Class 11 Finance MCQ Chapter 1 বিত্তৰ মূল Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 1 বিত্তৰ মূল Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.
Class 11 Finance MCQ Chapter 1 বিত্তৰ মূল
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.
বিত্তৰ মূল
Chapter: 1
MCQ |
১। ব্যৱসায়িক প্ৰতিষ্ঠানৰ জীৱন ৰক্ত বুলি কিহক কোৱা হয়?
(ক) বিত্তক।
(খ) কৰ্মচাৰীক।
(গ) গ্ৰাহকক।
(ঘ) উৎপাদনক।
উত্তৰঃ (ক) বিত্তক।
২। তলৰ কোনটো শব্দ দুটা ইটো আনটোৰ সৈতে ওতঃপ্রোতভাৱে জড়িত?
(ক) মুদ্ৰা’ আৰু ‘উৎপাদন।
(খ) বিত্ত’ আৰু ‘কৰ্মচাৰী।
(গ) বিত্ত’ আৰু ‘মুদ্রা।
(ঘ) বিত্ত’ আৰু ‘গ্ৰাহক।
উত্তৰঃ (গ) বিত্ত’ আৰু ‘মুদ্রা।
৩। বিত্তৰ সন্দৰ্ভত ব্যৱহাৰ কৰিব লগা যিকোনো ধৰণৰ ধন, মূলধন বা পুঁজি সংগ্রহ, প্রদান আৰু পৰিচালনা কৰাটোক কি বুলি কোৱা হয়?
(ক) বিত্তীয় পৰিচালনা।
(খ) বিত্তীয় পৰিকল্পনা।
(গ) ব্যৱসায়িক বিত্ত।
(ঘ) বিত্তীয় ব্যৱস্থা।
উত্তৰঃ (গ) ব্যৱসায়িক বিত্ত।
৪। বিত্ত কেই প্ৰকাৰৰ?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (গ) চাৰি।
৫। পুঁজি কেই প্ৰকাৰৰ?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (ক) দুই।
৬। কম ব্যয়ৰ সৈতে সর্বাধিক লাভ অর্জন কৰাৰ বাবে ব্যৱসায় বা কোম্পানী এটাৰ সামর্থ্যটো কি?
(ক) উৎপাদনৰ বৃদ্ধি।
(খ) লাভ সৰ্বাধিককৰণ।
(গ) লোকসানৰ হ্ৰাস।
(ঘ) সম্পদৰ অধিক ব্যৱহাৰ।
উত্তৰঃ (খ) লাভ সৰ্বাধিককৰণ।
৭। ভাড়া ক্রয় বিত্ত, লীজ বিত্ত, বাণিজ্যিক বেংক আৰু উন্নয়ন বিত্ত প্রতিষ্ঠান কোনটো বৃত্তৰ মুখ্য উৎস?
(ক) হ্রস্বম্যাদী বিত্ত।
(খ) দীর্ঘম্যাদী বিত্ত।
(গ) মধ্যম্যাদী বিত্ত।
(ঘ) ৰাজহুৱা বিত্ত।
উত্তৰঃ (গ) মধ্যম্যাদী বিত্ত।
৮। ব্যৱসায়িক প্রতিষ্ঠান এটাক সঁজুলি, স্থায়ী সম্পত্তি ইত্যাদি ক্ৰয় কৰিবলৈ কিহৰ প্রয়োজন?
(ক) দীর্ঘম্যাদী বিত্ত।
(খ) হ্রস্বম্যাদী বিত্ত।
(গ) ৰাজহুৱা বিত্ত।
(ঘ) মধ্যম্যাদী বিত্ত।
উত্তৰঃ (ঘ) মধ্যম্যাদী বিত্ত।
৯। ৫ বছৰৰ অধিক সময়ৰ বাবে প্রয়োজনীয় বিত্তক কি বিত্ত বুলি কোৱা হয়?
(ক) মধ্যম্যাদী বিত্ত।
(খ) হ্রস্বম্যাদী বিত্ত।
(গ) ৰাজহুৱা বিত্ত।
(ঘ) দীর্ঘম্যাদী বিত্ত।
উত্তৰঃ (ঘ) দীর্ঘম্যাদী বিত্ত।
১০। তলৰ কোনটো বিত্ত ৰাষ্ট্ৰৰ উপাৰ্জন আৰু ব্যয়ৰ অধ্যয়নৰ সৈতে সম্পর্কিত?
(ক) হ্রস্বম্যাদী বিত্ত।
(খ) দীর্ঘম্যাদী বিত্ত।
(গ) মধ্যম্যাদী বিত্ত।
(ঘ) ৰাজহুৱা বিত্ত।
উত্তৰঃ (ঘ) ৰাজহুৱা বিত্ত।
১১। ৰাজহুৱা বিত্তক কেই প্ৰকাৰত শ্ৰেণীবদ্ধ কৰিব পাৰি?
(ক) চাৰি।
(খ) পাঁচ।
(গ) তিনি।
(ঘ) দুই।
উত্তৰঃ (গ) তিনি।
১২। ব্যক্তি, পৰিয়াল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপাৰ্জন আৰু ব্যয়, ঋণ আদিৰ অধ্যয়নটো কি?
(ক) নিগম বিত্ত।
(খ) ব্যক্তিগত বিত্ত।
(গ) মধ্যম্যাদী বিত্ত।
(ঘ) ৰাজহুৱা বিত্ত।
উত্তৰঃ (খ) ব্যক্তিগত বিত্ত।
১৩। প্ৰৱর্ত্তক বা ব্যৱসায়ীৰ দ্বাৰা অনা মালিকানাধীন মূলধনক কি বুলি কোৱা হয়?
(ক) নিজা বিত্ত।
(খ) ঋণ বিত্ত।
(গ) পৰোক্ষ বিত্ত।
(ঘ) ব্যক্তিগত বিত্ত।
উত্তৰঃ (ক) নিজা বিত্ত।
১৪। ধাৰ লোৱা পুঁজিটো কি?
(ক) পৰোক্ষ বিত্ত।
(খ) ব্যক্তিগত বিত্ত।
(গ) নিজা বিত্ত।
(ঘ) ঋণ বিত্ত।
উত্তৰঃ (ঘ) ঋণ বিত্ত।
১৫। যি কোম্পানী এটাৰ দ্বাৰা ঘোষণা কৰা লভ্যাংশৰ অগ্রাধিকাৰযুক্ত অধিকাৰ ভোগ কৰে, তাক কি বোলে?
(ক) সমাংশ।
(খ) ঋণপত্র।
(গ) সঞ্চিত উপার্জন।
(ঘ) অগ্ৰাধিকাৰযুক্ত অংশ।
উত্তৰঃ (ঘ) অগ্ৰাধিকাৰযুক্ত অংশ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.