Class 11 Finance Important Chapter 8 বেংক ৰাষ্ট্ৰীয়কৰণ

Class 11 Finance Important Chapter 8 বেংক ৰাষ্ট্ৰীয়কৰণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Finance Important Chapter 8 বেংক ৰাষ্ট্ৰীয়কৰণ Solutions in Assamese and select need one. Class 11 Banking Additional Solutions Assamese Medium Download PDF. HS 1st Year Finance Important Question Answer in Assamese.

Class 11 Finance Important Chapter 8 বেংক ৰাষ্ট্ৰীয়কৰণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Banking Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Finance Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 8

গোট – ৩: ভাৰতত বাণিজ্যিক বেংকিং
IMPORTANT QUESTION AND ANSWER

চুটি প্রশ্ন-উত্তৰ:

১। বেংকৰ ৰাষ্ট্ৰীয়কৰণ বুলিলে কি বুজা?

উত্তৰঃ বেংকৰ মালিকী ব্যক্তিগত খণ্ডৰ পৰা চৰকাৰী খণ্ডলৈ স্থানান্তৰ কৰাকে বেংকৰ ৰাষ্ট্ৰীয়কৰণ বোলা হয়।

২। ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক ১ জানুৱাৰী ১৯৪৯ চনত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

৩। ভাৰতীয় ষ্টেট বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?

উত্তৰঃ ভাৰতীয় ষ্টেট বেংক ১ জুলাই ১৯৫৫ চনত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

৪। ১৯৬৯ চনত কেইটা বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?

উত্তৰঃ ১৪টা মুখ্য বাণিজ্যিক বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

৫। ১৯৮০ চনত কেইটা বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?

উত্তৰঃ ৬টা মুখ্য বাণিজ্যিক বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

৬। বেংক ৰাষ্ট্ৰীয়কৰণৰ এটা উদ্দেশ্য কি?

উত্তৰঃ অর্থনৈতিক শক্তি কেন্দ্রীভূত হোৱাত বাধা দিয়া।

৭। ‘সামাজিক নিয়ন্ত্ৰণ’ ব্যর্থ হোৱাৰ বাবে কি কৰা হৈছিল?

উত্তৰঃ বেংকৰ ৰাষ্ট্ৰীয়কৰণ।

৮। পঞ্চবার্ষিক পৰিকল্পনাৰ উদ্দেশ্য কি আছিল বেংকৰ ক্ষেত্ৰত?

উত্তৰঃ পঞ্চবার্ষিক পৰিকল্পনাৰ উদ্দেশ্য আছিল- অগ্রাধিকাৰ খণ্ডলৈ বিত্ত যোগান।

৯। বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ ফলত কি বৃদ্ধি পাইছিল?

উত্তৰঃ বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ ফলত জমা সংগ্ৰহ বৃদ্ধি পাইছিল।

১০। বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ পিছত কি বিস্তাৰ লাভ কৰিছিল?

উত্তৰঃ বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ পিছত শাখা সম্প্ৰসাৰণ বিস্তাৰ লাভ কৰিছিল।

১১। ৰাষ্ট্ৰীয়কৃত বেংকে কোন খণ্ডত ঋণ আগবঢ়াইছিল?

উত্তৰঃ ৰাষ্ট্ৰীয়কৃত বেংকে অগ্রাধিকাৰ খণ্ডত ঋণ আগবঢ়াইছিল।

১২। ১৯৬৯ চনত জমাৰ অনুপাত কেনে আছিল?

উত্তৰঃ ম্যাদী জমাৰ অনুপাত ৫০% আছিল।

১৩। Differential Rate of Interest আঁচনি কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ Differential Rate of Interest আঁচনি ১৯৭২ চনৰ এপ্ৰিলত আৰম্ভ হৈছিল।

১৪। এই আঁচনিৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ দুৰ্বল শ্ৰেণীক ৰেহাই হাৰত ঋণ দিয়া।

১৫। বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ পিছত ঋণ কিমান হাৰত বৃদ্ধি পাইছিল?

উত্তৰঃ প্ৰতি বছৰে প্ৰায় ২০% হাৰত বৃদ্ধি পাইছিল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top