Class 12 Biology Important Chapter 13 জীৱ আৰু আবাদী Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.
Class 12 Biology Important Chapter 13 জীৱ আৰু আবাদী
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
জীৱ আৰু আবাদী
Chapter: 13
| IMPORTANT QUESTION AND ANSWER |
১। বাসস্থান কি?
উত্তৰঃ জীৱই বাস কৰা স্থানক বাসস্থান বোলে।
২। উৎপাদক কাক বোলে?
উত্তৰঃ সালোক সংশ্লেষণ কৰি খাদ্য উৎপাদন কৰা সেউজীয়া উদ্ভিদক উৎপাদক বোলে।
৩। উপভোক্তা কাক বোলে?
উত্তৰঃ উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰা প্ৰাণীবোৰক উপভোক্তা বোলে।
৪। বিয়োজক কাক বোলে?
উত্তৰঃ মৃত জৈৱ বস্তুৰ পচন ঘটাই অজৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰা অনুজীৱক বিয়োজক বোলে।
৫। শক্তিৰ উৎস কি?
উত্তৰঃ সূৰ্য শক্তিৰ মূল উৎস।
৬। পৰিস্থিতি তন্ত্ৰৰ দুই প্ৰধান উপাদান কি?
উত্তৰঃ পৰিস্থিতি তন্ত্ৰৰ দুই প্ৰধান উপাদান হ’ল- জৈৱিক আৰু অজৈৱিক উপাদান।
৭। জনসংখ্যাৰ ঘনত্বৰ অৰ্থ কি?
উত্তৰঃ জনসংখ্যাৰ ঘনত্বৰ অৰ্থ হ’ল— প্ৰতি একক ক্ষেত্ৰফলত উপস্থিত জীৱৰ সংখ্যা।
৮। ডায়াপ’জ কি?
উত্তৰঃ এটা অস্থায়ী স্তৰ য’ত জীৱই বিকাশ বন্ধ ৰাখে।
৯। শীতনিদ্ৰা কাক বোলে?
উত্তৰঃ ঠাণ্ডা সময়ত সক্ৰিয়তা হ্ৰাস কৰি জীয়াই থাকিবৰ এক উপায়।
১০। খাদ্য শৃংখল ক’ৰ পৰা আৰম্ভ হয়?
উত্তৰঃ উৎপাদক (সালোক সংশ্লেষণকাৰী উদ্ভিদ)ৰ পৰা।
১১। মৰুজ উদ্ভিদে পানী ৰক্ষা কৰিবলৈ কি উপায় গ্ৰহণ কৰে?
উত্তৰঃ মৰুজ উদ্ভিদে পানী ৰক্ষা কৰিবলৈ কাঁইটৰ ৰূপত পাত, ডাঠ কিউটিকল উপায় গ্ৰহণ কৰে।
১২। CAM পথ কি?
উত্তৰঃ মৰুভূমিৰ উদ্ভিদৰ খাদ্য সংশ্লেষণ পথ।
১৩। কপৌফুল আৰু আম গছৰ সম্পৰ্ক কি?
উত্তৰঃ কপৌফুল আৰু আম গছৰ সম্পৰ্ক হ’ল— সহভোজিতা।
১৪। খাদ্যশৃংখলৰ অংশ কিমান হয়?
উত্তৰঃ খাদ্যশৃংখলৰ ৩ বা ৪ টা ট্রফিক স্তৰ হয়।
১৫। জৈৱ আয়তন কাক বোলে?
উত্তৰঃ এটা পৰিস্থিতি তন্ত্ৰত থকা মুঠ জৈৱ পদাৰ্থ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



