Class 12 Biology Important Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ

Class 12 Biology Important Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 12

IMPORTANT QUESTION AND ANSWER

১। Bt বেক্টেৰিয়াৰ নাম কি?

উত্তৰঃ Bt বেক্টেৰিয়াৰ নাম হৈছে Bacillus thuringiensis.

২। Cry জিন কি?

উত্তৰঃ Cry জিন হ’ল Bacillus thuringiensis বেক্টেৰিয়াৰ জিন যি কীটনাশক প্র’টিন উৎপাদন কৰে।

৩। Bt কটন কি?

উত্তৰঃ Bacillus thuringiensis ৰ Cry জিন উদ্ভিদত সংযুক্ত কৰি তৈয়াৰ কৰা কপাহ গছক Bt কটন বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। Golden Rice কেনেকৈ উপকাৰী?

উত্তৰঃ Golden Rice ভিটামিন A যোগান দিয়ে, যাৰ দ্বাৰা অন্ধত্ব ৰোধ হয়।

৫। জৈৱস্বতাপহৰণ মানে কি?

উত্তৰঃ অনুমতি নোলোৱাকৈ বা ক্ষতিপূৰণ নিদিয়াকৈ অন্য দেশৰ জৈৱ সম্পদ ব্যৱহাৰ কৰা।

৬। ADA ৰ অভাৱ কিহত দেখা যায়?

উত্তৰঃ SCID (Severe Combined Immunodeficiency) ৰোগ দেখা যায়, এই অভাৱত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়।

৭। প্ৰথম জিন চিকিৎসা কেতিয়া হৈছিল?

উত্তৰঃ প্ৰথম জিন চিকিৎসা ১৯৯০ চনত হৈছিল।

৮। Cry I Ac কিহৰ বিৰুদ্ধে কাম কৰে?

উত্তৰঃ ভোৰা জাতীয় কীটৰ বিৰুদ্ধে।

৯। Bt বিষ কেনেকৈ কাম কৰে?

উত্তৰঃ কীটৰ উপক্ষাৰ পেটত দ্রবীভূত হৈ কোষৰ গাত ফুট কাটি কোষ ধ্বংস কৰে।

১০। Bt কটন গছত Cry জিন কিয় সংযুক্ত কৰা হয়?

উত্তৰঃ বিশেষ কীটপতঙ্গৰ বিৰুদ্ধে ৰক্ষা কৰিবলৈ।

১১। Bt কটন কোন প্ৰযুক্তিৰ ফল?

উত্তৰঃ জিনীয় অভিযন্ত্ৰণ বা Genetic Engineering.

১২। জৈৱ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ ক্ষেত্ৰসমূহ কি কি?

উত্তৰঃ জৈৱ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ ক্ষেত্ৰসমূহ হ’ল- চিকিৎসা, খাদ্য, কৃষি, পৰিবেশ সংৰক্ষণ, ইত্যাদি।

১৩। Bt বিষে কি সৃষ্টি কৰে?

উত্তৰঃ কীটনাশক প্র’টিন স্ফটিক।

১৪। Bt কটন কিহত সহায় কৰে?

উত্তৰঃ কপাহ গছৰ উৎপাদন বৃদ্ধি আৰু ক্ষতিকাৰক কীটৰ ধ্বংসত।

১৫। Cry জিনে কি কৰে?

উত্তৰঃ বিষাক্ত প্র’টিন উৎপাদন কৰে যি কীটৰ পেটত সক্ৰিয় হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top