Class 11 Political Science Important Chapter 7 যুক্তৰাষ্ট্ৰীয়বাদ

Class 11 Political Science Important Chapter 7 যুক্তৰাষ্ট্ৰীয়বাদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 7 যুক্তৰাষ্ট্ৰীয়বাদ Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.

Class 11 Political Science Important Chapter 7 যুক্তৰাষ্ট্ৰীয়বাদ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 7

প্রথম খণ্ড
IMPORTANT QUESTION AND ANSWER

খালী ঠাই পূৰ কৰা-

১। যৌথ প্রশাসন ব্যৱস্থাটোক __________ চৰকাৰ বোলা হয়।

উত্তৰঃ যৌথ প্রশাসন ব্যৱস্থাটোক যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলা হয়।

২। যুক্তৰাষ্ট্ৰত এখন ___________ সংবিধান থাকে।

উত্তৰঃ যুক্তৰাষ্ট্ৰত এখন লিখিত সংবিধান থাকে।

৩। ভাৰতৰ ৰাজ্যবোৰৰ সাংবিধানিক মুৰব্বী হ’ল ___________।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ভাৰতৰ ৰাজ্যবোৰৰ সাংবিধানিক মুৰব্বী হ’ল ৰাজ্যপাল

৪। ভাৰতৰ উচ্চতম ন্যায়ালয় হ’ল ___________ আৰু ___________।

উত্তৰঃ ভাৰতৰ উচ্চতম ন্যায়ালয় হ’ল সংবিধানৰ অভিভাৱক আৰু চৰম ব্যাখ্যাকর্তা।

৫। ৰাজ্যপালৰ প্ৰতিবেদনৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে ৰাজ্যত ____________ প্ৰৱৰ্তন কৰিব পাৰে।

উত্তৰঃ ৰাজ্যপালৰ প্ৰতিবেদনৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে ৰাজ্যত ‘ৰাষ্ট্রপতি শাসন‘ প্ৰৱৰ্তন কৰিব পাৰে।

সত্য/অসত্য-

১। যুক্তৰাষ্ট্ৰীয় সংবিধানৰ আটাইতকৈ আৱশ্যকীয় বৈশিষ্ট্য হ’ল লিখিত সংবিধান।

উত্তৰঃ সত্য।

২। যুক্তৰাষ্ট্ৰত দুই ধৰণৰ চৰকাৰ থাকে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ।

উত্তৰঃ সত্য।

৩। যুক্তৰাষ্ট্ৰ হ’ল সৰু সৰু ৰাষ্ট্ৰবোৰ একত্ৰিত হৈ গঠন কৰা এখন ৰাষ্ট্ৰ।

উত্তৰঃ সত্য।

৪। ভাৰতৰ ৰাজ্যবোৰৰ সাংবিধানিক মুৰব্বী হ’ল ৰাষ্ট্ৰপতি।

উত্তৰঃ অসত্য।

৫। ভাৰতবৰ্ষক অৰ্দ্ধ-যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰা হৈছে।

উত্তৰঃ সত্য।

চুটি প্রশ্ন-উত্তৰ-

১। যুক্তৰাষ্ট্ৰীয়বাদ বুলিলে কি বুজা যায়?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয়বাদ হৈছে এনে এটা শাসন ব্যৱস্থা, য’ত এখন ৰাষ্ট্ৰত দুটা স্তৰৰ চৰকাৰ থাকে। এখন কেন্দ্ৰীয় চৰকাৰ আৰু কেইখনমান আঞ্চলিক (ৰাজ্যিক) চৰকাৰ আৰু এই চৰকাৰসমূহৰ মাজত ক্ষমতা সংবিধানৰ জৰিয়তে ভাগ কৰা থাকে।

২। যুক্তৰাষ্ট্ৰীয়বাদ কেতিয়া আৰম্ভ হয়?

উত্তৰঃ ১৭৮৭ চনত আমেৰিকা যুক্তৰাষ্ট্র গঠন হোৱাৰ লগে লগে আৰম্ভ হয়।

৩। ভাৰতৰ সংবিধানত “Federal” শব্দটো ক’ত ব্যৱহাৰ কৰা হৈছে?

উত্তৰঃ ক’তো ব্যৱহাৰ কৰা নহয়; “Union of States” শব্দ ব্যৱহাৰ কৰা হৈছে।

৪। ভাৰতত কিমানখন অংগৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে?

উত্তৰঃ ২৯খন অংগৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।

৫। ভাৰতৰ সংবিধানত ক্ষমতাৰ বিভাজনৰ তিনিখন সূচী কি কি?

উত্তৰঃ  ভাৰতৰ সংবিধানত ক্ষমতাৰ বিভাজনৰ তিনিখন সূচী হৈছে -কেন্দ্রীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top