি কি?
উত্তৰঃ পৰিস্থিতিতন্ত্রৰ ধৰণ তিনিটা– স্থলজ, জলজ আৰু সাগৰীয়।
১২। পুখুৰী কিয় আদর্শ পৰিস্থিতিতন্ত্ৰ?
উত্তৰঃ ইয়াত সকলো জৈৱ-অজৈৱ উপাদান পোৱা যায়।
১৩। সেউজীয়া উদ্ভিদে কেনেকৈ খাদ্য তৈয়াৰ কৰে?
উত্তৰঃ সেউজীয়া উদ্ভিদে সালোকসংশ্লেষণৰ জৰিয়তে খাদ্য তৈয়াৰ কৰে।
১৪। জলজ পৰিস্থিতিতন্ত্রত উৎপাদক কোন?
উত্তৰঃ জলজ পৰিস্থিতিতন্ত্রত উৎপাদক হ’ল- ফাইটপ্লেংকটন।
১৫। দ্বিতীয় উপভোক্তা কাক বোলে?
উত্তৰঃ যিয়ে প্ৰাথমিক উপভোক্তাক খায় তেনে উপভোক্তাক দ্বিতীয় উপভোক্তা বোলে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

